• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?

মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?

9 months ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

1 hour ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

2 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

2 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

3 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

3 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

3 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

4 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

5 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

6 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

6 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

7 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?

মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?

editor by editor
August 22, 2025
in জীৱনশৈলী
0
মাটি-সম্পত্তি ক্ৰয়ৰ যোগ! অহা মাহতেই ৩ ৰাশিৰ জীৱনত ধনৰ বৃষ্টি, লাভাম্বিত হ’ব কোন কোন ৰাশিৰ জাতক?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক মাহত অৰ্থাৎ ছেপ্টেম্বৰত কেইবাটাও গ্ৰহই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত উপকৃত হব কেইবাটাও ৰাশি৷ অৱশ্যে অশুভ প্ৰভাৱো পৰিব কেইবাটাও ৰাশিৰ ওপৰত৷ মঙ্গল জ্যোতিষশাস্ত্ৰত সাহস, শক্তি, মাটি আৰু সম্পত্তিৰ কাৰক গ্ৰহ হিচাপে বিবেচিত হয়৷ মঙ্গলে যেতিয়া এটা ৰাশিৰ বা নক্ষত্ৰৰ পৰা অন্য ৰাশি বা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰতেই পৰে৷ চিত্ৰা নক্ষত্ৰৰ অধিপতি স্বয়ং মঙ্গল৷ সেয়ে এই নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ খুবেই গুৰুত্বপূৰ্ণ৷ মঙ্গলে ৩ ছেপ্টেম্বৰৰ সন্ধিয়া ৬.০৪ মিনিটত চিত্ৰা নক্ষত্ৰত গোচৰ কৰিছে৷ ২৩ ছেপ্টেম্বৰৰ নিশা ৯.০৮ মিনিট পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব মঙ্গলে৷ তিনি ৰাশি মঙ্গলৰ এই গোচৰত লাভৱান হব৷

কোন কোন ৰাশিৰ কঁপালত সুখৰ জোৱাৰ আহিব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই গোচৰ বিশেষ ফলদায়ী হব পাৰে৷ যিহেতু মঙ্গলৰ নিজস্ব ৰাশি হৈছে মেষ সেয়ে এই নক্ষত্ৰত মঙ্গলৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি পাব৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব পাৰে আৰু আৰ্থিক দিশতো আপুনি লাভৱান হব৷

বৃশ্চিক ৰাশি

মঙ্গলৰ গোচৰৰ কাৰণে বৃশ্চিক ৰাশিৰ জাতকে হঠাৎ আৰ্থিক লাভ পাব পাৰে৷ সম্পত্তি বা বাহন ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ পাৰিবাৰিক সুখ বৃদ্ধি পাব আৰু জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হব৷ আয়ৰ নতুন পথ খুলিব৷ আৰ্থিক অৱস্থা মজবুত হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই গোচৰে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ ৰৈ থকা ধন এই সময়ত লাভ কৰাৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ আৰ্থিক স্থিতি স্থিতিশীল কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি কৰ্মৰ প্ৰশংসা লাভ কৰিব আৰু পদোন্নতিৰো সুযোগ আহিব পাৰে৷ ব্যৱসায়ীয়ে ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব আৰু ভ্ৰমণৰো সম্ভাৱনা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

May 16, 2026
Next Post
সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

সন্তানৰ বাবে মাত্ৰ ১শতাংশ ৰাখি ২০ হাজাৰ কোটি ডলাৰ বিলাই দিয়াৰ সিদ্ধান্ত বিল গেটছৰ, কোনে কোনে পাব ধনকুবেৰৰ সম্পত্তি?

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

৫ বছৰৰ পাছত আকৌ ভাৰতত মুকলি টিকটক? জানক কি কৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.