• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

1 year ago
এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

19 minutes ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

54 minutes ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

1 hour ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

2 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

3 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

5 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

5 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

6 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

7 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

15 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

editor by editor
May 21, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্দ্ৰে ৰাছেল- টীম ডেভিদক পিছ পেলাই মহা ৰেকৰ্ড ১৪ বছৰীয়া বৈভৱৰ

ৰেকৰ্ড গঢ়িবৰ বাবেই যেন ২০২৫ আই পি এলত ক্ৰিকেট খেলিছিল ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে। ৰেকৰ্ডৰ উপৰি ৰেকৰ্ড গঢ়িছে জীৱনৰ প্ৰথমটো আই পি এল ছিজনতে। কালিৰ চেন্নাইৰ বিৰুদ্ধে খেলা খেলখনতো ৰেকৰ্ডৰ গৰাকী হয় বৈভৱ।

আই পি এল ২০২৫ৰ ৬২ সংখ্যক মেচত চেন্নাইৰ বিৰুদ্ধে ৰাজস্থান দলৰ ১৪ বছৰীয়া বেটছমেন বৈভৱ সূৰ্যবংশীয়ে উজ্জ্বল বেটিং কৰি ৫৭ ৰান সংগ্ৰহ কৰি আউট হৈছিল। ৫৭ ৰান সংগ্ৰহ কৰি বৈভৱ আউট হ’লেও অৰ্ধশতকৰ ইনিংছৰ সময়ছোৱাত এই ১৪ বছৰীয়া বেটছমেনে আই পি এলত ইতিহাসৰ সৃষ্টি কৰে।

এই প্ৰতিযোগিতাৰ ইতিহাসত কমেও ২৫০ ৰানত সৰ্বাধিক ষ্ট্ৰাইক ৰেট থকা বেটছমেন হিচাপে পৰিগণিত হৈছে বৈভৱ। এনে এক কৃতিত্ব কৰি বৈভৱে বহু মহান ব্যক্তিক পৰাস্ত কৰিছে। আন্দ্ৰে ৰাছেল আৰু টিম ডেভিদৰ দৰে বেটছমেনক পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰে বৈভৱে।

আই পি এলৰ ইতিহাসত সৰ্বোচ্চ ষ্ট্ৰাইক ৰেট (নূন্যতম – ২৫০ ৰান) – (আই পি এলৰ ইতিহাসত সৰ্বোচ্চ ষ্ট্ৰাইক ৰেট)
২০৬.৫৬ – বৈভৱ সূৰ্যবংশী (২৫২ ৰান)
১৯৯.৪৮ – জেক ফ্ৰেজাৰ-মেকগাৰ্ক (৩৮৫ ৰান)
১৯০.৩৭ – প্ৰিয়ংশ আৰ্য্য (৩৫৬ ৰান)
১৭৪.৯৪ – টিম ডেভিড (৮৪৫ ৰান)
১৭৪.৫৬ – নমন ধীৰ (৩০২ ৰান)
১৭৪.২৯ – আন্দ্ৰে ৰাছেল (২৬৫১ ৰান)

ইয়াৰ বাহিৰেও ২০ বছৰ বয়সৰ পূৰ্বে আই পি এলৰ ছিজনত সৰ্বাধিক ছয় কৰা বেটছমেন হিচাপেও পৰিগণিত হৈছে বৈভৱ। এই কাম কৰি বৈভৱ ঋষভ পণ্টৰ সমান হৈছে। ২০১৭ চনত পণ্টে এটা ছিজনত ২৪টা ছয় কোবাইছিল।

একে সময়তে এই ছিজনত বৈভৱেও মুঠ ২৪টা ছয় কোবাইছে। ২০ বছৰৰ পূৰ্বে সৰ্বাধিক ৬ কোবোৱা খেলুৱৈৰ এই তালিকাত আছে-

২৪ – বৈভৱ সূৰ্যবংশী (২০২৫)*
২৪ – ঋষভ পন্ত (২০১৭)
১৭ – সঞ্জু চেমচন (২০১৪)
১৭ – ঈশান কিষাণ (২০১৮)
১৬ – তিলক বৰ্মা (২০২২)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanchiiplIPL 2025Ipl recordRecord
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?
বাণিজ্য

এতিয়াৰে পৰা UPI সেৱাৰ নামত ভৰিব লাগিব নেকি অতিৰিক্ত মাচুল?

August 7, 2026
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?
বাণিজ্য

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

August 7, 2026
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে
নিয়োগ

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

August 7, 2026
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!
প্ৰযুক্তি

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

August 7, 2026
Next Post
পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

কেতিয়া ঘোষণা হ'ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.