• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

10 months ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

16 minutes ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

50 minutes ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

2 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

14 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

14 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

15 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

16 hours ago
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

16 hours ago
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

17 hours ago
PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

PM Kisanৰ ২৩ নম্বৰ কিস্তিৰ বাবে কিমান দিন অপেক্ষা কৰিব? কোনে পাব ২০০০ টকা জানক

18 hours ago
আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

আক্ৰমণৰ পৰা শান্তি আলোচনালৈ, আমেৰিকা-ইৰান সংঘাতৰ ১০৮টা দিন

18 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

Menstrual Cup ব্যৱহাৰৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

editor by editor
August 19, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
ইউনিয়ন বেংকত দুবছৰৰ বাবে ২ লাখ টকা জমা কৰিলে কিমান টকা ৰিটাৰ্ণ পাব? জানি থওক হিচাপ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এই বছৰতেই ৰেপো ৰেট ১.০০ শতাংশ কমাইছে৷ আৰ বি আইয়ে চলিত বছৰৰ ফেব্ৰুৱাৰী, এপ্ৰিল আৰু জুন মাহত ৰেপো ৰেট কমাইছে৷ কিন্তু আগষ্ট মাহত ৰেপো ৰেট ৫.৫০ শতাংশ স্থিতিশীল ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল৷ আৰ বি আইয়ে ৰেপো ৰেট কমোৱাৰ পাছত সমস্ত বেংকেও এফ ডিৰ সুদৰ হাৰ কমাইছে৷ পাব্লিক চেক্টৰৰ ইউনিয়ন বেংক অফ ইণ্ডিয়াইয়ো এফ ডি স্কিমৰ সুদৰ হাৰ কমাইছে৷ সুদৰ হাৰ কমালেও এতিয়াও এই বেংকে দিছে দুৰ্দান্ত সুদ৷

ইউনিয়ন বেংক অফ ইণ্ডিয়া এফ ডিত সৰ্বোচ্চ ৭.৩৫ শতাংশ সুদ দিছে

ইউনিয়ন বেংক অফ ইণ্ডিয়াত সৰ্বনিম্ন ৭ দিন আৰু সৰ্বোচ্চ ১০ বছৰৰ বাবে এটা এফ ডি একাউণ্ট খুলিব পাৰে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়া এক চৰকাৰী বেংক, যত এফ ডিত ৩.৪০শতাংশৰ পৰা ৭.৩৫ শতাংশ পৰ্যন্ত সুদ দিয়া হয়৷ ইউনিয়ন বেংকৰ এনে এক এফ ডি স্কিমৰ কথা ইয়াত কোৱা হৈছে য’ত ২ লাখ টকা জমা কৰি ৩০, ৯০৮ টকা পৰ্যন্ত স্থিৰ সুদ পাব পাৰে৷ এই চৰকাৰী বেংকত ২ বছৰৰ এফ ডিত ৬.৫০ শতাংশৰ পৰা ৭.২৫ শতাংশ পৰ্যন্ত সুদ দিছে৷
বিভিন্ন ম্যাদৰ এফ ডি স্কিমত সাধাৰণ নাগৰিকসকলৰ বাবে সৰ্বোচ্চ ৬.৬০শতাংশ, চিনিয়ৰ চিটিজেনৰ বাবে ৭.১০ শতাংশ আৰু ছুপাৰ ছিনিয়ৰ চিটিজেনৰ বাবে ৭.৩৫শতাংশ সুদ দিয়া হৈছে৷ ইউনিয়ন বেংক অফ ইণ্ডিয়াত সাধাৰণ নাগৰিকে ৬.৫০শতাংশ, চিনিয়ৰ চিটিজেনে ৭.০০ শতাংশ আৰু অতি চিনিয়ৰ চিটিজেনক ৭.২৫শতাংশ সুদ দিছে৷
কোনোৱে যদি ২০০০০০ টকা জমা কৰে তেন্তে ম্যাদপূৰ্তিত ৩০,৯০৮ টকা নিৰ্দিষ্ট সুদ পাব৷ কোনোৱে যদি এজন সাধাৰণ নাগৰিক হয় তেন্তে ইউনিয়ন বেংকৰ ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰে তেন্তে ম্যাদপূৰ্তিত মুঠ ২,২৭,৫২৮ টকা পাব৷ যাৰ মাজত সুদ পাব ২৭,৫২৮ টকা৷ কোনোবা যদি ছিনিয়ৰ চিটিজেন হয় তেন্তে ইউনিয়ন বেংকে ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰি ম্যাদপূৰ্তিত মুঠ ২,২৯,৭৭৬ টকা পোৱা যাব৷ যাৰ মাজত ২৯,৭৭৬ টকা ফিক্সড সুদ৷ একেদৰে যদি এজন ছুপাৰ চিনিয়ৰ চিটিজেন হয় তেন্তে ২ বছৰৰ এফ ডিত ২ লাখ টকা জমা কৰে তেন্তে মুঠ ২,৩০,৯০৮ টকা পাব, যাৰ মাজত সুদ হব ৩০,৯০৮ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা
বিনোদন

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

June 16, 2026
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?
বিনোদন

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

June 16, 2026
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?
ভাৰত

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

June 16, 2026
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?
বাণিজ্য

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

June 15, 2026
Next Post
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত সোমাই আক্ৰমণ যুৱকৰ! কিয় চুলিত ধৰি চৰ শোধালে মুখ্যমন্ত্ৰী ৰেখাক?

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

৩০ দিন আৰক্ষীৰ জিম্মা অথৱা কাৰাগাৰত থাকিলেই হেৰুৱাব মন্ত্ৰিত্ব! বিতৰ্কিত বিল উত্থাপন কৰিলে অমিত শ্বাহে, কি মত বিৰোধীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.