• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

3 months ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

19 minutes ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

2 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

2 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

3 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

5 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

5 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

6 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

6 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

1 day ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

1 day ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

editor by editor
October 11, 2025
in জীৱনশৈলী
0
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই
0
SHARES
487
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোহৰ আৰু সমৃদ্ধিৰ উৎসৱ দীপাৱলি৷ হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে এই দিনটোতেই দেৱী লক্ষ্মীয়ে পৃথিৱীলৈ আহে আৰু ভক্তৰ ঘৰত আশীৰ্বাদ বৰ্ষণ কৰে৷ সেয়ে দীপাৱলিৰ নিশা ধনসম্পদ আহৰণৰ বিশেষ শুভক্ষণ বুলিও কোৱা হয়৷ বিশেষজ্ঞৰ মতে এই নিশা ঘৰত কিছু নিৰ্দিষ্ট আধ্যাত্মিক উপায় বা উপচাৰ পালন কৰিলে জীৱনৰ আৰ্থিক বাধা, ঋণৰ বোজা আৰু ব্যৱসায়ৰ মন্দাভাৱ দূৰ হ’ব পাৰে৷ জ্যোতিষীৰ মতে এই উপাচাৰসমূহ কেৱল নিয়মেই নহয়, ই বিশ্বাস আৰু মানসিক ইতিবাচকতাৰো প্ৰতীক৷ যিয়ে সঁচা মনেৰে দেৱী লক্ষ্মীৰ আৰাধনা কৰে তেওঁৰ জীৱনলৈ সমৃদ্ধি আহেই৷ এই উপাচাৰসমূহ দীপাৱলীৰ নিশা পালন কৰিলে অৰ্থনৈতিক উন্নতি আৰু শান্তি আহে বুলি বিশ্বাস কৰা হয়৷

১. শুভ সময়ত আৰম্ভ কৰক উপচাৰঃ দীপাৱলিৰ নিশা ১১ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটৰ ভিতৰত এই উপায় গ্ৰহণ কৰা সকলোতকৈ শুভ৷ এই সময়ক মহালক্ষ্মীৰ প্ৰিয় মুহূৰ্ত বুলি কোৱা হয়৷

২. ঘিঁৰ তিনিটা প্ৰদীপ জ্বলাওকঃ ঘিঁৰে তৈয়াৰ কৰা তিনিটা প্ৰদীপ প্ৰস্তুত কৰক৷ প্ৰতিটো প্ৰদীপতেই পদ্মবীজ দিয়ক৷ বিশ্বাস কৰা হয় যে পদুম ফুল লক্ষ্মী দেৱীৰ প্ৰিয় ফুল, সেয়ে ইয়াৰ গুটি দিলেও দ্ৰুত আশীৰ্বাদ পোৱা যায়৷

৩. চাকি পবিত্ৰ কোনো গছৰ গুৰিত ৰাখকঃ পৃথক পৃথক তিনিজোপা গছৰ তলত প্ৰদীপ জ্বলাওক৷ আঁহত গছ, আমলখি গছ, বেল গছৰ গুৰিত আপুনি চাকি জ্বলাব পাৰে৷ এই তিনিবিধ গছক হিন্দু শাস্ত্ৰত পবিত্ৰ বুলি ধৰা হয়৷ এইসমূহৰ তলত প্ৰদীপ জ্বলালে নেতিবাচক শক্তি দূৰ হয়৷ ইতিবাচক শক্তিৰ প্ৰবাহ আৰম্ভ হয়৷

৪. একোটাকৈ চাকি একোজন দেৱতাৰ নামত উৎসৰ্গা কৰকঃ প্ৰথম চাকি ভগৱান গণেশৰ নামত অৰ্পণ কৰক৷ দ্বিতীয় চাকি লক্ষ্মী দেৱীৰ উদ্দেশ্যে দিয়ক যিয়ে অৰ্থ আৰু সৌভাগ্যৰ অধিষ্ঠাত্ৰী৷ তৃতীয় প্ৰদীপ দিয় সৰস্বতী দেৱীৰ নামেৰে যিয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী৷ এটা প্ৰদীপত গোল শলিতা দিয়ক আৰু বাকী দুটাত দীঘল শলিতা দিয়ক৷ ইয়াত শুভশক্তিৰ ভাৰসাম্য বৰ্তি থাকিব৷

৫. পূজাৰ সময়ত বিশেষ আহ্বানঃ চাকি জ্বলোৱাৰ সময়ত মনোযোগ দিয়ক৷ দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু পূৰ্বপুৰুষক স্মৰণ৷ প্ৰাৰ্থনা কৰক যেন ঘৰলৈ সমৃদ্ধি আৰু ধনৰ প্ৰবাহ অব্যাহত থাকে৷ বিশ্বাস কৰা হয় যে এই আহ্বানে জীৱনত স্থায়ী আৰ্থিক শান্তি আনে৷

৬. ঘৰত লক্ষ্মী পূজা কৰকঃ গছৰ তলত প্ৰদীপ ৰখাৰ পাছত ঘৰত লক্ষ্মীপূজা কৰক৷ পূজাৰ সময়ত এটা ৰূপৰ মুদ্ৰা দেৱীৰ সন্মুখত ৰাখক আৰু সেয়া ঘৰৰ লকাৰত ৰাখি থ’ব৷ ই অৰ্থৰ সঞ্চয় বঢ়োৱাত সহায় কৰে৷

বিশেষজ্ঞৰ মতে, এই উপচাৰৰ ফলত পুৰণি ঋণৰ পৰা মুক্তি পোৱা যায়৷ ব্যৱসায়ত লাভ বৃদ্ধি হয়৷ আৰ্থিক স্থিতিশীলতা বাঢ়ে, ঘৰত অৰ্থৰ প্ৰবাৱ বাঢ়ে৷ জীৱনলৈ ইতিবাচক শক্তিৰ আগমন হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
Next Post
কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.