• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

3 months ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

20 minutes ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

59 minutes ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

2 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

3 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

4 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

22 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

23 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

24 hours ago
আপুনি ৫লাখ টকা পোষ্ট অফিচ FDত ৰাখিলে ৫বছৰত কিমান ৰিটাৰ্ণ পাব? জানি থওক হিচাপ

1 day ago
মঙ্গলৰ ঘৰলৈ আহিছে সূৰ্য, ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰত ধনৰ বৃষ্টি এই ৫ৰাশিত

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ

editor by editor
October 15, 2025
in জীৱনশৈলী
0
কাইলৈৰ পৰা বিশাখা নক্ষত্ৰত মঙল-বুধ, কালীপূজাৰ পূৰ্বেই সুখ আহিব এই ৪ৰাশিৰ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দৃক পঞ্জিকা অনুসৰি কাইলৈ ১৬ অক্টোবৰৰ সন্ধিয়া ৭ বাজি ৮ মিনিটত বিশাখা নক্ষত্ৰত প্ৰৱেশ কৰিব যুৱৰাজ গ্ৰহ বুধে৷ পূৰ্বৰে পৰাই তাতেই অৱস্থান কৰিছে মঙ্গলে৷ জ্যোতিষ অনুসৰি জ্ঞান, বুদ্ধি, ব্যৱসায়  ভাগ্য আৰু বাচন ক্ষমতাৰ কাৰক গ্ৰহ বুলি কোৱা হয় বুধক৷ আকৌ ৰঙা গ্ৰহ মঙ্গল হৈছে এনাৰ্জি, সাহস আৰু বীৰত্বৰ কাৰক গ্ৰহ৷ এই দুই গ্ৰহ বৃহস্পতিৰ নক্ষত্ৰত বিশাখাত মিলিত হোৱাৰ ফলত কাইলৈৰ পৰা নানানভাৱে লাভৱান হ’ব চাৰি ৰাশিৰ জাতক৷ জানি থওক কালীপূজাৰ পূৰ্বেই ভাগ্য সোণৰ দৰে চমকিব কাৰ কাৰ?

মেষ ৰাশি

মঙল আৰু বুধৰ যুঁটিৰ শুভ প্ৰভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈৰ পৰা মোটা আৰ্থিক লাভৰ সুযোগ পাব এই ৰাশিৰ জাতক৷ ইয়াৰোপৰি স্বাস্থ্যও ভালে থাকিব এওঁলোকৰ৷ চাকৰিয়ালৰ পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ত মুনাফা লাভ কৰিব৷ নতুন চুক্তি কৰিব পাৰে৷ আপোনাৰ কথাত বহুতেই প্ৰভাৱিত হ’ব৷

সিংহ ৰাশি

মঙল বুধৰ যুঁটি লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস তুংগত উঠিব৷ আপোনাৰ কথাত বহুজন মুগ্ধ হ’ব৷ আত্মবিশ্বাসৰ জোৰত সাফল্য লাভ সম্ভৱ হ’ব৷ আৰ্থিক বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷

কন্যা ৰাশি

কালীপূজা পূৰ্বেই ডাঙৰ সুখবৰ পাব কন্যা ৰাশিৰ জাতকে৷ বিদেশৰ সৈতে সম্পৰ্কিত কামত সাফল্য লাভ কৰিব৷ বিনিয়োগৰ পৰা অৰ্থলাভ হ’ব পাৰে৷ ব্যৱসায়ত মুনাফা বাঢ়িব৷ উপাৰ্জন কৰাৰ বাবেও এই সময় আপোনাৰ বাবে শুভ৷ সকলো পৰিকল্পনাত সফল হ’ব পাৰে৷

ধনু ৰাশি

মঙ্গল বুধৰ যুঁটিৰ প্ৰভাৱত চকুত পৰা উন্নতি কৰিব ধনু ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জ্ঞান বুদ্ধি বাঢ়িব৷ মূৰ ঠাণ্ডা ৰাখি সিদ্ধান্ত ল’ব পাৰে৷ ব্যৱসায়ত বিনিয়োগৰ পৰা আৰ্থিক লাভ হ’ব৷ হঠাৎ অৰ্থলাভ হোৱাৰ যোগ আছে৷ পৰিয়ালৰ সকলোৰে সমৰ্থন আপোনাৰ সৈতে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

January 15, 2026
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে
জীৱনশৈলী

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

January 15, 2026
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

January 15, 2026
Next Post
ঋণত ডুবিছে সমগ্ৰ বিশ্ব, আয়তকৈ ২৯১শতাংশ বেছি ধাৰ হৈছে সমগ্ৰ বিশ্বই! কেনেকৈ ঘটিছে এই বিপত্তি?

সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন