• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি

9 months ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

18 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

19 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

20 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

21 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি

editor by editor
July 21, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি
0
SHARES
787
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি

বলীউডৰ বিবাহ মানেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বহু কোটি কোটি টৰা খৰচ কৰি বিশেষ আকৰ্ষণীয় কৰিব বিচাৰে বলীউডৰ তাৰকা সকলে নিজৰ বিবাহৰ অনুষ্ঠান। অন্যতকৈ পৃথক কৰাৰ লগতে স্মৰণীয় কৰি ৰাখিব বিচাৰে তেঁওলোকৰ বিবাহ।

তাৰেই মাজৰ এখন এনে বিবাহ যি বিবাহৰ অতিথিৰ সংখ্যা আছিল মাথো ৩৭ গৰাকী । কিন্তু খৰচ হৈছিল ৭৭ কোটি টকা। সেই ৩৭ গৰাকী লোককেই আপ্যায়ন কৰাৰ নামত খৰচ হৈছিল বহু কোটি টকা।

বৰ্তমানে বলীউডৰ সেই তাৰকা যুটি এটি সন্তানৰ পিতৃ-মাতৃয়ো। সেই বহু চৰ্চিত বিবাহ খন আছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ। ২০১৮ চনত ইটালীত বিয়া হৈছিল ৰনবীৰ আৰু দীপিকাৰ।

চাঞ্চল্যকৰ কথাটো হ’ল এই উচ্চ নিৰাপত্তাসম্পন্ন বিয়াত ৭৭ কোটি টকা খৰচ হৈছিল আৰু মাত্ৰ ৩৭ জন অতিথিয়েহে চাবলৈ পাইছিল দীপবীৰৰ বিবাহ। ১৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চলিছিল দীপবীৰৰ বিয়া। ইটালীৰ লেক কোমোত বিবাহপাশত আবদ্ধ হৈছিল এই দম্পতীহাল।

বিবাহৰ ৬ বছৰৰ পাছত ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত এই তাৰকা যুটিৰ মাজলৈ আগমণ ঘটে এটি কন্যা সন্তানৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood Celeb MarriageBollywood Couple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
ন্যায়ধীশ বাৰ্মাৰ বিৰুদ্ধে মহাভিযোগ, ২০৮ সাংসদৰ প্ৰস্তাৱত স্বাক্ষৰ

কাইলৈ মৃগশীৰা নক্ষত্ৰত ধ্ৰুৱ যোগ, ৫ ৰাশিয়ে লাভ কৰিব বজ্ৰংবলীৰ  বিশেষ কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন