• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

1 year ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

22 minutes ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

2 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

5 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

18 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

18 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

19 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

19 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

20 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

21 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

22 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ? লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

editor by editor
August 12, 2025
in ভাৰত
0
২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট ২০২৫ত একাধিক ৰাজযোগ৷ তাৰমাজতেই অন্যতম ৰাজযোগ হৈছে ২১ আগষ্টৰ লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ উল্লেখ্য যে বুধ বৰ্তমান কৰ্কট ৰাশিত বিচৰণ কৰিছে আৰু ২১ আগষ্টৰ পৰা শুক্ৰই কৰ্কট ৰাশিত বিচৰণ কৰিবলৈ আৰম্ভ কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ শুক্ৰ আৰু বুধৰ যুঁটিত আগষ্ট মাহতেই লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ হব৷ তাৰফলত কোন কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে? জানি থওক সবিশেষ৷

কন্যা ৰাশি

আপোনাৰ সমৃদ্ধি এই সময়ৰ পৰাই আৰম্ভ হব৷ আপোনাৰ উপাৰ্জনৰ দিশটোতো ভাগ্য উন্নতি হৈ উপাৰ্জন বাঢ়িব৷ অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰে৷ আপুনি নতুন নতুন মাধ্যমৰ পৰা ধন উপাৰ্জন কৰিব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হব৷ কোনো বিনিয়োগৰ পৰা লাভ আহিব পাৰে৷ আপুনি এই সময়ত ছেভিংছ কৰিব পাৰিব৷

মেষ ৰাশি

এই যোগ আপোনাৰ কোষ্ঠীত সুখ আৰু সম্পত্তিৰ স্থানত হব৷ আপোনাৰ ভৌতিক সুখ বাঢ়িব পাৰে৷ এই সময়ত বাহন বা ঘৰ ক্ৰয় কৰিব পাৰে৷ এই সময় আপোনাৰ বাবে ভাল হব৷ এই সময়ত মাতৃৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ ভাল হব৷

কৰ্কট ৰাশি

এই সময়ত আপোনাৰ মান সন্মান উভতি আহিব৷ এই ৰাজযোগ আপোনাৰ ৰাশিৰ লগ্নভাৱত তৈয়াৰ হব পাৰে৷ আপোনাৰ আত্মবিশ্বাস এই সময়ত বাঢ়িব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হব৷ দূৰৈৰ যাত্ৰাৰ পৰা লাভ হব৷ দাম্পত্যত পূৰ্বতকৈ আনন্দ থাকিব৷ যিসকল অবিবাহিত তেওঁলোকলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
Next Post
৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

লক্ষ্মীবাৰৰ এদিন পূৰ্বেই ধনযোগ, সৰ্বাৰ্থ সিদ্ধি যোগত ৫ ৰাশিৰ হাতলৈ আহিব ধন

লক্ষ্মীবাৰৰ এদিন পূৰ্বেই ধনযোগ, সৰ্বাৰ্থ সিদ্ধি যোগত ৫ ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.