• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

1 year ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

4 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

5 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

6 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

7 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

7 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

8 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

9 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

9 hours ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

10 hours ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

12 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

13 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?

editor by editor
June 2, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গেছৰ বিষ ভাৱি অৱহেলা কৰিলেই বিপদ! লিভাৰৰ কৰ্কটে শৰীৰত বাঁহ বান্ধিছে নেকি? কি কি লক্ষণে দেখা দিলে সতৰ্ক হ’ব?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গা -মূৰ গৰম হৈ থাকে, জ্বৰ নাই, হঠাৎ ক্লান্তিয়ে আৱৰি ধৰিছে৷ ভোক নাই, পেটটো ফুলা ফুলা ভাৱ অনবৰতে লাগি থাকে৷ ভাৱিছে গেছেই হৈছে৷ চিকিৎসকে কিন্তু কৈছে, এই উপসৰ্গ লিভাৰ কৰ্কটৰ প্ৰথম ভাগৰ লক্ষণো হব পাৰে৷ আৰু ঠিক সময়ত ধৰা নপৰিলে সেই নীৰৱ ঘাতক ক্ৰমে মাৰাত্মক হৈ উঠিব পাৰে৷ লিভাৰ কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত উপসৰ্গ ইমানেই মৃদু যে বহুতেই বুজিব নোৱাৰে৷ ফলত ৰোগী যেতিয়া চিকিৎসকৰ কাষলৈ যায় তেতিয়ালৈ বহু দেৰি হৈ যায়৷ কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

১. পেটৰ সোঁফালে অস্বস্তি বা বিষ

লিভাৰ শৰীৰৰ সোঁফালে থাকে৷ প্ৰাথমিক পৰ্যায়ত বহুতেই পেটৰ ওপৰৰ সোঁফালে হালকা বিষ বা চাপ অনুভৱ কৰিব৷ কেতিয়াবা কেতিয়া সেয়া পিঠিৰ ফালেও যায়৷ বহুতেই এয়া গেছৰ বিষ বুলি ভুল কৰে৷

২. বিনা কাৰণত ওজন কমি যোৱা

ডায়েট বা ব্যায়াম নকৰিলেও যদি শৰীৰৰ ওজন হঠাৎ কমি যায় তেতিয়া সতৰ্ক হোৱা দৰকাৰ৷ লিভাৰ কৰ্কটত শৰীৰৰ ওজন কমি যায়৷ পেশীও ক্ষয় যায়, ভোকো কমি যায়৷

৩. পেট ফুলি থকা বা পানী জমা হোৱা

পেট ফুলা অনুভৱ হলে অৱহেলা নকৰিব৷ লিভাৰৰ কৰ্কট হলে শৰীৰত প্ৰটিনৰ ঘাটি হয়, ফলত পেটত পানী জমা হয়৷ দেখাত সমস্যাটো গেছৰ দৰে হলেও প্ৰকৃতপক্ষে সেয়া কৰ্কটৰ লক্ষণ৷

৪. চকু আৰু চাল হালধীয়া হৈ পৰা

লিভাৰে ঠিকধৰণে কাম নকৰিলে শৰীৰত বিলিৰুবিন নামৰ এবিধ ৰঞ্জক জমা হয়৷ ফলত চকু আৰু চাল হালধীয়া হৈ যায়৷ বহু সময়ত প্ৰস্ৰাৱৰ ৰং গাঢ় হৈছে৷ ছালত খজুলিও হব পাৰে৷

৫. অতিৰিক্ত ক্লান্তি বা দুৰ্বলতা

টোপনিতো ক্লান্ত অনুভৱ হৈয়েই থাকে৷ প্ৰতিদিনৰ কামত মন নবহে৷ এয়া কৰ্কটৰ প্ৰাথমিক লক্ষণ৷ কৰ্কটে শৰীৰৰ কোষসমূহক দুৰ্বল কৰে৷ ফলত ক্লান্তিভাৱে শৰীৰত বাঁহ বান্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?
জীৱনশৈলী

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

June 29, 2026
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?
নিয়োগ

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

June 29, 2026
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা
জীৱনশৈলী

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

June 29, 2026
Next Post
এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

এবাৰ আৰম্ভ হ’লে ১৬ বছৰ ধৰি চলে বৃহস্পতিৰ মহাদশা, জানক এই সময়ত জীৱনলৈ কি কি পৰিবৰ্তন আহে?

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

কাইলৈ মঙলবাৰে বজৰংবলীৰ কৃপাত উন্নতি, এই ৫ৰাশিৰ উন্নতিয়ে আকাশ চুব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.