• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত এইকেইটা ৰাশিৰ আৰম্ভ হ’ব ভাল দিন! ৬গ্ৰহৰ স্থান সলনিত ধনসুখ আহিব এই ৩ৰাশিৰ

জুলাইত এইকেইটা ৰাশিৰ আৰম্ভ হ’ব ভাল দিন! ৬গ্ৰহৰ স্থান সলনিত ধনসুখ আহিব এই ৩ৰাশিৰ

1 year ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

32 minutes ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

1 hour ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

3 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

4 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

12 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

13 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

13 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

15 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

15 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইত এইকেইটা ৰাশিৰ আৰম্ভ হ’ব ভাল দিন! ৬গ্ৰহৰ স্থান সলনিত ধনসুখ আহিব এই ৩ৰাশিৰ

জুলাইত এইকেইটা ৰাশিৰ আৰম্ভ হ’ব ভাল দিন! ৬গ্ৰহৰ স্থান সলনিত ধনসুখ আহিব এই ৩ৰাশিৰ

editor by editor
June 28, 2025
in জীৱনশৈলী
0
জুলাইত এইকেইটা ৰাশিৰ আৰম্ভ হ’ব ভাল দিন! ৬গ্ৰহৰ স্থান সলনিত ধনসুখ আহিব এই ৩ৰাশিৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰমতে প্ৰতিটো গ্ৰহৰ অৱস্থানৰ ভিত্তিত তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ জাতক জাতিকাৰ ওপৰত পৰে৷ ইফালে জুলাই মাহত গ্ৰহৰ ৰজা সূৰ্যই ধন, সম্পত্তিৰ দাতা শুক্ৰই, কৰ্মফলত দেৱতা শনিদেৱে, সমৃদ্ধিৰ কাৰক গুৰু, ব্যৱসায়দাতা বুধে, গ্ৰহৰ সেনাপতি মঙ্গলে অৱস্থান সলনি কৰিব৷ তাৰপিছতেই একাধিক ৰাশিৰ জাতক জাতিকাই তাৰ ফল পাবলৈ আৰম্ভ কৰিব৷ জানি থওক লাকী ৰাশি কি কি?

মেষ ৰাশি

এই সময়ত আপোনাৰ মান সন্মান বাঢ়িব৷ সমগ্ৰ জুলাই মাহ আপোনাৰ বাবে খুবেই লাকী প্ৰমাণিত হব পাৰে৷ আপোনাৰ জনপ্ৰিয়তা বাঢ়িব পাৰে৷ নিজৰ কামৰ স্থানত নতুন কোনো পদ পাব পাৰে৷ নতুন কিবা কামো আৰম্ভ কৰিব পাৰে৷ দাম্পত্য জীৱনত মাধুৰ্য্য আহিব৷ জীৱনসংগীৰ সৈতে কোনো স্থানলৈ ফুৰিবলৈ যাব পাৰে৷ চাকৰিৰ দিশৰ পৰা কোনো ডাঙৰ প্ৰজেক্ট পাব পাৰে৷ প্ৰমোছনৰ যোগ আছে ব্যৱসায় কৰিলে এই সময়ত কোনো চুক্তি লাভ কৰিব পাৰে৷

কন্যা ৰাশি

জুলাই মাহ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে খুবেই লাভদায়ক হব পাৰে৷ কাৰণ গুৰু গ্ৰহ আপোনাৰ কৰ্মভাৱত উদয় হব আৰু আপোনাৰ ৰাশিৰ সপ্তমভাৱত বক্ৰী হব৷ এই সময়ত আপুনি কামৰ দিশৰ বেছ লাভ অৰ্জন কৰিব৷ দাম্পত্য জীৱনত যিসকল আছে তেওঁলোক সুখী থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ কথা চলিব৷ আপোনাৰ জনপ্ৰিয়তা বাঢ়িব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হব৷ পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা থাকিলে দূৰ হব৷

মীন ৰাশি

শনি আপোনাৰ ৰাশিৰ লগ্নভাৱত থাকি বক্ৰী হব৷ গুৰু আপোনাৰ ৰাশিত চতুৰ্থভাৱে উদয় হব৷ এই সময়ত আপোনাৰ ব্যক্তিত্বলৈ উজ্জ্বলতা আহিব৷ আপুনি কোনো বাহন বা সম্পত্তি কিনিব পাৰে৷ এই সময়ত বিদেশযাত্ৰা বা দূৰ দেশত চাকৰিৰ সুযোগ পাব পাৰে৷ ধাৰ্মিক আৰু সামাজিক কামত আপোনাৰ সক্ৰিয়তা বাঢ়িব৷ পঢ়াশুনা বা লেখাৰ কামত যদি জড়িত থকাসকলৰ বাবে শুভ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক
জীৱনশৈলী

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

September 2, 2026
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

September 2, 2026
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!
জীৱনশৈলী

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

September 2, 2026
Next Post
মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.