• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

11 months ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

18 minutes ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

1 hour ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

2 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

15 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

16 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

16 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

17 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

18 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

20 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

21 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

22 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

editor by editor
July 7, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান
0
SHARES
446
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰাহকক পুনৰ মাধমাৰ দিবলৈ সাজু টেলিকম কোম্পানী, ১২ শতাংশ বৃদ্ধি পাব পাৰে ৰিচাৰ্জ প্লান

বিগত বৰ্ষত টেলিকম কোম্পানীয়ে ৰিচাৰ্জ প্লেন ব্যয়বহুল কৰিছিল যদিও, যদিও পুনৰ গ্ৰাহকক মাধমাৰ দিবলৈ ওলাইছে। মোবাইল ৰিচাৰ্জ প্লেন আকৌ এবাৰ ১২% ব্যয়বহুল হ’ব পাৰে বুলি খবৰ ওলাইছে। আচলতে চলিত বৰ্ষৰ মে’ মাহত সক্ৰিয় ম’বাইল ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বতকৈ ভালেখিলি বৃদ্ধি হোৱা দেখা গৈছে।

যাৰ ফলত পুনৰ টেলিকম কোম্পানীবোৰে গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱাত ৰিচাৰ্জ প্লানৰ মূল্যও বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। অৱশ্যে কোন কোন কোম্পানীয়ে এইদৰে ৰিচাৰ্জ প্লান বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে সেই বিষয়ে সদৰি কৰা নাই। কিন্তু এই মূল্য বৃদ্ধিয়ে এইবাৰ প্ৰভাৱ পেলাব সেই সকল গ্ৰাহকক , যি সকলে গোটেই বছৰটোৰ বাবে ৰিচাৰ্জ প্লান কৰে।

বিশেষজ্ঞসকলৰ মতে পুনৰ যদি টেলিকম কোম্পানীবোৰে মূল্যবৃদ্ধি কৰে, তেন্তে পুনৰ গ্ৰাহক সকলে নিজৰ নম্বৰ প’ৰ্ট কৰিব পাৰে।

চলিত বৰ্ষৰ মে’ মাহত ৭৪ লাখ সক্ৰিয় ব্যৱহাৰকাৰী বৃদ্ধি পাইছে। তথ্য অনুসৰি যোৱা ২৯ মাহৰ ভিতৰত এইটোৱেই সৰ্বাধিক। এনে পৰিস্থিতিত সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা ১০৮ কোটি হৈছেগৈ। খবৰ অনুসৰি যোৱা ৫ মাহত ধাৰাবাহিকভাৱে ব্যৱহাৰকাৰী বৃদ্ধি পাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Mobile Reachargeprice hikeReacharge plane
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি
বিশ্ব

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

June 11, 2026
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ
ক্ৰীড়া

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

June 11, 2026
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
Next Post
ভিডিঅ’ গেমে তুলিলে তোলপাৰ, সৰ্বত্ৰে হাহাকাৰ, এতিয়া মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিবাদ

ভিডিঅ' গেমে তুলিলে তোলপাৰ, সৰ্বত্ৰে হাহাকাৰ, এতিয়া মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিবাদ

গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.