• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

7 months ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

16 minutes ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

42 minutes ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

1 hour ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

2 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

3 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

4 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

4 hours ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

editor by editor
July 23, 2025
in জীৱনশৈলী, বিশ্ব, লেখা
0
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
0
SHARES
788
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এবাৰ দুবাৰ নহয়, মুঠ সাতবাৰ যমৰ দুৱাৰৰ পৰা উভতি আহিছে এই ব্যক্তি৷ ৭বাৰ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা এই ব্যক্তিয়ে তাৰপিছতেই জয় কৰিছে লটাৰি৷ সেই লটাৰি জয়তেই কোটিপতি হৈছে ব্যক্তিগৰাকী৷ ক্ৰোয়োছিয়াৰ সংগীত শিক্ষক ফ্ৰান চেলাকৰ জীৱন কাহিনী জানিলে আপুনিও হতবাক হৈ পৰিব৷ তেওঁ বিশ্বৰ সকলোতকৈ ভাগ্যবান ব্যক্তি হিচাপে পৰিগণিতও হৈছে৷ ইমানবাৰ মৃত্যুৰ দুৱাৰডলিৰ পৰা ওভতি আহিছে তেওঁ, যেন স্বয়ং যমৰাজেও তেওঁৰ ওচৰত হাৰ মানিছে৷

ট্ৰেইন দুৰ্ঘটনা

চন ১৯৬২৷ ফ্ৰানে ট্ৰেইন যাত্ৰা কৰাৰ সময়ত সেই ট্ৰেইন লাইনচ্যুত হৈ ষ্টানৰ এক বৰফৰ নৈত বাগৰি পৰে৷ সেই ভয়াৱহ দুৰ্ঘটনাত ১৭ জন যাত্ৰীৰ সলিলসমাধি ঘটিলেও বাচি যায় ফ্ৰান চেলাক৷ হাতৰ হাড় ভাঙি মাৰাত্মক ঠাণ্ডাত বহুসময় পৰি থকাৰ বাবে তেওঁ হাইপোথাৰ্মিয়াত আক্ৰান্ত হয়, কিন্তু কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁৰ৷

বিমান দুৰ্ঘটনা
ঠিক তাৰ পাছৰ বছৰ ১৯৬৩ চনত ঘটে আৰু এটা ভয়ংকৰ ঘটনা৷ ফ্ৰেনে বিমানযাত্ৰাৰ সময়ত মাজ আকাশত বিমানৰ দুৱাৰ হঠাৎ খুলি যায়৷ ছেলাকসহ বহু যাত্ৰী বিমানৰ পৰা ছিটিকি পৰে৷ কিন্তু ৰাখে হৰি মাৰে কোনে৷ সকলো মাটিত পৰিলেও তলত থকা এটা জাবৰৰ দমত পৰে ফ্ৰেন৷ এই ঘটনাত বিমানৰ ১৯ জন যাত্ৰীৰ মৃত্যু হলেও বাচি যায় ফ্ৰেন৷

বাছ দুৰ্ঘটনা

ৰে’লপথ, আকাশপথৰ পাছত এইবাৰ ঘাইপথতো দুৰ্ঘটনা৷ ১৯৬৬ চনত বাছ যাত্ৰা কৰাৰ সময়ত সেই বাছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ পৰা ছিটিকি নদীত পৰি যায়৷ সেই ঘটনাত চাৰিজনৰ মৃত্যু হলেও ফ্ৰেন বাচি যায়৷

বাহনত বিস্ফোৰণ

১৯৭০ আৰু ১৯৭৩ চনত দুবাৰকৈ তেওঁ যাত্ৰা কৰা বাহনত জুই লাগে৷ কিন্তু দুবাৰেই গুৰুতৰ জখম হলেও তেওঁ জ্বলন্ত বাহনৰ পৰা ওলাই আহিবলৈ সক্ষম হয়৷

বাছত খুন্দা

১৯৯৫ চনত ৰাস্তাতেই তেওঁক এখন বাছ আহি ধাক্কা মাৰে৷ আশ্চৰ্যজনকভাৱে সেই দুৰ্ঘটনাৰ পৰাও তেওঁ ৰক্ষা পৰে৷ লগা নাছিল কোনো গুৰুতৰ আঘাতো৷

খাদত বাহনসহিতে সোমাই পৰিছিল

১৯৯৬ চনত এদিন নিজেই বাহন চলাই যাত্ৰা কৰিছিল তেওঁ৷ হঠাৎ ব্ৰেক ফেইল হৈ যায় বাহনখন৷ নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ বাহন এটা দ খাদত সোমাই পৰে৷ কিন্তু শেষ মুহূৰ্তত তেওঁ বাহনৰ দুৱাৰ খুলি জাপ দিয়ে৷ বাহন খাদত পৰিলেও এজোপা গছৰ ডালত ওলমি থাকে৷

লটাৰী জয় ইমানবাৰ মৃত্যুমুখৰ পৰা বাচি অহাৰ পাছত ২০০৩ চনত ভাগ্য খুলি যায় তেওঁৰ৷ প্ৰায় ১১ লাখ ডলাৰ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫ কোটি টকাতকৈ বেছি মুল্যৰ লটাৰী জয় কৰে৷ সেই টকাৰেই নিজৰ বাবে ঘৰ আৰু এখন নৌকা ক্ৰয় কৰি বাকী ধন দান কৰি দিয়ে৷ অৱশেষত ২০১৬ চনত ৮৭ বছৰ বয়সয় বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয় ফ্ৰানে ছেলাক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ
জীৱনশৈলী

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

February 21, 2026
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

February 21, 2026
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

February 21, 2026
Next Post
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

কোন হ’ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ, শীঘ্ৰে জাৰি কৰা হ’ব অধিসূচনা

কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ, শীঘ্ৰে জাৰি কৰা হ’ব অধিসূচনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.