• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

6 months ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

19 minutes ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

1 hour ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

2 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

3 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

4 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

4 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

5 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

5 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

7 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

7 hours ago
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

8 hours ago
বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

বছৰৰ পাছত বছৰ ধৰি পৰিয়ালৰ লোকৰ মাজতেই বিবাহ, সংগম! এই গাওঁৰ প্ৰায়সকল লোকেই হৈ পৰিছে ভয়ংকৰ ৰোগৰ চিকাৰ, আজিও কোনো ঔষধ নাই এই ৰোগৰ, কি এই ৰোগ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?

editor by editor
September 10, 2025
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক, SITয়ে দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন, কি কি বিস্ফোৰক তথ্য এই প্ৰতিবেদনত? কেতিয়া ৰাজহুৱা কৰা হ’ব তথ্য?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক অৱশেষত মুখ্যমন্ত্ৰীৰ হাতত SITয়ে অৰ্পণ কৰিলে প্ৰতিবেদন৷ কিন্তু কি আছে প্ৰতিবেদনত? বুধবাৰে ৬ বজাত অসম আৰক্ষীৰ SIT টিমে গৌৰৱ গগৈৰ ‘পাকিস্তানৰে সম্পৰ্ক’ৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক জমা দিয়ে। মঙলবাৰে মুখ্যমন্ত্ৰীয়ে জনাইছিল যে SITএ দাখিল কৰা প্ৰতিবেদন চোৱাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব। প্ৰতিবেদনত গুৰুতৰ বিশেষ কিবা থাকিলে ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।প্ৰতিবেদনত বিশেষ আপত্তিকৰ তথ্য নাথাকিলে গোচৰটো বন্ধ কৰি দিয় হ’ব বুলি কৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।
‘গৌৰৱ গগৈৰ পাকিস্তান লিংক’, SITৰ প্ৰতিবেদনত কি আছে?
মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন অৱশেষত দাখিল কৰে অনুসন্ধান কমিটিয়ে৷ DG মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SITৰ প্ৰতিবেদন অৰ্পণ কৰা হয়৷ গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তন্ন তন্নকৈ লিখা আছে এই প্ৰতিবেদনত৷
কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদনত আছে কেইবাটাও বিস্ফোৰক তথ্য৷ প্ৰতিবেদন দাখিলৰ সময়ত উপস্থিত থাকে প্ৰণৱজ্যোতি গোস্বামী, ৰ’জি কলিতা৷ অৱশ্যে আজি ৰাজহুৱা কৰা নহয় SITৰ প্ৰতিবেদন৷ তন্ন তন্নকৈ পৰীক্ষা কৰা হ’ব প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠা৷ পৰ্যৱেক্ষণৰ পাছতে ৰাজহুৱা কৰাৰ সম্ভাৱনা প্ৰতিবেদনৰ তথ্য৷
সূত্ৰ অনুসৰি গৌৰৱ আৰু পত্নীৰ পাকিস্তান লিংকক লৈ জেৰা কৰা হৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথক। বিশেষ সূত্ৰৰ অনুসৰি SITৰ তদন্ত প্ৰতিবেদনত লিপিবদ্ধ হৈছে গৌৰৱ পত্নী এলিজাবেথৰ বিস্ফোৰক স্বীকাৰোক্তি। তথ্য অনুসৰি ১৪ বাৰ পাকিস্তান লৈ গৈছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে, বিয়াৰ পূৰ্বে দুবাৰকৈ গৌৰৱ গগৈয়ে কৰিছিল পাকিস্তান ভ্ৰমণ। জানিব পৰা অনুসৰি বিগত ডেৰ মাহত ৯ জনকৈ ব্যক্তিক সোধা-পোছা কৰিছে SITএ।নতুন দিল্লীত SITৰ জেৰাৰ সন্মুখীন হৈছিল গৌৰৱ-পত্নী এলিজাবেথ। তদন্তৰ সময়ছোৱাত SITয়ে ৫ বাৰ দিল্লী-পাঞ্জাৱলৈ গৈছিল। পাকিস্তানী নাগৰিক আলী তাকিৰ শ্বেখৰ বিৰুদ্ধেও তদন্ত কৰিছে দলটোৱে। উল্লেখ্য যে আলী তাকিৰ শ্বেখ পাকিস্তানৰ পৰিকল্পনা আয়োগৰ অন্যতম উপদেষ্টা। পাক চোৰাংচোৱা সংস্থা ISIৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছে আলী তাকিৰ শ্বেখৰ। এই আলী তাকিৰ শ্বেখ লীড নামৰ সংস্থাটোৰ CEO। সেই আলী তাকিৰ শ্বেখৰ NGO লীডৰ অধীনৰ প্ৰকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক চমুকৈ CDKNৰ সমন্বয়ক আছিল এলিজাবেথ ক’লবাৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

March 22, 2026
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!
জীৱনশৈলী

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

March 22, 2026
Next Post
ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰ কৰিছিল অসমৰ সাংসদে, SITৰ প্ৰতিবেদনক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে?

ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰ কৰিছিল অসমৰ সাংসদে, SITৰ প্ৰতিবেদনক লৈ কি কৈছে মুখ্যমন্ত্ৰীয়ে?

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগত শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.