• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

11 months ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

30 minutes ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

2 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

3 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

11 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

14 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

14 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

15 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

editor by editor
October 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে
0
SHARES
970
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৱেই বিচাৰে পৰিয়ালটো সুখৰ হওক৷ সংসাৰত শান্তি থাকক৷ সমৃদ্ধিও থাকক৷ সেইমতেই পৰিশ্ৰমো কৰে৷ কিন্তু পৰিশ্ৰমৰ অন্তত বহুতেই কাঙ্খিত ফল লাভ নকৰে৷ ইয়াৰ কাৰণ বাস্তুদোষ বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷ বাস্তু দোষৰ বাবেই সংসাৰত অশান্তি আৰম্ভ হব পাৰে৷ জীৱনলৈ আহিব পাৰে নানান বাধা৷ ইয়াৰোপৰি শাৰীৰিক সমস্যাইয়ো ঘেৰি ধৰিব পাৰে৷ সেয়ে বাস্তুক লৈ সাবধান হোৱা জৰুৰী৷ মানি চলক কেইটামান নীতি৷ তেতিয়া সংসাৰত পজিটিভ এনাৰ্জি বিৰাজ কৰিবই৷ আপুন আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে সুখ আৰু সমৃদ্ধিও লাভ কৰে৷ ঘৰলৈ লক্ষ্মীৰো আগমন হয়৷ সময় নষ্ট নকৰি জানি থওক বাস্তু টিপছ৷

ঘৰৰ সমুখভাগত তুলসী গছ ৰাখক

বাস্তুশাস্ত্ৰমতে তুলসী হৈছে সৌভাগ্যৰ প্ৰতীক৷ ই ঘৰত পজিটিভ এনাৰ্জি আনি দিব পাৰে৷ বাহিৰ কৰিব  যিকোনো নেতিবাচক শক্তি৷ তুলসী হৈছে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতীক৷ সেই কাৰণেই ঘৰত তুলসী গছ ৰখা শুভ৷ বিশেষকৈ ঘৰৰ মূল প্ৰৱেশদ্বাৰত যদি তুলসী গছ লগাই বহু উপকাৰ আপুনি লাভ কৰিব৷

শোৱাৰ দিশ

বাস্তুশাস্ত্ৰ অনুসৰি আপুনি কোন দিশে শোৱে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে৷ আনকি আপোনাৰ স্বাস্থ্যও নিৰ্ভৰ কৰে তাৰ ওপৰত৷ সেয়ে শোৱাৰ দিশ নিৰ্বাচন কৰক৷ এইক্ষেত্ৰত ভুলতো উত্তৰ দিশৰ মূৰ থৈ নুশুৱ৷ এনেকৈ শুলে ভয়াৱহ স্বাস্থ্যজনিত সমস্যা আহিব পাৰে৷ উত্তৰ দিশত এক বিশেষ শক্তি থাকে৷ সেই শক্তিয়ে আমাৰ শৰীৰৰ শক্তিৰ সৈতে বিপৰীত প্ৰতিক্ৰিয়া তৈয়াৰ কৰিব পাৰে৷ যাৰ ফলত সমস্যা হোৱাৰ আশংকা বাঢ়ে৷ সেয়ে উত্তৰ দিশত মুৰ থৈ নুশুওৱাটো মঙ্গল৷ দক্ষিণ বা পূৰ্ব দিশত মূৰ থৈ শুৱ পাৰে৷

ঘৰৰ খিৰিকি কোন দিশে দিব?

ঘৰৰ খিৰিকি এক গুৰুত্বপূৰ্ণ বিষয়৷ এইক্ষেত্ৰত দক্ষিণ দিশত খিৰিকি থকা জৰুৰী৷ এই দিশত খিৰিকি থাকিলে ঘৰ সমৃদ্ধিৰে ভৰি পৰিব৷ পজিটিভ এনাৰ্জিয়ে বিৰাজ কৰিব সমগ্ৰ স্থানত৷ ইয়াৰোপৰি দক্ষিণ দিশত খিৰিকি থাকিলে উপকাৰ লাভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে৷

ঘড়ী কোন দিশে ৰখা উচিত?

ঘৰৰ ৱাল ঘড়ীৰ মুখ সকলোসময়তে পশ্চিম আৰু উত্তৰ দিশত হ’ব লাগে৷ ঘড়ী প্ৰকৃততে সময়ৰ প্ৰতীক৷ সেয়ে এই দুই দিশত ঘড়ি ৰাখিলে পজিটিভ এনাৰ্জিৰে ঘূৰিবলৈ ধৰে৷ যাৰ ফলত জীৱনলৈ প্ৰশান্তি আহে৷

আচবাব ঠিক দিশত ৰাখক

বাস্তুশাস্ত্ৰমতে সঠিক দিশত আচবাবো ৰখা উচিত৷ তেতিয়াহে পজিটিভ এনাৰ্জি আহে৷ ইয়াৰোপৰি পৰিয়ালৰ সকলোৰে স্বাস্থ্যও ভালে থাকিব৷ এইক্ষেত্ৰত দক্ষিণ পশ্চিম দিশত আচবাব ৰাখিলে সকলোতকৈ বেছি লাভ পাব৷ সংসাৰলৈ উভতি আহিব শান্তি৷ ইয়াৰোপৰি সুৰক্ষিত থাকিব পৰিয়ালৰ সদস্যসকলো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
Next Post
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.