• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

11 months ago
Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

4 minutes ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

32 minutes ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

57 minutes ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

2 hours ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

3 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

3 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

4 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

6 hours ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

6 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

editor by editor
June 5, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গোপনে বিবাহ পাশত আৱদ্ধ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা, স্বামী ৬৫ বছৰীয়া পিনাকী মিশ্ৰ

তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰাই গোপনে বিবাহ পাশত আৱদ্ধ হয়। স্বামী ৰূপে বৰণ কৰে বিজু জনতা দলৰ নেতা তথা ওড়িশাৰ পুৰীৰ ৪ বাৰৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা পিনাকী মিশ্ৰক ।

দুয়োৰে একেলগে ফটো ভাইৰেল হৈ পৰিছে, যদিও এতিয়ালৈকে দুয়োৰে পৰা বিবাহ সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। বাতৰি অনুসৰি মাহুৱা আৰু পিনাকিৰ বিবাহ জাৰ্মানীত হৈছে।

‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এক বাতৰি অনুসৰি জাৰ্মানীত মহুৱা আৰু পিনাকিয়ে মনে মনে বিবাহ পাশত আৱদ্ধ হয়। এই বিষয়ত এতিয়ালৈকে টিএমচিৰ পৰা কোনো সঁহাৰি পোৱা নাই।

মাহুৱাৰ পূৰ্বে ডেনিছ বিত্তীয় বিষয়া লাৰ্ছ ব্ৰ’ৰ্চেনৰ সৈতে সম্পৰ্ক আছিল যদিও তেওঁলোকৰ বিবাহ বেছি দিন তিষ্টিব নোৱাৰে আৰু তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। উল্লেখ্য যে, মহুৱা আৰু পিনাকী দুয়োৰে এয়া দ্বিতীয় বিবাহ।

বৰ্তমানে মহুৱা মৈত্ৰাই সাংসদ হিচাপে দ্বিতীয়টো কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰি আছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ কৃষ্ণ নগৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই নির্বাচনত মহুৱাই জয়লাভ কৰিছিল। একেখন আসনৰ পৰাই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয় মহুৱা। দুয়োবাৰেই বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি জয়ী হৈছিল মহুৱা।

আনহাতে বিজু জনতা দলৰ নেতা পিনাকী মিশ্ৰ ওড়িশাৰ পুৰীৰ ৪ বাৰৰ সাংসদ। লোকসভাৰ তথ্য অনুসৰি পিনাকীয়ে প্ৰথমে সংগীতা মিশ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ১৯৮৪ চনৰ ১৬ জানুৱাৰীত পিনাকি আৰু সংগীতাৰ বিবাহ হয়। তেওঁলোকৰ দুটা সন্তানো আছে। সূদীৰ্ঘকাল অকলে থকাৰ পাছত এতিয়া ৬৫ বছৰ বয়ত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হয় পিনাকী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?
ফেশ্বন

Met Gala ত কৰণ জোহৰৰ অদ্ভুত পোছাক, সকলোৱে ক’লে এয়া কি?

May 5, 2026
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

May 5, 2026
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?
জীৱনশৈলী

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

May 5, 2026
Next Post
সকলোতকৈ প্ৰধান শত্ৰু হৈ পৰে এই তাৰিখত জন্মা লোক, কেতিয়াও লাগি নলব

সকলোতকৈ প্ৰধান শত্ৰু হৈ পৰে এই তাৰিখত জন্মা লোক, কেতিয়াও লাগি নলব

১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

১ লাখ টকা হৈ পৰিব ৫৩ লাখ! পাছে ক’ত কিদৰে কৰিব লাগিব বিনিয়োগ, এতিয়াই পঢ়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.