• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

1 year ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

24 minutes ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

3 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

5 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

18 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

18 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

19 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

19 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

20 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

21 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

22 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত

editor by editor
August 13, 2025
in জীৱনশৈলী
0
৪দিন পাছতেই সূৰ্যৰ গোচৰ, প্ৰমোছন পাব ৫ ৰাশিয়ে, আয় বাঢ়িব ৰকেট গতিত
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৌৰজগতৰ ৰজা সূৰ্য৷ বৈদিক জ্যোতিষ অনুসৰি প্ৰতিমাহে নিজৰ অৱস্থান পৰিবৰ্তন কৰে সূৰ্যই৷ এটা এটা ৰাশিত মোটামুটি এমাহ সময় অৱস্থান কৰে সূৰ্যই৷ বৰ্তমান সূৰ্য কৰ্কট ৰাশিত আছে৷ আগন্তুক ১৭ আগষ্ট শনিবাৰে সূৰ্যই কৰ্কট এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সিংহ ৰাশিৰ অধিপতি সূৰ্য নিজেই৷ অৰ্থাৎ নিজৰ ঘৰলৈ আহি সূৰ্যৰ ক্ষমতা আৰু বাঢ়িব৷ জ্যোতিষ গণনাই কৈছে যে সিংহ ৰাশিত সূৰ্যৰ গোচৰত কোনো কোনো ৰাশিৰ বাবে সুখকৰ সময় আৰম্ভ হব৷ জানি থওক ১৭ আগষ্টৰ পৰা পৰবৰ্তী এমাহ সুখ সৌভাগ্যৰে শীৰ্ষত থাকিব কোন কোন ৰাশিৰ জাতক?

মিথুন ৰাশি

সূৰ্য সিংহ ৰাশিত আহিলে নানান দিশৰ পৰা লাভৱান হব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ ব্যৱসায়ীসকলে কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ কৰিব পাৰে৷ এই সময়ত ভাল আৰ্থিক লাভ হব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ জীৱন পথৰ সকলো সমস্যা এই সময়ত দূৰ হব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে সিংহ ৰাশিত সূৰ্য আহিলে সকলোতকৈ বেছি লাভৱান হব এই ৰাশিৰ জাতকেই৷ আনকি সিংহ ৰাশিত বৰ্তমান চলি আছে শনিৰ ধাইয়া৷ সূৰ্য আহিলে শনিৰ অশুভ দশাৰ পৰা কিছু ৰেহাই পাব সিংহ ৰাশিৰ জাতকে৷ এই সময়ত পৰীক্ষা আৰু চাকৰিৰ ইণ্টাৰভিউতো সাফল্য পাব পাৰে৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷

তুলা ৰাশি

সূৰ্যই ৰাশি পৰিবৰ্তন কৰিলে কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব তুলা ৰাশিৰ জাতকে৷ যিসকলে বহুদিন ধৰি প্ৰমোছনৰ চেষ্টা কৰি আছে তেওঁলোকৰ মনোবাসনা এইবাৰ পূৰ্ণ হব পাৰে৷ ব্যৱসায়ত কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ নিজৰ লক্ষ্যত উপনীত হব পাৰিব তুলা ৰাশিৰ জাতক৷

ধনু ৰাশি

সূৰ্যৰ ক্ষমতা বৃদ্ধি পালে ১৭ আগষ্টৰ পৰা বৃহৎ আৰ্থিক লাভ হব পাৰে ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি কেৰিয়াৰত নতুন দিশা পাব৷ আপোনাৰ খ্যাতি চাৰিওফালে বিয়পি পৰিব৷ আত্মবিশ্বাসেৰে তুংগত থাকিব ধনু ৰাশিৰ জাতক৷ নেতৃত্ব দিয়াৰ ক্ষমতা মজবুত হব৷ চৰকাৰী কামৰ সৈতে যুক্ত ব্যক্তিয়ে বিশেষ উন্নতি কৰিব৷

কুম্ভ ৰাশি

সূৰ্যই সিংহ ৰাশিলৈ আহিলে তাৰ শুভ প্ৰভাৱ পৰিব কুম্ভ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত নিজৰ কেৰিয়াৰত কিছু পজিটিভ পৰিবৰ্তন আপুনি দেখা পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷ সূৰ্যৰ প্ৰভাৱত কুম্ভ ৰাশিৰ জাতকৰ আয় বাঢ়িব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
লক্ষ্মীবাৰৰ এদিন পূৰ্বেই ধনযোগ, সৰ্বাৰ্থ সিদ্ধি যোগত ৫ ৰাশিৰ হাতলৈ আহিব ধন

লক্ষ্মীবাৰৰ এদিন পূৰ্বেই ধনযোগ, সৰ্বাৰ্থ সিদ্ধি যোগত ৫ ৰাশিৰ হাতলৈ আহিব ধন

২০ বছৰত ৫ কোটি টকা আয়? কিমান টকাকৈ আপুনি বিনিয়োগ কৰিব লাগিব? জানক সবিশেষ

২০ বছৰত ৫ কোটি টকা আয়? কিমান টকাকৈ আপুনি বিনিয়োগ কৰিব লাগিব? জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.