• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ আশীৰ্বাদ হৈ আহি আছে ৩ৰাশিৰ বাবে, শনি-গুৰুৰ গোচৰত বছৰৰ আৰম্ভণিতেই লাভৰ মুখ দেখিব এইকেইটা ৰাশিয়ে

6 months ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

10 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

11 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

12 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

13 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

14 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

15 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

16 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ আশীৰ্বাদ হৈ আহি আছে ৩ৰাশিৰ বাবে, শনি-গুৰুৰ গোচৰত বছৰৰ আৰম্ভণিতেই লাভৰ মুখ দেখিব এইকেইটা ৰাশিয়ে

২০২৬ আশীৰ্বাদ হৈ আহি আছে ৩ৰাশিৰ বাবে, শনি-গুৰুৰ গোচৰত বছৰৰ আৰম্ভণিতেই লাভৰ মুখ দেখিব এইকেইটা ৰাশিয়ে

editor by editor
October 31, 2025
in জীৱনশৈলী
0
২০২৬ আশীৰ্বাদ হৈ আহি আছে ৩ৰাশিৰ বাবে, শনি-গুৰুৰ গোচৰত বছৰৰ আৰম্ভণিতেই লাভৰ মুখ দেখিব এইকেইটা ৰাশিয়ে
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ ২ মাহৰ পাছতেই আৰম্ভ হ’ব নতুন বছৰ ২০২৬৷ আগন্তুক বছৰৰ আৰম্ভণিতেই শনি আৰু বৃহস্পতিৰ অৱস্থানত কিছু পৰিবৰ্তন আহিব৷ বৈদিক জ্যোতিষ অনুসৰি এই দুই গ্ৰহই অত্যন্ত গুৰুত্বপূৰ্ণ৷ কৰ্মফলৰ দেৱতা শনি আৰু দেৱগুৰু বৃহস্পতিৰ অৱস্থানত ২০২৬ৰ আৰম্ভণিৰ পৰাই বিশেষ প্ৰভাৱ পেলাব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ এই সকলো ৰাশিৰ জাতকে নতুন বছৰত প্ৰচুৰ উন্নতি কৰিব পাৰিব৷ জানি থওক এই তালিকাত কোন কোন আছে?

২০২৬ত ভাগ্য খুলিব বৃষ ৰাশিৰ

বৃহস্পতি আৰু শনিৰ প্ৰভাৱত নতুন বছৰত প্ৰচুৰ উন্নতি কৰাৰ সম্ভাৱনা আছে বৃষ ৰাশিৰ জাতকৰ সন্মুখত৷ কেৰিয়াৰতো উন্নতি কৰাৰ পথ খুলিব আপোনাৰ সন্মুখত৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ সাংসৰিক জীৱন সুখেৰে কটাব৷ সকলো কামতে আপুনি নিজৰ মানুহক কাষত পাব৷ পাৰ্টনাৰৰ সৈতে বুজাপৰা ভাল হব৷ বৃষ ৰাশিৰ জাতকে স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী৷

২০২৬ ত ভাগ্য খুলিব মিথুন ৰাশিৰ

২০২৬ ৰ আৰম্ভণি শুভ হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ বৃহস্পতি আৰু শনিৰ অৱস্থানৰ প্ৰভাৱত সৌভাগ্য লাভ হব আপোনাৰ৷ মিডিয়া, মাৰ্কেটিং আৰু পাব্লিক ৰিলেছনত যিসকল কৰ্মৰত তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ পেছাগত সম্পৰ্ক মজবুত হব৷ কেৰিয়াৰত উন্নতি কৰাৰ নতুন পথ খুলিব৷ বন্ধু আৰু সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব৷ ইয়াৰ ফলত কঠিন পৰিস্থিতিকো আপুনি নিজৰ অনুকূলে টানি আনিব পাৰিব৷

২০২৬ত ভাগ্য খুলিব তুলা ৰাশিৰ

২০২৬ চন লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ শনি আৰু বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ সাংসৰিক পৰিস্থিতি আনন্দময় হব৷ আগন্তুক বছৰত আপোনাৰ সন্মুখত আত্মবিশ্বাস তুংগত থাকিব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ সাফল্য পাব পাৰে৷ প্ৰতিযোগিতামূলক পৰীক্ষাতো সাফল্য পাব৷ বিদেশ যাত্ৰাৰো সুযোগ আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?
জীৱনশৈলী

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

April 14, 2026
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?
জীৱনশৈলী

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

April 14, 2026
Next Post
গুৰু শুক্ৰৰ কেন্দ্ৰযোগত ৩ ৰাশিয়ে পাব সু-সংবাদ, নৱেম্বৰত ধন উপাৰ্জনৰ সুযোগ আহিব এইকেইটা ৰাশিৰ জাতকলৈ

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ…অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ...অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন