• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

1 year ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

3 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

3 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

3 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

3 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

4 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

5 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

6 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

7 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

8 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

8 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?

editor by editor
July 7, 2025
in জীৱনশৈলী
0
শত্ৰুৰ সম্পত্তি বুলি চৰকাৰে বাজেয়াপ্ত কৰিলে ছেইফৰ ১৫ হাজাৰ কোটিৰ সম্পত্তি! কিয় এই বিপদ নামি আহিল অভিনেতা ছেইফৰ জীৱনলৈ?
0
SHARES
928
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বৰ্ষৰ পৰাই শিৰোনামা দখল কৰিছে ছেইফ আলি খানে৷ নবাব পুত্ৰৰ ওপৰত আক্ৰমণৰ পাছতেই এটাৰ পিছত আনটো খবৰেৰে শীৰ্ষত আছে ছেইফ৷ বিপদ শেষ হোৱা নাই ছেইফৰ৷ বাজেয়াপ্ত কৰা হৈছে অভিনেতাজনৰ ১৫ হাজাৰ কোটি টকাৰ সম্পত্তি৷ ২০১৮ চনত ৰাজ্য চৰকাৰে অভিনেতাৰ পৈতৃক সম্পত্তিসমূহক শত্ৰু সম্পত্তি হিচাপে চিহ্নিত কৰিছিল৷ ইয়াৰ অৰ্থ এয়াই যে সম্পত্তিসমূহ এতিয়া বিদেশী সম্পত্তি হিচাপে বিবেচিত হব আৰু চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব৷

২০১৪ চনত ৰাজ্য চৰকাৰে অভিনেতাগৰাকীৰ পৈতৃক সম্পত্তিসমূহক শত্ৰু সম্পত্তি হিচাপে চিহ্নিত কৰিছিল৷ ইয়াৰ অৰ্থ এয়াই যে এই সম্পত্তিসমূহ এতিয়া বিদেশী সম্পত্তি হিচাপে বিবেচিত হব আৰু সেই সম্পত্তিত চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব৷ বিগত ২৫ বছৰ ধৰি এই যুঁজ চলিছিল৷ শুকুৰবাৰে ছেইফৰ সেই আবেদন খাৰিজ কৰিছে হাইকৰ্টে৷

২০১৪ চনত মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল যে ভোপালৰ শেষ নবাবৰ সম্পত্তি ১৯৬৮ চনত শত্ৰু সম্পত্তি আইনৰ অধীনত অধিগ্ৰহণ কৰা হ’ব৷ ২০১৫ চনত সেই সিদ্ধান্তৰ বিৰুদ্ধে হাইকৰ্টত আবেদন কৰিছিল ছেইফে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ দিয়ে হাইকৰ্টে৷ ২০২৪ চনৰ ১৩ ডিচেম্বৰত সেই নিৰ্দেশ উঠাই লয় হাইকৰ্টে৷

ভোপালৰ কোহেফিজাৰ পৰা চিকলোৰ পৰ্যন্ত বিস্তৃত ছেইফৰ সম্পত্তি৷ তাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১৫ হাজাৰ কোটি টকা৷ ভোপালৰ শেষ নবাব আছিল হামিদুল্লাহ খান৷ হামিদুল্লাহৰ কন্যা আবিদা ছুলতানে ১৯৫০ চনৰ পৰা পাকিস্তানত বাস কৰিবলৈ লয়৷ ইয়াৰ পাছতো পতৌদি পৰিয়ালৰে ভোপালৰ সেই সম্পত্তি নিজৰ নামতেই ৰাখিছিল৷ কিন্তু ১৯৬৮ চনত পাছ হয় শত্ৰু সম্পত্তি আইন৷ সেই আইন অনুসৰি ১৯৪৭ চনত দেশ বিভাজনৰ পাছত বহুতেই পাকিস্তান আৰু চীনলৈ গুচি গৈছিল৷ কিন্তু তেওঁলোকৰ মাটি, ঘৰ ভাৰততো আছে৷ এইধৰণৰ সম্পত্তিসমূহকেই শত্ৰুৰ সম্পত্তি হিচাপে চিহ্নিত কৰা হয়৷ অৰ্থাৎ স্থায়ীভাৱে পাকিস্তান আৰু চীনলৈ গুচি যোৱা ভাৰতীয়সকলৰ সম্পত্তিত তেওঁলোকৰ বংশধৰসকলৰ আৰু কোনো অধিকাৰ নাথাকিব৷ আনকি চৰকাৰে সেই সম্পত্তি বাজেয়াপ্ত কৰি বিক্ৰিও কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক
জীৱনশৈলী

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

September 6, 2026
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

September 6, 2026
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
Next Post
‘হয়, মই পাক সেনাৰ এজেণ্ট’ অৱশেষত মুখ খুলিলে মুম্বাই ঘটনাৰ মুখ্য অভিযুক্ত তাহাউৰ ৰাণাই

'হয়, মই পাক সেনাৰ এজেণ্ট' অৱশেষত মুখ খুলিলে মুম্বাই ঘটনাৰ মুখ্য অভিযুক্ত তাহাউৰ ৰাণাই

গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.