• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

1 year ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

24 minutes ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

1 hour ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

2 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

3 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

3 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

4 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

14 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

14 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

14 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

15 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব

editor by editor
June 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গুগল মেপ অনুসৰণ কৰি যাত্ৰা কৰে নেকি? গুগল মেপ চাই যাত্ৰা কৰোতেই নিৰ্মীয়মান ফ্লাইঅভাৰত এনেকৈ ৰৈ গ’ল বাহন, ভাইৰেল ভিডিঅ’ দেখিলে আপোনাৰো বুকু কঁপি উঠিব
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুগল মেপ অনুসৰণ কৰি বাহন চলাই নেকি? সাৱধান হওক অন্যথা বিপদ আহিব পাৰে আপোনাৰ সন্মুখতো৷ গুগল মেপ অনুসৰণ কৰি বাহন চলাই যাওঁতেই ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে চালক৷ গুগল মেপ চাই নিৰ্মীয়মান ফ্লাই অভাৰৰ ওপৰেৰে বাহন চলাই গৈছিল চালকজনে৷ ফ্লাইঅভাৰখনৰ শেষপ্ৰান্তত গৈ ওলমি ৰয় বাহন৷ কাৰণ ফ্লাই অভাৰখন তেতিয়াও সম্পূৰ্ণ হৈ উঠা নাছিল৷ ফলত বাহনৰ চকা ওলমি ৰয় আধাতে৷ কথমপি প্ৰাণ ৰক্ষা পৰিছে বাহনত থকা যাত্ৰী আৰু চালকৰ৷

দেওবাৰে নিশা এই ঘটনা৷ উত্তৰপ্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ ২৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এক নিৰ্মীয়মান ফ্লাইঅভাৰত এই ঘটনা৷ ৰাষ্ট্ৰীয় ঘাইপথটো বহল কৰাৰ ওপৰিও একাধিক স্থানত ফ্লাইঅভাৰো নিৰ্মাণ কৰি থকা হৈছে৷ তেনে এক নিৰ্মীয়মান ফ্লাইঅভাৰত উঠিয়েই দুৰ্ঘটনাত পতিত হৈছে এখন বাহন৷

https://x.com/PTI_News/status/1932293344635588987

গোৰক্ষপুৰৰ পৰা সোনাউল হৈ ভাৰত নেপালক যুক্ত কৰা এই ৰাষ্ট্ৰীয় ঘাইপথত একাধিক উন্নয়নমূলক কাম কৰি থকা হৈছে৷ ৰাস্তা বহল কৰাৰ লগতে একাধিক ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে৷ সেই পথতেই দুৰ্ঘটনাত পতিত হৈছে বাহনখন৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি দেওবাৰে নিশা ১ বজাত বিকট শব্দ শুনা যায়৷ তাৰপিছতেই বাহিৰলৈ গৈ দেখে যে এখন বাহন নিৰ্মীয়মান ফ্লাইঅভাৰত ওলমি থকা অৱস্থাত আছে৷ কিন্তু তেতিয়া বাহনখনৰ ভিতৰত কোনো নাছিল৷ পিছদিনা পুৱা ঘটনাস্থলী আৰক্ষীয়ে পৰিদৰ্শন কৰে৷ ফ্লাইঅভাৰ নিৰ্মাণকাৰী সংস্থাৰ সৈতেও বিশেষ আলাপত মিলিত হয় আৰক্ষী৷ শেষত ক্ৰেনৰ সহায়ত বাহনখন লৈ যোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে জনাইছে যে বাহনখনৰ নম্বৰৰ ওপৰত ভিত্তি কৰিয়েই মালিকৰ সন্ধান কৰি থকা হৈছে৷ কেনেকৈ তেওঁলোকে বাহনখন নিৰ্মীয়মান ফ্লাইঅভাৰত উঠালে সেই বিষয়েও জনাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

উল্লেখ কৰা প্ৰয়োজন যে বিগত বৰ্ষতো বৰেলিৰ পৰা বাদাউন যোৱাৰ সময়ত গুগল মেপ অনুসৰণ কৰি যাওঁতে ফ্লাইঅভাৰৰ পৰা নদীপ পৰি গৈছিল এখন বাহন৷ সেই সময়ত এই ঘটনাক লৈ দুখপ্ৰকাশ কৰি গুগলে জনাইছিল যে গুগল মেপক আৰু উন্নত কৰাৰ বাবে কাম কৰি থকা হৈছে৷ ইয়াৰ মাজতেই আকৌ এবাৰ গুগল মেপ অনুসৰণ কৰি দুৰ্ঘটনাত পৰিছে আন এখন বাহন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?
জীৱনশৈলী

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

August 1, 2026
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা
জীৱনশৈলী

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

August 1, 2026
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি
বিশ্ব

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

August 1, 2026
Next Post
দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

দৰা ৯৫ বছৰীয়া, ইফালে কইনাৰ বয়স ৯০! ৭০ বছৰ লিভ ইন ৰিলেশ্ব্যনচিপত থকাৰ অন্তত বিবাহ, ককা-আইতাক শুভেচ্ছা দেশবাসীৰ

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

কোনে প্ৰথমে আঘাত কৰিছিল ৰাজাক? সোনমৰ নিৰ্দেশতেই আঘাত হানিছিল ছুপাৰি কিলাৰে, সোনমে ৰেডী ৰাখিছিল আন এটা প্লেনো, কি এই প্লেন B?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.