• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

1 year ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

3 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

3 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

4 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

5 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

5 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

6 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

8 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

8 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

9 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

10 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

11 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে

editor by editor
June 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সোনমৰ কেইবা কোটি টকাৰ ব্যৱসায়! প্ৰেমিক ৰাজে লাভ কৰিছিল মাত্ৰ ২০ হাজাৰ! ২০ লাখ টকাৰ লোভতেই হত্যাকাণ্ড? কি কৈছে আৰক্ষীয়ে
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়লৈ হানিমুনলৈ গৈ স্বামীক হত্যাৰ ঘটনাত ধৰা পৰিছে সোনম ৰঘুবংশীসহ পাঁচজনকৈ লোক৷ ধৃতসকলৰ মাজত আছে সোনমৰ চৰ্চিত প্ৰেমিক ৰাজ সিং কুশৱাহাও৷ সেই ঘটনাৰ তদন্তত এইবাৰ উঠিছে নতুন তথ্য৷ আৰক্ষী সূত্ৰৰ পৰা জনা গৈছে যে কোটি কোটি টকাৰ ছানমাইকাৰ ব্যৱসায় আছে ৰঘুবংশী পৰিয়ালৰ৷ ইন্দোৰৰ বিশেষ এলেকাত আছে তেওঁলোকৰ ছানমাইকা তৈয়াৰৰ এক কাৰখানাও৷

সেই কাৰখানাৰ পৰা বাৰ্ষিক মুনাফা হয় প্ৰায় ১২ৰ পৰা ১৫ কোটি টকা৷ সেই কাৰখানাতেই কৰ্মচাৰী হিচাপে কাম কৰে সোনমৰ প্ৰেমিক ৰাজেও৷ কাৰখানাৰ ছুপাৰভাইজাৰ হিচাপে কাম কৰাৰ বাবে মাহিলী ২০০০০ টকা দৰমহা পাইছিল তেওঁ৷ অন্যহাতে সোনমৰ স্বামী ৰাজা ৰঘুবংশীৰ পৰিয়ালৰো ট্ৰান্সপৰ্টৰ ব্যৱসায় আছে৷ ইন্দোৰত ৰঘুবংশী ট্ৰান্সপৰ্ট নামেৰে পৰিবহনৰ ব্যৱসায় আছে তেওঁলোকৰ৷ ৰাজাৰ তিনি ভায়েক মিলি যৌথভাৱে সেই ব্যৱসায় সম্ভালি আছে৷

আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি স্বামীক হত্যা কৰাৰ বাবে ভাৰাতীয়া হত্যাকাৰী ২০ লাখ টকা পৰ্যন্ত দিবলৈ ৰাজী হৈছিল সোনম৷ আনকি প্ৰেমিককো আশ্বাস দিছিল বিধৱা হলে তেওঁক বিয়া কৰাব৷ ২০ হাজাৰ টকাৰ পৰা একেবাৰে ২০ লাখ টকা পাই ৰাজেই হত্যাত সংগ দিছিল সোনমক বুলিও তথ্য প্ৰকাশ পাইছে৷

এই সকলো অভিযোগ অস্বীকাৰ কৰিছে ৰাজৰ পৰিয়ালে৷ ৰাজৰ মাতৃৰ মত, ‘পুত্ৰই কেতিয়াও এনে কাম কৰিব নোৱাৰে৷ সোনম আৰু তেওঁৰ পৰিয়ালে কামৰ বাবে ফোন কৰে৷ তেওঁলোকৰ অন্য কোনো সম্পৰ্ক নাছিল৷’ মাতৃয়ে জনাই যে ৰাজৰ বয়স মাত্ৰ ২০ বছৰ৷ দশম শ্ৰেণী পাছ কৰিছেহে মাত্ৰ৷ ৰাজৰ বন্ধু ৰাহুল ৰাজপুতেও কৈছে, ‘সোনমক বা বুলি মাতিছিল ৰাজে৷ দুই এবাৰ ৰাখীও বান্ধিছে সোনমে৷ আমি বিশ্বাস নকৰো যে সি তেনে কৰিব পাৰিব৷’

মধুচন্দ্ৰিমাত গৈ স্বামীক হত্যাক অভিযোগত ১৭ দিন পাছত উত্তৰপ্ৰদেশৰ গাজিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছে সোনম৷ ১১ মেত বিয়া হৈছিল তেওঁলোকৰ৷ বিগত ২ জুনত  ছহৰাত দেহ উদ্ধাৰ হয় ৰাজা ৰঘুবংশীৰ৷ কিন্তু বিচাৰি পোৱা নাছিল সোনমক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন
বাণিজ্য

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

July 10, 2026
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!
বাণিজ্য

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

July 10, 2026
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে
বিনোদন

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

July 10, 2026
Next Post
গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.