• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

12 months ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

2 minutes ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

16 minutes ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

39 minutes ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

1 hour ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

2 hours ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

3 hours ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

4 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

5 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

6 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

18 hours ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

editor by editor
July 7, 2025
in বিবিধ, ভাৰত
0
অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

আধুনিকতাত ছাই সানি একি অতিকে হৃদয়বিদাৰক ঘটনাই তোলপাৰ লগাইছে সমগ্ৰ দেশ। অন্ধবিশ্বাসৰ কবলত পৰি একে পৰিয়ালৰে ৫ জন লোকক অতি নিৰ্মম ভাৱে হত্যা।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ পূৰ্ণিয়াত। এটা পৰিয়ালৰ ৫ জন সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰাৰ খবৰে এতিয়া সকোলফালে তোলপাৰ লগাইছে। নিহতসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী আৰু সন্তান। এই ঘটনাৰ পিছতে আৰক্ষী বিভাগত চাঞ্চল্যৰ সৃষ্টি হয়।

এই তথ্য লাভ কৰাৰ লগে লগে বৃহৎ আৰক্ষী বাহিনী গাঁওখনত উপস্থিত হৈ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই মহিলাগৰাকীক ডাইনী বুলি অভিযোগ উত্থাপন কৰিছিল।

একে পৰিয়ালৰ ৫ জন সদস্যক প্ৰহাৰ কৰি হত্যা কৰাৰ পিছত মৃতদেহ কেইটাত জুই লগাই লুকুৱাই দিয়ে। পৰিয়ালটোৰ অন্য আত্মীয়ই আৰক্ষীৰ আহত দিয়া ভাষ্য অনুসৰি এই নিৰ্মম ঘটনাত সমগ্ৰ গাঁওখনেই জড়িত।

প্ৰকাশ কৰা অনুসৰি, প্ৰথমে একাংশ লোকে ঘৰখনৰ মহিলাগৰাকীক ডাইনী আখ্যা দি মাৰপিট কৰে। যেতিয়া স্বামী আৰু পুত্ৰ-বোৱাৰীয়ে মহিলাগৰাকীক বচাবলৈ আহে, কিন্তু উত্তেজিত লোকে এই ৪ লোকৰ উপৰি বৃদ্ধি মাতৃকো টানি আনি পাঁচোটাকে প্ৰহাৰ কৰি হত্যা কৰে।

এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বাহিনীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ কেইটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ তদন্ত পৰীক্ষা কৰি গাঁওখনত আৰক্ষী বাহিনী মোতায়েন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharPurniawitch-hunting
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

June 22, 2026
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক
বিনোদন

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

June 22, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

June 22, 2026
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

June 22, 2026
Next Post
৯ জুলাইত উদয় হ’ব গুৰু গ্ৰহ, লগতে উদয় হ’ব ৪ ৰাশিৰ সৌভাগ্য

৯ জুলাইত উদয় হ’ব গুৰু গ্ৰহ, লগতে উদয় হ'ব ৪ ৰাশিৰ সৌভাগ্য

ইতিহাসত প্ৰথম, নাগৰিকে নিজেই কৰিব পাৰিব জনগণনা, নিৰ্মাণ হ’ব ৱেব পৰ্টেল আৰু মোাবাইল এপ

ইতিহাসত প্ৰথম, নাগৰিকে নিজেই কৰিব পাৰিব জনগণনা, নিৰ্মাণ হ'ব ৱেব পৰ্টেল আৰু মোাবাইল এপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.