• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫ দিন পাছতেই শুক্ৰৰ গোচৰ, ভাগ্য সলনি হ’ব ৪ৰাশিৰ, আপোনাৰ কপালত কি আছে?

৫ দিন পাছতেই শুক্ৰৰ গোচৰ, ভাগ্য সলনি হ’ব ৪ৰাশিৰ, আপোনাৰ কপালত কি আছে?

11 months ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

20 minutes ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

41 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

1 hour ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

1 hour ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

2 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

2 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

3 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

3 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

5 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫ দিন পাছতেই শুক্ৰৰ গোচৰ, ভাগ্য সলনি হ’ব ৪ৰাশিৰ, আপোনাৰ কপালত কি আছে?

৫ দিন পাছতেই শুক্ৰৰ গোচৰ, ভাগ্য সলনি হ’ব ৪ৰাশিৰ, আপোনাৰ কপালত কি আছে?

editor by editor
October 23, 2025
in জীৱনশৈলী
0
৫ দিন পাছতেই শুক্ৰৰ গোচৰ, ভাগ্য সলনি হ’ব ৪ৰাশিৰ, আপোনাৰ কপালত কি আছে?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ স্থান পৰিবৰ্তন কৰা নতুন কোনো বিষয় নহয়৷ যেতিয়া গ্ৰহৰ স্থান পৰিবৰ্তন হয় তেতিয়া কোনোবা নহয় কোনোবা ৰাশিত গোচৰ কৰে বা এক ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে, তাৰ প্ৰভাৱ পৰে সকলো ৰাশিৰ জাতকৰ ওপৰত৷ আগন্তুক ২৮ তাৰিখে ঘটিব তেনে কোনো ঘটনা৷ নিজৰ স্থান পৰিবৰ্তন কৰিব শুক্ৰই৷ চিত্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ যাৰ প্ৰভাৱ পৰিব ৪ ৰাশিৰ ওপৰত৷ ডাঙৰ পৰিবৰ্তন আহিব ৪ ৰাশিৰ জীৱনত৷ পৰিবৰ্তন শুভ দিশতেই হ’ব৷ লাভৱান হ’ব ৪ ৰাশি৷ কোন ৪ ৰাশিৰ ভাগ্য সলনি হ’ব?

মেষ ৰাশিৰ জীৱনত কি ঘটিব?

শুক্ৰৰ গোচৰত ২৮ তাৰিখৰ পৰাই জীৱনলৈ সুদিন আহিব মেষ ৰাশিৰ জাতকৰ৷ এই গোচৰত লাভবান হ’ব মেষ ৰাশিৰ জাতক৷ বিশেষ বিস্তাৰৰ সুযোগ আহিব ব্যৱসায়ীৰ বাবে৷ সম্পৰ্ক বা পৰিয়ালৰ বাবে ভাল হ’ব৷ সম্পৰ্কৰ দীৰ্ঘদিনৰ জট দূৰ হ’ব এই সময়ত৷ উন্নতিৰ সুযোগো আহিব৷ কেৰিয়াৰত ভাল উন্নতি দেখা যাব ২৮ তাৰিখৰ পাছত৷ অৰ্থলাভ হ’ব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে৷

বৃষ ৰাশিৰ জাতকৰ বাবে কি খবৰে অপেক্ষা কৰিছে?

ডাঙৰ পৰিবৰ্তন আহিব পাৰে বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ খুলি যাব সৌভাগ্যৰ দ্বাৰ৷ জীৱনত বিলাসিতা বৃদ্ধি পাব পাৰে৷ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ এনো কোনো স্থানৰ পৰা ৰোজগাৰ হ’ব যি আপোনাৰ প্ৰত্যাশাৰ বাহিৰত৷

 তুলা ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?

শুক্ৰৰ গোচৰৰ পাছৰে পৰাই সলনি হ’ব তুলা ৰাশিৰ জাতকৰ জীৱন৷ চৰম থাকিব আত্মবিশ্বাস৷ সুখবৰ পাব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো৷ মনৰ মানুহৰ সৈতে বিবাহৰ যোগ আছে৷ কেৰিয়াৰত ডাঙৰ সুযোগ আহিব পাৰে৷ অৰ্থলাভৰ সুযোগ আছে৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷

বৃশ্চিক ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন?

চিত্ৰা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশত সৰ্বাধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ সকলো কামতে ভাগ্যৰ সহায় পাব৷ দীৰ্ঘদিন ৰৈ থকা কাম সম্পূৰ্ণ হব৷ মুক্তি পাব পাৰে পুৰণি কোনো সমস্যাৰ পৰা৷ বহুদিন ধৰি ৰৈ থকা ধন এই সময়ত হাতলৈ আহিব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
Next Post
আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আগন্তুক বছৰত ৰাহুৰ মহাযোগ! শনিৰ প্ৰভাৱত ৪ ৰাশিয়ে সাফল্যৰ নতুন উচ্চতাত অৱনীত হ’ব

আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়… ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায়ে ৰাইজৰ লগত থাকে ৰজাৰ লগত নহয়... ‘ৰৈ ৰৈ বিনালে’ৰ TRAILER মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.