• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

12 months ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

12 minutes ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

1 hour ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

16 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

16 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

17 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

17 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

18 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

20 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

21 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

21 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?

editor by editor
June 28, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত
0
মহাকাশত অসুস্থ হৈ পৰিছে শুভাংশু শুক্লা, কি হৈছে শুভাংশুৰ?
0
SHARES
997
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাকাশত গৈ অসুস্থ বোধ কৰিছে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই৷ ১৪ দিন মহাকাশ ষ্টেচনত থকাৰ উদ্দেশ্যে মহাকাশ ষ্টেচনলৈ যাত্ৰা কৰিছে শুভাংশুসহ তেওঁৰ দল৷ তাতেই গৈ অসুস্থ বোধ কৰিছে শুভাংশুৱে৷ মহাকাশ ষ্টেচনত উপস্থিত হোৱাৰ পাছতেই প্ৰচুৰ টোপনি লগা বুলি জনাইছে শুভাংশুৱে৷ নিজেই সেই কথা জনাইছে শুভাংশুৱে৷ তাত তেওঁলোকে নকৈ খোজ কাঢ়িবলৈ শিকা শিশুৰ দৰে খোজ কাঢ়িবলৈ লৈছে৷ নতুনকৈ খাবলৈকো শিকিছে বুলি জনাইছে৷

এই বিষয়ক লৈ বেছি চিন্তা কৰিবলৈ বাধা দিছে নাছাই৷ তেওঁলোকৰ পক্ষৰ পৰা কোৱা হৈছে যে সকলো এতিয়া ভৰশূন্য অৱস্থাত আছে৷ ফলত তাত গৈ এনে পৰিস্থিতি তৈয়াৰ হৈছে৷ কেইবাদিনৰ ভিতৰত সমগ্ৰ বিষয়টো এডজাষ্ট হৈ পৰিব বুলিও জনাইছে৷

ফুটবল খেলা ফিল্ডৰ আয়তনৰ মধ্যাকৰ্ষণহীন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা আগন্তুক দুসপ্তাহ ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখা পাব শুক্লা৷ ৪০০ কিঃমিঃ ওখৰ পৰা পৃথিৱীক দেখিবলৈ কেনে লাগে সেয়াও পৰ্যবেক্ষণ কৰিব শুক্লাই৷ এই প্ৰসংগত শুক্লাই কয়, ‘পৃথিৱীক এনে স্থানৰ পৰা দেখাৰ সুযোগ পোৱাটো এটা সৌভাগ্যৰ বিষয়৷ যাত্ৰাটো অসাধাৰণ আছিল৷ মহাকাশলৈ অহাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো৷ কিন্তু যি মুহূৰ্তত মই আন্তৰ্জাতিক মহাকাশ ষ্টেচনত প্ৰৱেশ কৰিলো আৰু ক্ৰুৰ সদস্যসকলে মোক স্বাগত জনালে মই সুখী হৈ পৰিছো৷ যেন আমাৰ বাবে তেওঁলোকে ঘৰৰ দুৱাৰ খুলি দিছে৷ মই অত্যন্ত আত্মবিশ্বাসী যে আগন্তুক ১৪ দিন বিজ্ঞান আৰু গৱেষণাক আগুৱাই লৈ যোৱা আৰু একেলগে কাম কৰাৰ অভিজ্ঞতাও অসাধাৰণ হব৷’

স্পেছ ষ্টেচনৰ পৰা সম্প্ৰচাৰৰ ভিডিঅ’ৰ পৰা জনা গৈছে যে সাত মহাকাশচাৰীয়ে শুভাংশুক তাতেই সুৰক্ষা সংক্ৰান্তিয় বিষয়সমূহ বুজাই দিছে৷ ইয়াৰপাছতেই নিশা সকলো মহাকাশচাৰীয়ে একেলগে নৈশাহাৰ কৰে৷ পুৰণি ৰীতি মানি মহাকাশ কেন্দ্ৰত প্ৰথম অহা মহাকাশচাৰীয়ে প্ৰথম নিশা সকলোৰে সৈতে একেলগে নৈশাহাৰ কৰিব লাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
Next Post
জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

জুলাইতেই গোচৰ কৰিব ৫গ্ৰহই, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জীৱনত

ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ইউৰিক এছিড বাঢ়িছে, পূৰ্বৰে পৰাই এই সংকেত দিয়ে শৰীৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.