• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

8 months ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

42 minutes ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

2 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

2 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

4 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

5 hours ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

13 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

14 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

14 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

15 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

17 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

18 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব

editor by editor
October 11, 2025
in জীৱনশৈলী
0
মঙ্গলৰ বছৰত কাটিব সকলো দুৰ্ভোগ, ২০২৬ চন এই ৫ ৰাশিৰ বাবে অত্যন্ত শুভ হ’ব
0
SHARES
3.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চন শেষ হ’বলৈ আৰু মাত্ৰ ২মাহ৷ আৰম্ভ হ’ব ২০২৬ চন৷ ২০২৬ চনত মুঠ ৪টা গ্ৰহণ আছে৷ যাৰ মাজত ২ টা সূৰ্যগ্ৰহণ আৰু ২ টা চন্দ্ৰগ্ৰহণ আছে৷ আগন্তুক বছৰৰ ১৭ ফেব্ৰুৱাৰীত সূৰ্যগ্ৰহণ, ৩ মাৰ্চত চন্দ্ৰগ্ৰহণ, ১২ আগষ্টত সূৰ্যগ্ৰহণ আৰু ২৮ আগষ্টত চন্দ্ৰগ্ৰহণ হ’ব৷ ইয়াৰোপৰি শনি, গুৰু, ৰাহু-কেতুৰ দৰে গুৰুত্বপূৰ্ণ গ্ৰহ গোচৰো হ’ব৷ এইসমূহৰ প্ৰভাৱ ৫ ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ জানি থওক কোন কোন ৰাশিৰ ভাগ্যৰ তলা খুলিব ২০২৬ চনত?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চন সন্তোষপূৰ্ণ হ’ব৷ কোনো ডাঙৰ সমস্যাৰ পৰা স্বস্তি পাব পাৰে৷ কেৰিয়াৰত গুৰুত্বপূৰ্ণ উন্নতি আৰু স্থিৰতা অহাৰ সম্ভাৱনা আছে৷ আৰ্থিক দিশ মজবুত হ’ব৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে ২০২৬ চনত কিছু ডাঙৰ উপলব্ধি অৰ্জন কৰাৰ সুযোগ আহিব৷ যাৰ কাৰণে এই বছৰটো আপোনাৰ বাবে উল্লেখনীয় হ’ব৷ কেৰিয়াৰত স্থিৰতা, সফলতা আৰু গুৰুত্বপূৰ্ণ পদোন্নতি পাব৷ আপুনি নতুন কোনো দায়িত্ব এই সময়ত পাব পাৰে৷ ব্যৱসায়চ নতুন সুযোগ পাব৷ পাৰিবাৰিক জীৱনলৈ সুখ আহিব৷

সিংহ ৰাশি

২০২৬ চনে এই ৰাশিৰ জাতকৰ জীৱনলৈ একাধিক ইতিবাচক ফল কঢ়িয়াই আনিব৷ আপোনাৰ অৰ্থ বাঢ়িব৷ কেৰিয়াৰৰ বাবে এই সময় উন্নতিদায়ক হব৷ জীৱনত সুখ বাঢ়িব৷ আৰ্থিক দিশ মজবুত হ’ব৷

তুলা ৰাশি

তুলা ৰাশিৰ বাবে ২০২৬ চনে কেৰিয়াৰত বৃহৎ উন্নতি আনি দিব৷ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ হ’ব৷ লাভ বাঢ়িব৷ ইয়াৰ সৈতে ব্যৱসায়ত উন্নতি হ’ব৷ জীৱনৰ অন্য দিশসমূহত মনোযোগ ৰাখিবলৈ নাপাহৰিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে ২০২৬ চনে একাধিক সুখবৰ কঢ়িয়াই আনিব৷ অৰ্থ সম্পত্তি বাঢ়িব৷ কিছু জাতকে নিজা বাহন ক্ৰয়ৰ সুযোগ পাব৷ কেৰিয়াৰত উন্নতি হ’ব৷ যাৰ ফলত আপুনি সুখী জীৱন কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

June 18, 2026
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব
জীৱনশৈলী

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

June 18, 2026
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
Next Post
ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.