• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওলোটা গতিত যাত্ৰা কৰিব দেৱগুৰুৱে! ২৫ দিন ধৰি ৩ ৰাশিৰ বৃহস্পতি তুংগত, হাতলৈ লেথাৰি নিচিগাকৈ আহিব ধন

ওলোটা গতিত যাত্ৰা কৰিব দেৱগুৰুৱে! ২৫ দিন ধৰি ৩ ৰাশিৰ বৃহস্পতি তুংগত, হাতলৈ লেথাৰি নিচিগাকৈ আহিব ধন

1 year ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

23 minutes ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

45 minutes ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

2 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

3 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

4 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

18 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

18 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

19 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

19 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

20 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওলোটা গতিত যাত্ৰা কৰিব দেৱগুৰুৱে! ২৫ দিন ধৰি ৩ ৰাশিৰ বৃহস্পতি তুংগত, হাতলৈ লেথাৰি নিচিগাকৈ আহিব ধন

ওলোটা গতিত যাত্ৰা কৰিব দেৱগুৰুৱে! ২৫ দিন ধৰি ৩ ৰাশিৰ বৃহস্পতি তুংগত, হাতলৈ লেথাৰি নিচিগাকৈ আহিব ধন

editor by editor
June 2, 2025
in জীৱনশৈলী
0
ওলোটা গতিত যাত্ৰা কৰিব দেৱগুৰুৱে! ২৫ দিন ধৰি ৩ ৰাশিৰ বৃহস্পতি তুংগত, হাতলৈ লেথাৰি নিচিগাকৈ আহিব ধন
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেৱগুৰু বৃহস্পতিক কোৱা হয় সৌভাগ্যদাতা৷ বৃহস্পতিৰ স্থান পৰিবৰ্তনত ভাগ্যত বৃহৎ পৰিবৰ্তন আহিব৷ এই বছৰতেই বৃহস্পতিৰ স্থান পৰিবৰ্তনত বৃহৎ লাভৰ মুখ দেখিব কেইটামান ৰাশিৰ জাতক জাতিকাই৷ জ্যোতিষশাস্ত্ৰত বৃহস্পতি গ্ৰহক ধন, দান, পুণ্য আৰু বৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়৷ সেয়ে দেৱগুৰুৰ কৃপাত বেয়া সময় আঁতৰি ভাল সময় আহিব৷ ২০২৫ৰ শেষত গুৰু বক্ৰী হব৷ ১১ নৱেম্বৰ ২০২৫ৰ গুৰু বক্ৰী হব আৰু ৫ ডিচেম্বৰ ২০২৫ পৰ্যন্ত ওলোটা গতিত চলিব৷ প্ৰায় ২৫ দিন পৰ্যন্ত মিথুন ৰাশিত বৃহস্পতিৰ বক্ৰী থাকিব আৰু সেই সময়ত ৩ ৰাশিৰ জাতক জাতিকা লাভৱান হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ শুভ সময় আহিব গুৰু বক্ৰীৰ ফলত৷ অপ্ৰত্যাশিত ধন আহিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হব৷ আপোনাৰ জ্ঞানে আপোনাক লাভ দিব৷ বিনিয়োগৰ পৰা লাভ হব পাৰে৷ চিন্তা ভাৱনা কৰি কৰা বিনিয়োগৰ পৰা লাভ হব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাইয়ো ভাল সময় কটাব৷ কেৰিয়াৰ আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই বৃহৎ লাভৰ মুখ দেখিব এই ৰাশিৰ জাতক জাতিকাই৷ চাকৰিয়ালৰ প্ৰমোছনৰ সম্ভাৱনা৷ বেকাৰসকলে চাকৰি লাভ কৰিব৷ জীৱনত সুখ সমৃদ্ধি বৰ্তি থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাও লাভৱান হব বৃহস্পতিৰ গোচৰত৷ আৰ্থিক লাভৰ মুখ দেখিব এই ৰাশিৰ জাতক জাতিকাই৷ দীৰ্ঘ যাত্ৰাত ওলাব পাৰে৷ আয় বাঢ়িব৷ প্ৰমোছন হব৷ সমাজত মান সন্মান পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

September 20, 2026
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে
জীৱনশৈলী

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
Next Post
গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.