• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

1 year ago
আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

12 minutes ago
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

45 minutes ago
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

1 hour ago
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

2 hours ago
৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

৮ মাহৰ গৰ্ভৱতী হৈও শ্বুটিঙত ব্যস্ত এইগৰাকী ছুপাৰষ্টাৰ অভিনেত্ৰী

3 hours ago
চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজনৈতিক চাপ বাঢ়িব নেকি মোদীৰ?

4 hours ago
SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

SBIত ওলাইছে চাকৰি, জানক ১,৫৩৮টা পদৰ বাবে ক’ত, কেনেকৈ কৰিব আবেদন

5 hours ago
নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

নিশা earbudত গান শুনি শুই যোৱাৰ অভ্যাস নেকি?

5 hours ago
৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

৩৫ লাখৰ বেগ, ২১ লাখৰ ঘড়ী, ৬ হাজাৰটকীয়া ছাতিৰ মাজতো জিলিকিল অসমৰ এৰি সূতাৰ শাড়ী

6 hours ago
‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

‘মই নৰেন্দ্ৰ নামটোকে ঘিণ কৰিবলৈ লৈছো’

7 hours ago
বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

বাৰে বাৰে পানী পিয়াহ? হ’ব পাৰে কোনো ডাঙৰ ৰোগৰ লক্ষণ!

8 hours ago
ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

ডায়বেটিছৰ সমস্যাত ভুগিছে নেকি? তেন্তে ভুলতো নাখাব এইবোৰ বস্তু!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে

editor by editor
July 23, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
আগষ্টত ৬ মিনিটৰ বাবে পৃথিৱী অন্ধকাৰ হৈ পৰিব! আগন্তুক ১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখে বিশ্ববাসীয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ’ব ২০২৭ চনৰ ২ আগষ্টত৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰায়েই হয়৷ কিন্তু ইয়াৰ বিশেষত্ব কি? ২ আগষ্টৰ এই অসাধাৰণ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ কিছু অংশৰ আকাশক অন্ধকাৰ কৰি দিব৷ ৬ মিনিট ২৩ ছেকেণ্ড চন্দ্ৰই সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ধৰিব, যিয়ে পৃথিৱীৰ ওপৰত এক ছায়া পেলাব৷ যাক গ্ৰেট নৰ্থ আফ্ৰিকান ইক্লিপছ বুলি কোৱা হৈছে৷

এই ঘটনাটো হ’ব ১৯৯১ চনৰ পৰা ২১১৪ চনৰ মাজত পৃথিৱীৰ পৰা দৃশ্যমান দীৰ্ঘতম পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ৷ ইয়াত দীৰ্ঘ সময় ধৰি পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু দৃশ্যমানতাৰ কাৰণে, এই বিস্ময়কৰ মহাজাগতিক ঘটনাটো মহাদেশৰ লাখ লাখ মানুহ, বিজ্ঞানী আৰু আলোকচিত্ৰশিল্পীসকলৰ বাবে বিশেষ অভিজ্ঞতা হ’ব৷ আগন্তুক ১০০ বছৰলৈ এই ধৰণৰ সূৰ্যগ্ৰহণ আৰু দেখা নাপাব বিশ্ববাসীয়ে৷

বিশেষজ্ঞই বাখ্যা কৰিছে যে কেইবাটাও বিৰল জ্যোতিবিৰ্দ্যাগত পৰিস্থিতি লগ হৈ এই অস্বাভাৱিক দীৰ্ঘ সূৰ্যগ্ৰহণ হব৷ পৃথিৱী সূৰ্যৰ পৰা সকলোতকৈ দূৰবৰ্তী স্থানত অৰ্থাৎ অপেলিয়নত থাকিব৷ ইয়াৰ ফলত সূৰ্যক সৰু দেখা যাব৷ চন্দ্ৰই পৃথিৱীৰ সকলোতকৈ কাষৰ বিন্দু, অৰ্থাৎ পেৰিজিতত থাকিব, আকাশত আৰু ডাঙৰ দেখা যাব চন্দ্ৰক৷ গ্ৰহণটো বিষুৱৰেখাৰ কাষলৈকো যাব৷ তাতেই চন্দ্ৰৰ ছায়া পৃথিৱীৰ পৃষ্ঠৰ ওপৰত আৰু ধীৰে ধীৰে বিয়পি পৰিব৷

২০২৭ চনৰ এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কৰ কৰ পৰা দেখা যাব?

  • সূৰ্যগ্ৰহণটো পৃথিৱীৰ বিশাল অংশৰ পৰা দৃশ্যমান হব৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণটো আটলাণ্টিক মহাসাগৰৰ ওপৰ দিশৰ পৰা আৰম্ভ হৈ ক্ৰমশ পূৰ্বদিশলৈ অগ্ৰসৰ হব৷
  • পূৰ্বাভাস অনুসৰি, চন্দ্ৰৰ ছায়া নিম্নলিখিত অঞ্চলসমূহত পৰিব৷
  • দক্ষিণ স্পেইন আৰু জিব্ৰাল্টাৰ৷
  • মৰক্কো, আলজেৰিয়া, তিউনিছিয়া, লিবিয়া আৰু মিছৰসহ উত্তৰ আফ্ৰিকাৰ দেশত৷
  • ছৌদী আৰৱ, য়েমেন আৰু ছোমালিয়াসহ মধ্যপ্ৰাচ্যৰ কিছু অংশৰ পৰাও দৃশ্যমান হব গ্ৰহণ৷
  • মিছৰৰ লুক্সৰত, পৰ্যবেক্ষকে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দীৰ্ঘতম সময়লৈ উপভোগ কৰিব পাৰিব৷ মধ্যাহ্নৰ ৬ মিনিটৰো বেছি সময় ধৰি উপভোগ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য
জীৱনশৈলী

আগন্তুক সপ্তাহত এই ৫ ৰাশিৰ লোকৰ উজলিব ভাগ্য

August 10, 2026
পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!
জীৱনশৈলী

পানী কেনেকৈ আৰু কিমান পৰিমাণত খাব? ৯০% লোকে কৰে এইকেইটা ভুল!

August 10, 2026
চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!
অসম

চামগুৰিত কুৰুক্ষেত্ৰ! বিজেপি কৰ্মীক পি*ষ্টল দেখুৱাই প্ৰাণ না*শৰ ভাবুকি!

August 10, 2026
ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?
ৰাজনীতি

ছ’চিয়েল মিডিয়াত ২৫,০০০ Followers নাথাকিলে এৰিব লাগিব নেকি বিজেপি মণ্ডল সভাপতিৰ পদ?

August 10, 2026
Next Post
এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

এই ৫ ৰাশিত সৰ্বদা থাকে মহাদেৱৰ আশীৰ্বাদ, জানি থওক শিৱৰ প্ৰিয় ৰাশি কি কি?

কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ, শীঘ্ৰে জাৰি কৰা হ’ব অধিসূচনা

কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ, শীঘ্ৰে জাৰি কৰা হ’ব অধিসূচনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.