• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে

মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে

1 year ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

2 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

3 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

3 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

3 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

4 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

5 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

8 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

8 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে

editor by editor
June 10, 2025
in ক্ৰীড়া, বিশ্ব
0
মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাথো ২৯ বছৰতেই ক্ৰিকেটক বিদায় দি বিশ্বক আচৰিত কৰিলে বিস্ফোৰক ক্ৰিকেটাৰে

বিস্ফোৰক বেটিঙেৰে বৰ্তমানৰ ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰা ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰানে মাথো ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। পুৰণৰ অৱসৰৰ কথা ঘোষণাৰ লগে লগে বিশ্ব ক্ৰিকেট আচৰতি হৈ পৰে।

বিশ্বমানৰ বেটছমেন আৰু গেম চেঞ্জাৰ হিচাপে পৰিচিত নিকোলাছ টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক ১০৬খন মেচ খেলা ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ আৰু তেওঁৰ নামত ২,২৭৫ ৰান আছে।

টি-২০ ইণ্টাৰনেশ্যনেলত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰীও পুৰান। খেলপথাৰত পুৰাণৰ প্ৰদৰ্শন আৰু দলৰ ভিতৰত তেওঁৰ প্ৰভাৱে ৱেষ্ট ইণ্ডিজ ক্ৰিকেটত স্থায়ী প্ৰভাৱ পেলাইছে। টি-২০ ইণ্টাৰনেশ্যনেলৰ উপৰিও পূৰানে ৱেষ্ট ইণ্ডিজৰ হৈ ৬১খন এদিনীয়া খেলি মুঠ ১৯৮৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

পুৰণে ইনষ্টাত এটা পোষ্ট শ্বেয়াৰ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিচ্ছিন্ন হোৱাৰ কথা কৈছে। পুৰানে লিখিছে, “তেওঁ ভালপোৱা খেলখনে তেওঁক বহুত দিছে আৰু দি থাকিব। সুখ, অবিস্মৰণীয় স্মৃতি আৰু ৱেষ্ট ইণ্ডিজ দলটোক প্ৰতিনিধিত্ব কৰাৰ সুযোগ। মেৰুণ জাৰ্চি পিন্ধি, ৰাষ্ট্ৰীয় সংগীতৰ বাবে থিয় দিয়া আৰু প্ৰতিবাৰ খেলপথাৰত ভৰি দিয়াৰ সময়ত নিজৰ সকলোখিনি উজাৰি দিয়া… তেওঁৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ কি সেয়া শব্দৰে প্ৰকাশ কৰাটো কঠিন। অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়াটো এটা সন্মান যিটো তেওঁ সদায় নিজৰ হৃদয়ৰ ওচৰত ৰাখিব।”

এদিনীয়া মেচত নিকোলাছ পুৰাণৰ তিনিটা শতক আৰু ১১টা অৰ্ধশতক। একে সময়তে পুৰানে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১১টা অৰ্ধশতক অৰ্জন কৰিছে। উল্লেখ্য যে নিকোলাছ পুৰানে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত কেতিয়াও টেষ্ট খেলাৰ সুযোগ পোৱা নাছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Nicholas PooranWest IndiesWorld Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
Next Post
সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

মেঘালয় অনাৰ পূৰ্বে সোনমৰ অন্য স্বাস্থ্য পৰীক্ষাৰ লগতে গৰ্ভাৱস্থা পৰীক্ষাও সম্পন্ন

মেঘালয় অনাৰ পূৰ্বে সোনমৰ অন্য স্বাস্থ্য পৰীক্ষাৰ লগতে গৰ্ভাৱস্থা পৰীক্ষাও সম্পন্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.