• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

1 year ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

12 minutes ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

21 minutes ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

1 hour ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

1 hour ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

2 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

3 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

3 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

5 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

7 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

19 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?

editor by editor
August 9, 2025
in জীৱনশৈলী, বিবিধ
0
PNBত দুই লাখ টকাৰ FDত সুদ পাব ৭৬,০৮৪ টকা, কিমান বছৰৰ বাবে FD কৰিলে এই সুদ লাভ কৰিব আপুনি?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জাৱ নেশ্ব্যনেল বেংক ভাৰতৰ চৰকাৰী বেংকসমূহৰ মাজত অন্যতম৷ আপুনি সৰ্বত্ৰ এই বেংকৰ একাউণ্ট হোল্ডাৰ পাবই৷ দেশজুৰি বহুসংখ্যক পি এন বি শাখা আছে৷ পি এন বিৰ স্কিমত যোগদান কৰি মানুহে অৰ্থ উপাৰ্জনৰ ভাল সুযোগো পাইছে৷ কেৱল সেয়াই নহয় বিনিয়োগকাৰীয়েও পিএনবিৰ পৰা ভাল সুদ লাভ কৰিছে৷

পি এন বিত বিনিয়োগ কৰা শ্বেয়াৰ বজাৰৰ বিনিয়োগতকৈ শ্ৰেষ্ঠ বুলি বহুতে দাবী কৰিছে৷ এই প্ৰতিবেদনত পি এন বিৰ এফ ডি স্কিমৰ পৰা ৰিটাৰ্ণ সম্পৰ্কে আলোকপাত কৰা হৈছে৷ যৰ পৰা আপুনি প্ৰচুৰ পৰিমাণে ৰিটাৰ্ণ সংগ্ৰহ কৰিব পাৰে৷ পি এন বিৰ কোন এফ ডিয়ে সৰ্বোচ্চ ৰিটাৰ্ণ দিয়ে?

দেশৰ অন্যতম ডাঙৰ বেংক পঞ্জাৱ নেশ্ব্যনেল বেংকে গ্ৰাহকক ৭ দিনৰ পৰা ১০ বছৰৰ ম্যাদত এফ ডি কৰাৰ সুযোগ দিছে৷ যিয়েই নহওক পি এন বি সাধাৰণ নাগৰিক, প্ৰবীণ নাগৰিক আৰু অতি প্ৰবীণ নাগৰিকসকলক বিভিন্ন সুদৰ হাৰ দিছে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে ৩৯০ দিনৰ এফ ডিত সৰ্বোচ্ছ সুদ দিছে৷

পি এন বিৰ ৩৯০ দিনৰ এফ ডিত সাধাৰণ নাগৰিকক ৬.৬০ শতাংশ সুদ দিয়া হৈছে৷ ইয়াৰ বাহিৰে প্ৰবীণ নাগৰিকক ৭.১০ শতাংশ সুদ দিয়া হৈছে৷ অন্যহাতে যদি অতি প্ৰবীণ নাগৰিকৰ কথা কোৱা হয় তেন্তে ৭.৪০শতাংশ সুদ দিয়া হৈছে৷

দুই লাখ টকাৰ বিনিয়োগত কিমান সুদ দিয়া হৈছে?

পি এন বিয়ে পাঁচ বছৰৰ এফ ডিত নাগৰিকক ভাল সুদ দিয়ে৷ ই সাধাৰণ নাগৰিকসকলক ৬.৫০শতাংশ সুদৰ হাৰ দিছে৷ এই এফ ডিত পি এন বি প্ৰবীণ নাগৰিকসকলক ৭শতাংশ আৰু অতি প্ৰবীণ নাগৰিকক ৭.৩০শতাংশ সুদৰ হাৰ দিছে৷ আপুনি যদি সাধাৰণ নাগৰিক তেন্তে আপুনি দুই লাখ টকাৰ এফ ডি কৰিলে ম্যাদপূৰ্তিত ২,৭৬,০৮৪ টকা লাভ কৰিব৷ এই বিনিয়োগত মানুহে ৭৬,০৮৪ টকা পৰ্যন্ত স্থিৰ সুদৰ সুবিধা পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ
বিশ্ব

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?
বিশ্ব

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

August 28, 2026
Next Post
ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

ধনিষ্ঠা নক্ষত্ৰত শোভন যোগ, সূৰ্যদেৱৰ কৃপাত ভাগ্য খুলিব ৫ ৰাশিৰ

আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

আজি শাওনৰ শেষ সোমবাৰ, শাওন শেষ হোৱাৰ পূৰ্বে এই ৫ কাম কৰক, তুষ্ট হ’ব মহাদেৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.