• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

8 months ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

27 minutes ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

1 hour ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

2 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

2 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

3 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

3 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

4 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

4 hours ago
২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

২০২৬ চনতেই ৪টাকৈ বিৰল ৰাজযোগ, ৩ৰাশিৰ কঁপালত টকাই টকা

5 hours ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

5 hours ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

6 hours ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

editor by editor
August 19, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এছিয়া কাপৰ দল নিৰ্বাচনৰ কথা আনুষ্ঠানিক ভাৱে জনাইছে বিচিচিআইয়ে৷ সন্মুখত টি-২০ বিশ্বকাপো৷ সেই দিশত লক্ষ্য ৰাখিয়েই নিৰ্বাচকে এছিয়া কাপৰ দলৰ কথা ঘোষণা কৰিছে৷ সূৰ্যকুমাৰ যাদৱ দলৰ অধিনায়ক৷ শুভমন গীল হৈছে দলৰ ভাইছ কেপ্টেইন৷ এইবাৰ এছিয়া কাপ হ’ব টি-২০ ফৰমেটত৷ ভাৰতৰ অভিযান আৰম্ভ হব আগন্তুক ১০ ছেপ্টেম্বৰত৷ ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হব ভাৰত পাক মেচ৷

শুভমন গীলক লৈ ইতিমধ্যেই চৰ্চা চলিছিল৷ শুভমন এছিয়া কাপৰ দলত থাকিবনে সেই বিষয়ক লৈ সন্দিহান হৈ আছিল ক্ৰিকেট সমালোচক৷ ইংলেণ্ডৰ মাটিত শুভমন গীলৰ নেতৃত্বত ভাৰতীয় টেষ্ট চিৰিজলৈ যেন পুনৰ হেৰুওৱা উশাহ ঘূৰি আহিছিল৷ সেয়ে শুভমনক বাদ দি এছিয়া কাপৰ দল গঠন সম্ভৱ নহয় বুলিয়েই প্ৰায়সংখ্যক ক্ৰিকেট সমালোচকে মন্তব্য কৰিছিল৷

এছিয়া কাপত ভাৰতীয় দলৰ হৈ অপেনাৰ হিচাপে থাকিব অভিষেক শৰ্মা আৰু সঞ্জু ছেমছন৷ অভিষেক শৰ্মা এই মুহূৰ্তত টি-২০ ফৰমেটৰ এক নম্বৰ বেটছমেন৷ তেওঁৰ সৈতে অপেনাৰ হিচাপে দেখা যাব সঞ্জু ছেমছনক৷ যি সঞ্জুয়ে টি-২০ ফৰমেটত তিনিটা চেঞ্চুৰীও কৰিছে৷ তিনি আৰু চাৰি নম্বৰত আছে তিলক ভাৰ্মা আৰু সূৰ্যকুমাৰ যাদৱ৷ দক্ষিণ আফ্ৰিকালৈ গৈ অধিনায়ক সূৰ্যৰ ওচৰত আব্দাৰ কৰিছিল তিলকে তেওঁক যেন তিনি নম্বৰত ৰখা হয়৷ সূৰ্যই তেতিয়াই ৩ নম্বৰ স্থান এৰি দিছিল তিলক ভাৰ্মাক৷

অভিজ্ঞতা আৰু কাৰ্যকাৰিতাৰ দিশৰ পৰা বিচাৰ কৰিলে হাৰ্দিক পাণ্ডিয়া এতিয়া দলৰ সম্পদ৷ আই পি এলত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিয়াৰ দক্ষতাও আছে তেওঁৰ৷ তেওঁ বোলিঙৰ ওপৰিও বেটিঙতো দুৰ্দান্ত পাৰফৰ্মাৰ৷ টি-২০ বিশ্বকাপত হাৰ্দিক পাণ্ডিয়াৰ পাৰফৰমেন্সৰ কথা কোনেনো পাহৰিব পাৰে৷

অপেনিঙৰ ওপৰিও উইকেট কিপিং কৰিব সঞ্জুৱে৷ বেক আপ কিপাৰ হিচাপে স্থান লৈছে জিতেশ শৰ্মাই৷ অলৰাউণ্ডাৰ হিচাপে দলত লোৱা হৈছে শিৱম ডুবেক৷ আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ শিৱম ডুবেই বহুমেচত উল্লেখযোগ্য পাৰফৰমেন্স দেখুৱাইছে৷ অক্ষয় পেটেল কাৰ্যকৰী অলৰাউণ্ডাৰ৷ বল হাতত লৈ প্ৰতিপক্ষৰ ৰানৰ গতি ৰখাই দিব পাৰে তেওঁ৷ আকৌ বেট হাতত লৈ প্ৰয়োজনীয় ইনিংছ খেলত তেওঁ দক্ষ৷ ৰিঙ্কু সিঙক দলত লোৱাত বেটিং আৰু শক্তিশালী হৈছে৷

সূৰ্যৰ দলৰ বোলিঙৰ প্ৰাণ জশপ্ৰীত বুমৰাহ৷ তেওঁৰ ওপৰিও অৰ্শদ্বীপ সিং, হৰ্ষিত ৰানাক লোৱা হৈছে৷ অৰ্শদ্বীপক লৈ যোৱা হৈছিল ইংলেণ্ডলৈ৷ কিন্তু এখন মেচতো খেলা দেখা নগল অৰ্শদ্বীপক৷ বাওঁ হাতত চিলাই পৰিছিল অৰ্শদ্বীপৰ৷ দুই স্পিনাৰ হিচাপে দলত লোৱা হৈছে কুলদ্বীপ যাদৱ আৰু বৰুণ চক্ৰবৰ্তীক৷

১৫জনীয়া দলৰ ওপৰিও পাঁচ ক্ৰিকেটাৰক ষ্টেণ্ড বাই হিচাপে ৰখা হৈছে৷ তেওঁলোক হৈছে প্ৰসিদ্ধ কৃষ্ণ, ৱাছিংটন সুন্দৰ, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৱেল আৰু যশস্বী জয়ছোৱাল৷ ১৫ জনীয়া দলৰ মাজত কোনোৱে আঘাত প্ৰাপ্ত হলে এই ষ্টেণ্ড বাই ক্ৰিকেটাৰক ২২ গজত নমোৱা হব৷

এছিয়া কাপৰ ঘোষিত দল

সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), শুভমন গীল(সহ অধিনায়ক), সঞ্জু ছেমছন, অভিষেক শৰ্মা, তিলক বৰ্মা, ৰিঙ্কু সিং, হাৰ্দিক পাণ্ডিয়া, জিতেশ শৰ্মা, জশপ্ৰীত বুমৰাহ, অৰ্শদ্বীপ সিং, হৰ্ষিত ৰানা, কুলদ্বীপ যাদৱ আৰু বৰুণ চক্ৰবৰ্তী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?
জীৱনশৈলী

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

April 16, 2026
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়
জীৱনশৈলী

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

April 16, 2026
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?
জীৱনশৈলী

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

April 16, 2026
Next Post
খৰতকীয়াকৈ গলিব ৰক্তনলীত জমা হোৱা পুৰণি কলষ্টেৰল, নিশাৰ বিছনালৈ যোৱাৰ পূৰ্বে খাওক এই খাদ্য

খৰতকীয়াকৈ গলিব ৰক্তনলীত জমা হোৱা পুৰণি কলষ্টেৰল, নিশাৰ বিছনালৈ যোৱাৰ পূৰ্বে খাওক এই খাদ্য

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.