• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

1 year ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

46 minutes ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

1 hour ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

2 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

3 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

4 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

5 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

6 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

6 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ!এই মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব

editor by editor
September 26, 2025
in জীৱনশৈলী, লেখা
0
গুৰু, ৰাহু, মঙলৰ মিলনত গঠিত হ’ব কাম ত্ৰিকোণ ৰাজযোগ! অক্টোবৰ মাহত ৩ ৰাশিৰ সৌভাগ্য উজ্বলি উঠিব
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰায় প্ৰতিমাহে একাধিক গ্ৰহই নিজৰ ৰাশিচক্ৰ পৰিবৰ্তন কৰে, যিয়ে মানুহৰ জীৱনক প্ৰভাৱিত কৰে৷ জ্যোতিষশাস্ত্ৰত এটা ৰাশিৰ পৰা অন্য ৰাশিত গ্ৰহৰ চলাচল অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়৷ ২৮ ছেপ্টেম্বৰ এক বিশেষ দিন৷ কাৰণ এইদিনটোত দেৱগুৰু বৃহস্পতি, ৰাহু আৰু মঙলে এক বিশেষ অৱস্থানত থাকিব৷ এই তিনিটা গ্ৰহই এক ত্ৰিভুজ অৱস্থান কৰিব, যাৰ ফলত কাম ত্ৰিকোণ যোগ তৈয়াৰ হ’ব৷ এই শুভ যোগ ২৮ ছেপ্টেম্বৰৰ পৰা ২৭ অক্টোবৰ পৰ্যন্ত সম্পূৰ্ণ এমাহ স্থায়ী হ’ব৷

ৰাহু, বৃহস্পতি আৰু মঙলে যেতিয়া তৃতীয়, সপ্তম আৰু একাদশ ঘৰত মিলিত হয় তেতিয়া কাম ত্ৰিকোণ ৰাজযোগ তৈয়াৰ হব৷ এই যোগক জ্যোতিষশাস্ত্ৰত অত্যন্ত শক্তিশালী ৰাজযোগ হিচাপে বৰ্ণনা কৰা হৈছে৷ এই যোগ নিৰ্দিষ্ট ৰাশিৰ জাতকৰ বাবে সমৃদ্ধি, অগ্ৰগতি আৰু সৌভাগ্য লৈ আহে৷ যি ৰাশিৰ জাতক ইয়াৰ দ্বাৰা প্ৰভাৱিত, তেওঁলোকৰ জীৱনলৈ বহু ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ জানি থওক এই কাম ত্ৰিকোণ ৰাজযোগত কোন ৰাশিৰ জাতকৰ বাবে শুভ হ’ব?

কন্যা ৰাশি

এই যোগ কন্যা ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদস্বৰূপ হ’ব৷ কৰ্মক্ষেত্ৰত নতুন চাকৰি, পদোন্নতি বা বিশেষ স্বীকৃতি লাভৰ সম্ভাৱনা আছে৷ আৰ্থিক লাভ সম্ভৱ হ’ব আৰু বিনিয়োগৰ বাবে এই সময় লাভজনক সময়৷ বৈবাহিক জীৱন আৰু সুসংগত হৈ উঠিব৷

ধনু ৰাশি

কাম ত্ৰিকোণ যোগ ধনু ৰাশিৰ বাবে অত্যন্ত শুভ হব৷ এই সময়ত আপোনাৰ ভাগ্য আপোনাৰ সৈতে থাকিব আৰু স্থগিত থকা কাম সহজেই সম্পন্ন হব৷ ব্যৱসায়ত লাভ আৰু চাকৰিত অগ্ৰগতিৰ সম্ভাৱনা আছে৷ আপুনি সন্মান আৰু খ্যাতিও অৰ্জন কৰিব৷ ভ্ৰমণ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় তেওঁলোকৰ কৰ্মজীৱন আৰু ব্যৱসায়িক উন্নতিৰ সময় হিচাপে প্ৰমাণিত হব৷ দীৰ্ঘদিন ধৰি অমীমাংসিত কাম এতিয়া সম্পন্ন হব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আপুনি পাব৷ আপোনাৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব আৰু আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
১০ দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক হাজিৰ হোৱাৰ নিৰ্দেশ CIDৰ, ছিংগাপুৰৰ উচ্চায়ুক্তকো যোগাযোগ CIDৰ

১০ দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক হাজিৰ হোৱাৰ নিৰ্দেশ CIDৰ, ছিংগাপুৰৰ উচ্চায়ুক্তকো যোগাযোগ CIDৰ

নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ

নিশাটো পাৰ হ’লেই মালামাল হ’ব ৩ ৰাশি, সূৰ্য-শনিৰ বিৰল যোগত পকেট গৰম হ’ব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.