• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

1 year ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

21 seconds ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

31 minutes ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

2 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

2 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

3 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

3 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

4 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

4 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

5 hours ago
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

5 hours ago
বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

বাল্য বিৱাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ অভিযান

20 hours ago
সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

সুখবৰ! কৰ্মচাৰী-পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ বাম্পাৰ উপহাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

editor by editor
June 12, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১ জুলাইৰ পৰা সলনি হ’ব তৎকালীন টিকটৰ নিয়ম, সাধাৰণ যাত্ৰীসকলৰ বাবে সকাহ

ভাৰতীয় ৰেলৱেই ১১ জুন বুধবাৰে তৎকালীন টিকট বুকিং ব্যৱস্থাত কেইবাটাও সংশোধনীৰ কথা ঘোষণা কৰে। নতুন বিধানত অনলাইন তৎকালীন বুকিঙৰ বাবে আধাৰ ভিত্তিক পৰীক্ষণ বাধ্যতামূলক কৰা হৈছে। অৰ্থাৎ আই আৰ চি টি চি এপত আধাৰ লিংক নথকাসকলে তৎকালীন টিকট বুকিং কৰিব নোৱাৰিব।

ৰে’ল মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে ইয়াৰ উদ্দেশ্য হৈছে সকলোৰে বাবে তৎকালীন টিকটৰ সমান সুবিধা নিশ্চিত কৰা আৰু অপব্যৱহাৰ ৰোধ কৰা।

লগতে ইয়াকো কয় যে, ‘১ জুলাইৰ পৰা আই আৰ চি টি চিৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তে বুকিং কৰা তৎকালীন টিকট কেৱল আধাৰ প্ৰমাণিত ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ হ’ব।’ একে সময়তে অহা ১৫ জুলাইৰ পৰা অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা পোষ্টত লিখে, ‘তৎকালীন টিকটিং প্ৰকৃত ব্যৱহাৰকাৰীৰ বাবে অধিক সুলভ কৰি তোলা হৈছে। ২০২৫ চনৰ ১ জুলাইৰ পৰা IRCTC-website/app ৰ জৰিয়তে তৎকাল বুকিঙৰ অনুমতি কেৱল আধাৰ প্ৰমাণীকৃত ব্যৱহাৰকাৰীৰ বাবেহে।

তৎকালীন টিকট বুকিং ব্যৱস্থাত কৰা সংশোধনীৰ জৰিয়তে এতিয়া অবৈধ আৰু ভুৱা আইডি থকা ব্যৱহাৰকাৰীক ৰোধ কৰিব পৰা যাব। লগতে এজেন্ট সন্দৰ্ভত লোৱা সিদ্ধান্তই যাত্ৰীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian RailwayNew RuleRail TicketRailway Ministry
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’
ৰাজনীতি

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

October 29, 2026
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!
ভাৰত

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

October 29, 2026
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম
ভাৰত

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

October 29, 2026
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু
ৰাজনীতি

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

October 29, 2026
Next Post
মংগলসূত্ৰই ফাদিল কৰিলে সকলো ৰহস্য, মেঘালয় আৰক্ষীয়ে জনালে ঘটনাৰ বহু তথ্য

মংগলসূত্ৰই ফাদিল কৰিলে সকলো ৰহস্য, মেঘালয় আৰক্ষীয়ে জনালে ঘটনাৰ বহু তথ্য

আন এক সোনম কাণ্ড, বিবাহৰ ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ

আন এক সোনম কাণ্ড, বিবাহৰ ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.