• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

1 year ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

8 minutes ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

40 minutes ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

1 hour ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

2 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

3 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

4 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

4 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

5 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

5 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

7 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

7 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

editor by editor
August 30, 2025
in জীৱনশৈলী
0
হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

RSSৰ শতবৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত আকৌ বিতৰ্কিত বক্তব্য ৰাখিছে সংঘপ্ৰধান মোহন ভাগৱতে৷ মঙ্গলবাৰে ১০০ বছৰীয়া জাৰ্নি অফ আৰ এছ এছঃ নিউ হৰাইজনছ শীৰ্ষক এক অনুষ্ঠানত বক্তব্য ৰাখিবলৈ গৈ তেওঁ দাবী কৰিছে যে হিন্দু আৰু মুছলমানসহ অখণ্ড ভাৰতৰ ভূখণ্ডত বসবাসকাৰী সকলো মানুহৰ ডি এন এ বিগত চল্লিছ হাজাৰ বছৰ ধৰি থাকি একেই হৈ পৰিছে৷

মোহৰ ভাগৱতৰ বক্তব্য অনুসৰি যিসকলে এই ভূখণ্ডত বাস কৰে তেওঁলোক সকলো হিন্দু যদিও কোনো কোনোৱে নিজকে হিন্দু বুলি স্বীকাৰ নকৰে বা নিজকে তেওঁলোকে হিন্দু বুলি পাহৰি গৈছে৷ এই প্ৰসংগত তেওঁ হিন্দুসকলক ৪ভাগত ভাগো কৰিছে৷

১. যিসকলে গৰ্বৰ সৈতে নিজকে হিন্দু বুলি পৰিচয় দিয়ে৷

২. যিসকলে জানে তেওঁলোক হিন্দু কিন্তু বিশেষ গুৰুত্ব নিদিয়ে

৩. যিসকলে জানে অথচ বিভিন্ন কাৰণত নিজক হিন্দু বুলি ক’ব নোখোজে

৪. যিসকলে নাজানেই তেওঁলোক হিন্দু

মোহন ভাগৱতৰ মতে যিসকলে নিজকে হিন্দু বুলি ক’ব নোখোজে তেওঁলোকো হিন্দু ভাৰতীয় পৰিচয়েৰে নিজকে পৰিচয় দি স্বচ্ছন্দবোধ কৰে৷ বহুতেই আকৌ নিজকে সনাতনী হিচাপেও মানি লয়৷ তেওঁ কয়, ‘যদি কোনোৱে হিন্দু শব্দটো মানিব নোখোজে তেন্তে অসুবিধা নাই৷ কিন্তু তেওঁলোকে যদি ভাৰতীয় পৰিচয়ক বিশ্বাস কৰে সেয়াই যথেষ্ট৷ কাৰণ তেওঁলোকৰো আছে ভাৰত মাতাৰ প্ৰতি ভক্তি৷ আমাৰ পূৰ্বপুৰুষৰ প্ৰতি ভক্তি৷’

মোহন ভাগৱতে সভাত কয়, ‘আজিৰ পৰা প্ৰায় ১০০ বছৰ পূৰ্বে ডঃ কেশৱ বলিৰাম হেডগেৱাৰে আৰ এছ এছ প্ৰতিষ্ঠা কৰিছিল হিন্দু সমাজক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে৷ কিন্তু প্ৰশ্ন ৰৈ যায়-অন্যসকল কেনেকৈ বাদ পৰিল? এই উত্তৰতো তেওঁ এক ঐতিহাসিক বাখ্যা দিছে৷ তেওঁৰ দাবী, প্ৰাচীন ইৰাণৰ মানুহে সিন্ধু নদীৰ ওপৰত বসবাসকাৰী মানুহক হনদ নামেৰে মাতে৷ তাৰ পৰাই ক্ৰমে হিন্দু শব্দৰ উদ্ভৱ হৈছে৷ তেওঁ কয়, এই ভূমিত বহু দেৱতা আৰু বহু ধৰ্মগ্ৰন্থৰ প্ৰচলন আছিল বা আছে৷ আৰু সকলোৰে ধাৰণা এটাই যে সকলো পথে একেই গন্তব্যলৈ লৈ যায়৷ যিয়ে এই ঐক্যৰ দৰ্শনত বিশ্বাস কৰে সেই সকলেই হিন্দু৷ এই মন্তব্য ভাগৱতৰ৷

মোহন ভাগৱতে লগতে কয় যে, হিন্দু হোৱা মানেই হিন্দু বনাম অন্য সকলো নহয় বৰং হিন্দু মানে সৰ্বসন্মতি এক ঐক্য৷ তেওঁৰ মতে আমাৰ ঐতিহ্যই হৈছে একেলগে থকা৷ মই বিশ্বাস নকৰো যে এক হবলৈ হলে একেধৰণৰেই হব লাগিব৷ বৈচিত্ৰ প্ৰকৃততে ঐক্যৰেই ফল৷ তেওঁ আৰু উদাহৰণ টানি কয়, যেনেকৈ কাৰোবাৰ শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম লাগে তেন্তে যুঁজ কৰাৰ বাবেও সংঘই কাৰোবাৰ বিৰুদ্ধে নহয় বৰং সমাজক সুস্থ ৰখাৰ বাবে কাম কৰে৷

ভাগৱতে হিন্দু মুছলমানৰ একেই পূৰ্বপুৰুষ বা অভিন্ন ডি এন এ বুলিও মন্তব্য কৰিছে৷ ২০২১ চনত তেওঁ কৈছিল, ‘হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই তেওঁলোকৰ ডি এন এ একেই৷’ সেই সময়ত মোহন ভাগৱতৰ এই মন্তব্যক লৈ একাংশ আৰ এছ এছ নেতাই বিৰোধো কৰিছিল৷ মঙলবাৰে তেওঁ পুনৰ কয়, হিন্দু শব্দটো আমাৰ মাতৃভূমি, পুৰ্বপুৰুষ আৰু সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যৰ সমাৰ্থক৷ প্ৰত্যেক ভাৰতীয়ই প্ৰকৃততে হিন্দু৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
Next Post
ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.