• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

12 months ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

1 hour ago
সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

সৰু সৰু কথাত পৰিয়ালত কাজিয়া লাগে নেকি? হ’ব পাৰে বাস্তু দোষ!

2 hours ago
কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

কেঁচা গাখীৰে বঢ়াব মুখৰ উজ্জ্বলতা, মাত্ৰ নকৰিব এই ভুল!

3 hours ago
২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

২৭ নে ২৮ মে’, ঈদ-উল আজহা কেতিয়া? জানক এই দিনটোৰ ইতিহাস আৰু তাৎপর্য

3 hours ago
প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

4 hours ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

5 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

5 hours ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

6 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

6 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

7 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

8 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

editor by editor
May 25, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন
0
SHARES
963
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৪ ৰাজ্যৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, জুনৰ তৃতীয় সপ্তাহত নিৰ্বাচন

নিৰ্বাচন আয়োগে দেশৰ চাৰিখন ৰাজ্যৰ ৫খন বিধানসভা আসনৰ বাবে উপ-নিৰ্বাচন ঘোষণা কৰিছে। জুনৰ তৃতীয় সপ্তাহত অনুস্থিত হব ভোটগ্ৰহণ।

উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখ ১৯ জুন হিচাপে নিৰ্ধাৰণ কৰা হৈছে। লগতে ২৩ জুনত ফলাফল ঘোষণা কৰা হব।

উপ-নিৰ্বাচন অনুস্থিত হব লগা ৰাজ্য কেইখন হৈছে- গুজৰাট, কেৰালা, পঞ্জাৱ আৰু পশ্চিমবংগ। এই ৪ ৰাজ্যৰে ৫খন বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।

পদত্যাগৰ লগতে বিধায়কৰ মৃত্যু হোৱা বাবে পাঁচোখন আসন খালী হৈ পৰিছিল।

আয়োগৰ মতে, উপ-নিৰ্বাচন হ’বলগীয়া পাঁচখন আসনৰ বাবে কাইলৈ ২৬ মে’ত অধিসূচনা জাৰি কৰা হ’ব। প্ৰাৰ্থীত্বৰ অন্তিম তাৰিখ ২​জুন। ৩ জুনত মনোনয়ন পত্ৰৰ ওপৰত চোকা দৃষ্টি ৰখা হ’ব। ৫ জুনলৈকে প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰাৰ সুযোগ পাব। এই আসনসমূহৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়া ২৫ জুনৰ পূৰ্বে সম্পূৰ্ণ কৰিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionelection
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…
ভাৰত

প্ৰেম কৰিলে ঠিকেই পিছে জীৱনসংগী কৰিলে আনক! তাৰ পিছত…

May 17, 2026
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?
জীৱনশৈলী

সপোনত এই ৫সামগ্ৰী দেখা মানেই সুদিন আহিছে আপোনাৰ! জানি থওক ধনপ্ৰাপ্তিৰ গোপন সংকেত কি কি?

May 16, 2026
Next Post
আজি ২৫ মে’, কেৰিয়াৰৰ অন্তিমখন খেল খেলিব ধোনীয়ে, কেতিয়া নামিব খেলপথাৰত

আজি ২৫ মে', কেৰিয়াৰৰ অন্তিমখন খেল খেলিব ধোনীয়ে, কেতিয়া নামিব খেলপথাৰত

ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

ভাৰতত সংক্ৰমণ গতি বৃদ্ধি পাইছে COVIDৰ, কোন ৰাজ্যৰ কি পৰিস্থিতি, কিমান সংক্ৰমিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.