• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

1 year ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

30 minutes ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

1 hour ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

1 hour ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

2 hours ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

3 hours ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

4 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

5 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

5 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

6 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

7 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

editor by editor
May 22, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত-ইংলেণ্ডৰ খেলত ভাৰতীয় দলত বৈভৱৰ নাম, ইংলেণ্ডলৈ যাব ১৪ বছৰীয়া বৈভৱ

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতীয় দলৰ কোনে অধিনায়কত্ব চম্ভালিব সেই উদ্দেশ্য এতিয়াও বহু জল্পনা কল্পনা চলি আছে। তালিকাত নাম আছে কেইবাগৰাকী খেলুৱৈৰ। অহা শনিবাৰ ২৪ মে’ তাৰিখে মূখ্য প্ৰশিক্ষক গৌতৰ গম্ভীৰে ঘোষণা কৰিব টেষ্ট দলৰ নতুন অধিনায়কৰ নাম।

পাছে তাৰে মাজতে আজি প্ৰকাশ পাইছে আন এক খবৰ। ইংলেণ্ড ভ্ৰমণলৈ যাব বৈভৱো। বি চি চি আই জুনিয়ৰ বাছনি সমিতিৰ উদ্যোগত টিম ইণ্ডিয়াৰ ১৯ বছৰ অনুৰ্ধ দলৰ ঘোষণা কৰা হৈছে। সেই ১৬ জনীয়া দলটোৰ এটা নাম হৈছে বৈভৱ সূৰ্য্যবংশী।

১৯ বছৰ অনুৰ্ধ ভাৰতৰ ১৬ জনীয়া দলটোৰ কমাণ্ড আয়ুষ মহাত্ৰেৰ হাতত। আয়ুষ আৰু বৈভৱ দুয়োজনেই আই পি এল ২০২৫ত খেলিছে, লগতে আধিপত্যও বিস্তাৰ কৰিছে। আই পি এলত ধুমুহাৰ সৃষ্টি কৰাৰ পিছত এতিয়া বৈভৱ ইংলেণ্ডত ভাৰতৰ হৈ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট জয়ৰ বাবে সপোন ৰচিচে। বৈভৱ সূৰ্য্যবংশীয়ে নিজেই এই কথা প্ৰকাশ কৰিছে।

২৪ জুনৰ পৰা আৰম্ভ হ’ব লগা ১৯ বছৰ অনুৰ্ধ দলৰ শৃংখলা ২৩ জুলাইলৈকে চলিব।এই সময়ছোৱাত ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দলৰ সৈতে ৫০ অভাৰৰ ৱাৰ্ম আপ মেচ খেলাৰ উপৰিও ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে ৫খন এদিনীয়া আৰু ২খন মাল্টি ডে মেচৰ শৃংখলাও খেলিব।

ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ ১৬ গৰাকী খেলুৱৈ-
আয়ুষ মহাত্ৰে (অধিনায়ক), বৈভৱ সূৰ্যবংশী, বিহান মালহোত্ৰা, এম চাভদা, ৰাহুল কুমাৰ, অভিজ্ঞান কুণ্ডু (উপ অধিনায়ক, উইকেটকীপাৰ), হৰবংশ সিং (উইকেটকীপাৰ), আৰ এছ আম্ব্ৰিছ, কনিষ্ক চৌহান, খিলান পেটেল, হেনিল পেটেল, যুধজিৎ গুহা, প্ৰণৱ ৰাঘবেন্দ্ৰ, মহম্মদ ইনান, আদিত্য ৰাণা, অনমলজিৎ সিং।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baibhab SuryabanchicricketIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন
জীৱনশৈলী

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

June 18, 2026
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য
প্ৰযুক্তি

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

June 18, 2026
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?
জীৱনশৈলী

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

June 18, 2026
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
Next Post
পুনৰ দ্বিতীয় বাৰৰ বাবে ল’ব লাগিব নেকি কৰ’ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

পুনৰ দ্বিতীয় বাৰৰ বাবে ল'ব লাগিব নেকি কৰ'ণা ভেকচিন, চীন-ছিংগাপুৰৰ পাছত ভাৰতত বৃদ্ধি পাব ধৰিছে সংক্ৰমণ

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

বাংলাদেশত ৰাজনৈতিক অশান্তি, পদত্যাগ কৰিব মহম্মদ ইউনুছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.