• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ…অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ…অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

9 months ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

1 hour ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

2 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

10 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

11 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

11 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

12 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

12 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

14 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

15 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

16 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ…অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ...অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত

editor by editor
October 31, 2025
in জীৱনশৈলী
0
শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ…অসমত 3G, 4G, 5G নহয় অসমত ZG চলে, ZG আজি অসমৰ প্ৰতিটো হলতে জীৱন্ত
0
SHARES
740
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেষ বুলিলেইতো শেষ নহয়, আকৌ হয় আৰম্ভ৷ জুবিন গাৰ্গৰ এই বিশেষ কবিতাৰেই সমাপ্তি ঘটিছে চিনেমাখনৰ৷ ইণ্টাৰভেলতো জুবিনে কয়, অসমত 3G, 4G, 5G নহয় অসমত ZG চলে৷ ZG আজি অসমৰ প্ৰতিটো হলত জীৱন্ত হৈ আছে৷ কিন্তু কায়িকভাৱে তেওঁ আৰু আমাৰ মাজত নাই৷ মৃত্যুৰ কেইদিনমান পূৰ্বে জুবিন গাৰ্গে নিজেই এক সাক্ষাৎকাৰত কৈছিল, ‘এই চিনেমাৰ কাহিনী ১৯ বছৰ ধৰি মোৰ বুকুত মই কঢ়িয়াই ফুৰিছিলো৷ ১৯ বছৰ ধৰি লালন পালন কৰা সেই গল্পটোৱে চিনেমাৰ ৰূপ পালে৷ জীৱনৰ শেষ ছবি এইখনেই হ’ব জুবিনৰ বুলি আপুনি মই কোনোবাই জানো কল্পনা কৰিছিলো৷ মুঠেও নহয়৷ এই কল্পনা অসমৰ কোনো এজন লোকেও কাহানিও কৰিব পৰা নাছিল৷ কিন্তু ১৯ ছেপ্টেম্বৰত সকলোৰে বুকুত এচটা শিল যেন কোনোবাই পাৰি দিলে৷ বাকৰূদ্ধ হৈ পৰিল অসমবাসী৷ জুবিন গাৰ্গ গুচি গ’ল ঘুৰি নহাৰ বাটেৰে৷

জুবিন গাৰ্গৰ গুচি গ’ল এই সত্য আজিও যেন মানিও মানিব পৰা নাই অসমীয়াই৷ তেওঁৰ আধৰুৱা সপোনটোক অসমবাসীয়ে আগুৱাই নিবলৈ অপ্ৰাণ চেষ্টা কৰিছে৷ অপ্ৰাণ চেষ্টা কৰিছিল তেওঁৰ চিনেমাৰ কামত জড়িত হৈ থকা প্ৰতিজন লোকেই৷ প্ৰায় ৮০শতাংশ কাম শেষ কৰি জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল৷ উভতি আহি বাকীখিনি কাম আগবঢ়াই ৩১ অক্টোবৰত চিনেমাখন মুকলি কৰি দিয়াৰো কথা কৈ গৈছিল জুবিন গাৰ্গে৷ কিন্তু জুবিন গাৰ্গ ছিংগাপুৰৰ পৰা সোঁশৰীৰে উভতি নাহিল৷ আহিল এটা কফিনত আৱদ্ধ হৈ৷ জুবিন গাৰ্গৰ শেষ ইচ্ছাক আওকান নকৰি পৰিয়াল আৰু তেওঁৰ ৰৈ ৰৈ বিনালে টিমে বহু কষ্টৰ অন্তত আজি মুক্তি দিলে তেওঁৰ হেঁপাহৰ ছবিখন৷

নিজকে ফিনিক্স পক্ষী বুলি কৈছিল জুবিনে৷ ধোঁৱা আৰু ছাইৰ মাজেৰে উৰিব খুজিছিল জুবিন নামৰ সত্ত্বাটো৷ আজি জুবিন নাই৷ কিন্তু ফিনিক্স পক্ষী হৈ ধোঁৱা ছাই নেওচি জুবিন উৰিছে উচ্চতাৰ পৰা উচ্চতালৈ৷ জুবিন গাৰ্গৰ সপোন আজি সাকাৰ হৈছে৷ অসমীয়া চিনেমাক লৈ বুকুত কঢ়িয়াই ফুৰা সপোন আজি দিঠক৷ কেৱল জুবিন গাৰ্গ নাই৷ পত্নী গৰিমা গাৰ্গেই পুৱাই ক্ৰন্দনৰত হৈ জুবিন গাৰ্গৰ ফটোৰ সন্মুখত মাল্যৰ্পণ কৰিছে৷

সংবাদমাধ্যমৰ সন্মুখত মন্তব্য প্ৰদান কৰি গৰিমা গাৰ্গে কৈছে, ‘জুবিন কতো যোৱা নাই৷ জুবিন আমাৰ মাজত আছে৷ আমাৰ বুকুত জুবিন আছে৷ তেওঁ ভালপোৱা অসমখনক আজি পুৱাই তেওঁ বৰ্ষা হৈ তিঁয়াই দিছেহি৷ তেওঁ অসম এৰি ক’তো নাযায় তাৰ প্ৰমাণ তেওঁ আজি পুৱাই দিছে৷ কাৰণ তেওঁ বৰষুণ ভালপাইছিল৷ সিদিনা ছিংগাপুৰৰ পৰা আহোতেও তেওঁ এজাক বৰষুণ লৈ আহিছিল৷ আজি তেওঁৰ সপোনে দিঠকৰ ৰূপ পাওঁতেও তেওঁ বৰষুণ হৈ ধৰা দিছে৷ আমি জানো জুবিনৰ আশীৰ্বাদ সদায়ে অসমবাসীৰ লগত আছে আমাৰ লগত আছে৷ জুবিন গাৰ্গৰ অসমীয়া চিনেমাক লৈ দেখা সপোন আজি সঁচা হৈছে৷ অসমত আজি কেৱল অসমীয়া চিনেমা চলিছে৷ আমি জানো অসমীয়া চিনেমাৰ আৰু উত্তৰণ হ’ব৷ অসমত আৰু ভাল ভাল অসমীয়া চিনেমা আহিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
Next Post
১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.