• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

10 months ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

40 minutes ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

2 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

2 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

3 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

4 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

5 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

6 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

7 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

22 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

23 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

23 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ

editor by editor
October 15, 2025
in জীৱনশৈলী
0
সোণ-ৰূপ নহয়, ধনতেৰছত এটা কড়িতেই ঘূৰিব ভাগ্য, লক্ষ্মী আহিব ঘৰলৈ
0
SHARES
586
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশব্যাপী দীপাৱলিৰ পাঁচদিনৰ উৎসৱ আৰম্ভ হয় ধনতেৰছেৰেই৷ কাতিৰ কৃষ্ণা ত্ৰয়োদশী তিথিত পালিত হয় ধনতেৰছ বা ধন ত্ৰয়োদশী৷ এই বছৰ ধনতেৰছ পালিত হ’ব আগন্তুক শনিবাৰ ১৮ অক্টোবৰত৷ ধনতেৰছত ক্ৰয় বিক্ৰয় কৰা অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ এই দিনটোত সোণ, ৰূপ ক্ৰয় কৰাৰ পৰম্পৰা আছে৷ সোণ, ৰূপৰ ওপৰিও বৈদ্যুতিন সামগ্ৰী আৰু ঝাড়ুও বহুতে ধনতেৰছত ক্ৰয় কৰে৷ প্ৰচলিত বিশ্বাস যে এই দিনটোত ক্ৰয় বিক্ৰয় কৰিলে মা লক্ষ্মী তুষ্ট হয় আৰু সম্পদ আৰু সমৃদ্ধি লাভ হয়৷ বহুতে নাজানিলেও আৰু এবিধ সামগ্ৰী আপুনি এই দিনটোত ক্ৰয় কৰিব পাৰে৷ সেয়া হৈছে কড়ি৷ কড়ি ব্যৱহাৰ কৰিও ধনতেৰছত লক্ষ্মীৰ কৃপা লাভ কৰা সম্ভৱ৷ জানক কেনেকৈ?

কড়িৰে সম্পদ লাভৰ উপায়

ধনতেৰছত ঘৰত ১৩ টাকৈ চাকি জ্বলাওক৷ সন্ধিয়া ঘৰৰ ১৩ স্থানত এই ১৩ টা চাকি জ্বলাওক৷ মাজনিশা প্ৰত্যেক চাকিৰ কাষত এটাকৈ কড়ি ৰাখিব৷ ইয়াৰ ফলত সম্পদ লাভ হ’ব আৰু আৰ্থিক কষ্টৰ পৰা মুক্তি পাব বুলি ধাৰণা কৰা হয়৷

দাৰিদ্ৰতাৰ পৰা মুক্তিৰ উপায়

ধনতেৰছৰ সন্ধিয়া বটগছৰ শিঁপাত গাঁঠি মাৰক৷ ইয়াৰ মাজত পাঁচটা কড়ি ৰাখক আৰু হালধিও দিব৷ নিজৰ মূৰৰ চাৰিওফালে ইয়াক আঁঠবাৰ ঘূৰাই লওক৷ তাৰপিছতেই এই কড়ি আৰু কিছু টকা কোনো দৰিদ্ৰ ব্যক্তিক দান কৰক৷ ইয়াৰ ফলত আপুনি দাৰিদ্ৰতাৰ পৰা মুক্তি পাব৷ হঠাৎ অৰ্থ আৰু সম্পত্তি লাভ কৰিব পাৰে৷

চাকৰি আৰু ব্যৱসায়ত সাফল্য

তন্ত্ৰশাস্ত্ৰ অনুসৰি ধনতেৰছৰ নিশা ১৩ টা ঘিৰ প্ৰদীপ জ্বলাওক৷ প্ৰত্যেকটো প্ৰদীপত এটাকৈ কড়ি দিয়ক৷ ইয়াৰপাছতেই প্ৰদীপসমূহ ঘৰৰ চোতালত ৰাখক৷ গভীৰ নিশা প্ৰদীপ নুমাই গলে কড়িকেইটা উঠাই কোনো কোণত পুঁতি থব৷ ইয়াৰ ফলত চাকৰি আৰু ব্যৱসায়ত সকলো বাধাৰ পৰা মুক্তি পাব৷ কেৰিয়াৰত উন্নতি হ’ব আৰু আৰ্থিকভাৱেও লাভৱান হ’ব৷

মা লক্ষ্মীৰ আশীৰ্বাদ

ধনতেৰছত লক্ষ্মী পূজা কৰাৰ সময়ত প্ৰদীপত এটা কড়ি অৱশ্যেই ৰাখক৷ পূজাৰ পাছত সকলো নিয়ম মানি আৰতি কৰক৷ প্ৰদীপ ঠাণ্ডা হ’লে কড়ি লৈ আলমাৰিত ৰাখক৷ ইয়াৰ ফলত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ সংসাৰত সম্পদ আৰু সমৃদ্ধিৰ অভাৱ কেতিয়াও নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!
জীৱনশৈলী

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
Next Post
দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

দীপাৱলিত ৩ ৰাশিত বৈভৱ লক্ষ্মী ৰাজযোগ, গল্ডেন টাইমত এইকেইটা ৰাশিৰ উপচি পৰিব ধন

প্ৰতিদিনেই বহু পৰিমাণে চুলি সৰিব ধৰিছে? কি মাৰাত্মক ৰোগৰ লক্ষণ এয়া?

প্ৰতিদিনেই বহু পৰিমাণে চুলি সৰিব ধৰিছে? কি মাৰাত্মক ৰোগৰ লক্ষণ এয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.