জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ গোচৰ নলয় অসমৰ কোনো অধিবক্তাই৷
এই সিদ্ধান্ত হৈছে সদৌ অসম উকীল সন্থাই৷
অসমৰ সকলো অধিবক্তাকে অভিযুক্তসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান সদৌ অসম উকীল সন্থাৰ৷
উকীল সন্থাই স্পষ্টকৈ জনাই দিছে যে সামাজিক দায়বদ্ধতা আৰু নৈতিক কাৰণত অভিযুক্তৰ সপক্ষে থিয় নিদিয়ে তেওঁলোক৷
সঠিক তদন্তৰ বাবে সুস্থ পৰিবেশ বৰ্তাই ৰখাৰো আহ্বান জনাইছে সদৌ অসম উকীল সন্থাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















