• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

10 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

2 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

2 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

4 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

5 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

6 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

6 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

7 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

7 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

8 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক

editor by editor
June 7, 2025
in জীৱনশৈলী
0
প্ৰতিদিনে জমা কৰক মাত্ৰ ৫০ টকা, ম্যাদত শেষত পাব ৩৫ লাখ টকা! পোষ্ট অফিচৰ দুৰ্দান্ত এই স্কিমৰ বিষয়ে জানি থওক
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিৰাপদ বিনিয়োগ কৰিবলৈ আৰু নিশ্চিতভাৱে ৰিটাৰ্ণ পাবলৈ বহুতেই পোষ্ট অফিচকেই ভৰসা কৰে৷ বিনিয়োগৰ ক্ষেত্ৰত পোষ্ট অফিচৰ বিভিন্ন স্কিমৰ জনপ্ৰিয়তা থাকে তুংগত৷ গাওঁ হওক কিংবা চহৰ, সকলো স্থানতেই বিনিয়োগকাৰীয়ে পোষ্ট অফিচৰ বিভিন্ন স্কিমত বিনিয়োগ কৰে৷ আৰু পোষ্ট অফিচৰ অন্যতম জনপ্ৰিয় স্কিম হৈছে গ্ৰাম সুৰক্ষা যোজনা৷ ইয়াৰ আওঁতাত বিনিয়োগকাৰীয়ে ভাল ৰিটাৰ্ণ পাব পাৰে৷ গাওঁ সুৰক্ষা যোজনাৰ কথা ক’বলৈ গলে এই গাওঁ এলেকাত বসবাসকাৰী মানুহৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে৷ ইয়াৰ অধীনত বিনিয়োগকাৰীয়ে সৰ্বোচ্চ ১০ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে৷ আৰু বিনিয়োগৰ ম্যাদৰ কথা ক’বলৈ গলে বিনিয়োগকাৰীয়ে ১০, ১৫, ২০, ২৫ বছৰৰ বাবে এই স্কিমত বিনিয়োগ কৰি সুবিধা লাভ কৰিব পাৰে৷

পোষ্ট অফিচৰ গাওঁ সুৰক্ষা প্ৰকল্প

গাওঁ এলেকাত বসবাসকাৰী মানুহৰ সুবিধাৰ কথা মূৰত ৰাখিয়েই পোষ্ট অফিচৰ গাওঁ সুৰক্ষা যোজনা আৰম্ভ কৰা হৈছে৷ এই যোজনাৰ আওঁতাত ৰুবেল পোষ্টেল লাইফ ইঞ্চুৰেন্স স্কিম আৰম্ভ কৰা হৈছে যাতে গাওঁত বসবাস কৰা মানুহ উপকৃত হব পাৰে৷ বিনিয়োগকাৰীয়ে যদি প্ৰতিদিনে ৫০ টকাকৈ বিনিয়োগ কৰে তেন্তে তেওঁ ৩৫ লাখ টকা পৰ্যন্ত সুবিধা পাব পাৰে৷
এই স্কিমৰ সুবিধা লোৱাৰ বাবে বিনিয়োগকাৰীৰ বয়স ১৯ৰ পৰা ৫৫ বছৰৰ মাজত হব লাগে৷ গাওঁ সুৰক্ষা যোজনা প্ৰকল্পৰ আওতাত বিনিয়োগকাৰীয়ে মাহিলী, ত্ৰিমাসিক, অৰ্ধ বাৰ্ষিক অথৱা বাৰ্ষিক আকাৰৰ প্ৰিমিয়াম বিনিয়োগ কৰিব পাৰে৷ এই প্ৰকল্পৰ অধীনত বিনিয়োগকাৰীক প্ৰতিদিনে ৫০ টকা অৰ্থাৎ প্ৰতি মাহে ১৫০০ টকাকৈ জমা কৰিব লাগিব৷ বিনিয়োগকাৰীয়ে যদি ১৯ৰ পৰা ৫৫ বছৰৰ মাজত বিনিয়োগ আৰম্ভ কৰে তেন্তে ৮০ বছৰ বয়স হোৱাৰ পাছত বিনিয়োগকাৰীয়ে ৩৫ লাখ টকা পাব পাৰে৷ ইয়াৰ ফলত যদি বিনিয়োগকাৰীৰ যদি মৃত্যুও হয় তেন্তে সমস্ত সুবিধা নমিনিক দিয়া হয়৷

এই সুবিধা কেনেকৈ পোৱা যায়?

বিনিয়োগকাৰীয়ে যদি এই স্কিমৰ সুবিঘা লব খোজে তেন্তে তেওঁ নিজৰ নিকটবৰ্তী ডাকঘৰত যোগাযোগ কৰক৷ তাতেই প্ৰাসংগিক তথ্য সংগ্ৰহ কৰাৰ পাছতই ইয়াৰ বাবে আবেদন কৰিব পাৰে৷ কেতিয়া এই টকা পাব? পোষ্ট অফিচৰ গাওঁ সুৰক্ষা যোজনাৰ বিনিয়োগকাৰী সুবিধাভোগীসকলে ৮০ বছৰ বয়স পূৰ্ণ হোৱাৰ পাছত পলিছিৰ সম্পূৰ্ণ পৰিমাণ, অৰ্থাৎ ৩৫ লাখ টকা প্ৰদান কৰা হয়৷ প্ৰয়োজনত বহুতে ইয়াৰ পূৰ্বে এই টকাৰ বাবে ক্লেম কৰিব পাৰে৷ এইক্ষেত্ৰক প্ৰকল্পৰ নিয়ম অনুসৰি যদি বিনিয়োগকাৰীয়ে ৫৫ বছৰ বয়সত যদি এই বিনিয়োগৰ ম্যাদপূৰ্তি হয় তেন্তে ৩১.৬০ লাখ টকা, ৫৮ বছৰ বয়সত ৩৩.৪০ লাখ টকা আৰু ৬০বছৰ বয়স ম্যাদপূৰ্তিৰ পাছত ৩৪.৬০ লাখ টকা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
গহনা বন্ধক দিলে লাভ কৰিব আৰু বেছি ধন! গল্ডলোনত কেইবাটাও বৃহৎ সালসলনি কৰিছে ৰিজাৰ্ভ বেংকে

গহনা বন্ধক দিলে লাভ কৰিব আৰু বেছি ধন! গল্ডলোনত কেইবাটাও বৃহৎ সালসলনি কৰিছে ৰিজাৰ্ভ বেংকে

আৰু মাত্ৰ ৩দিন…! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

আৰু মাত্ৰ ৩দিন...! হনুমানৰ প্ৰিয় এই ৫ৰাশিৰ জাতক, বজৰংবলীৰ কৃপাত ভাৱিব নোৱৰা উন্নতি কৰিব এইকেইটা ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.