• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

11 months ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

41 minutes ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

1 hour ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

2 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

3 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

4 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

8 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

8 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

editor by editor
October 31, 2025
in ক্ৰীড়া, জীৱনশৈলী
0
নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান পাঁচ মেচৰ টি-২০ চিৰিজ খেলাত ব্যস্ত হৈ আছে ভাৰতীয় দল৷ এই চিৰিজ শেষ হোৱাৰ পাছত কিন্তু টিম ইণ্ডিয়াই বিশ্ৰামৰ সুযোগ নাপায়৷ কাৰণ ১৪ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আকৌ তিন ফৰ্মেটৰ চিৰিজ খেলিব ভাৰতে৷ ২২ নৱেম্বৰৰ পৰা চিৰিজৰ দ্বিতীয় টেষ্ট মেচ আয়োজিত হব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত৷ সেই মেচত কিন্তু ক্ৰিকেটৰ দীৰ্ঘদিনীয়া নিয়মৰ সালসলনি ঘটিব৷ টেষ্ট ক্ৰিকেট মেচৰ পূৰ্বে সৰ্বপ্ৰথম টচ হয়৷ তাৰপিছেতি দিনৰ খেলা আৰম্ভ হোৱাৰ পাছত লাঞ্চ, তাৰপিছত দ্বিতীয় চেছন, চাহপানীৰ বিৰতি আৰু শেষ চেছন৷ কিন্তু ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্টত সেই নিয়ম ভংগ হব৷ Indian Express-ৰ ৰিপৰ্টন অনুসৰি সেই মেচত আগতে লাঞ্চ নহয়৷ পূৰ্বে থাকিব চাহপানী বিৰতি৷ তাৰপিছতহে লাঞ্চ৷

কিয় এই সিদ্ধান্ত? ইয়াৰ পিছত আছে উত্তৰ-পূব ভাৰতৰ সূৰ্যাস্তৰ সময়৷ বাকী দেশৰ তুলনাত অসমৰ দৰে উত্তৰ পূবৰ ৰাজ্যত আগতীয়াকৈ সূৰ্যাস্ত হয়৷ বিচিচিআইৰ অধিকাৰীসকলে জনোৱা মতে পূৰ্বে চাহ পানৰ বিৰতি দিয়াৰ কাৰণ হৈছে গুৱাহাটীত আগতীয়াকৈ সূৰ্যাস্ত হয় আৰু সেই কাৰণেই মেচো সোনকালে আৰম্ভ হব৷ এই প্ৰথম চাহৰ বিৰতিৰ সময়ৰ সলনি কৰা হৈছে৷ যাৰ ফলত সময় বাচিব আৰু অভাৰ শেষ কৰাৰ বাবে মেচত বেচি সময় পোৱা যাব৷

ভাৰতত পুৱা ৯.৩০ মিনিটৰ পৰা টেষ্ট মেচ আৰম্ভ হয়৷ তাৰপিছতেই ১১.৩০ মিনিটত লাঞ্চ, ১২.১০ মিনিটত আৰম্ভ হয় দ্বিতীয় চেছন৷ দুপৰীয়া ২.১০ মিনিটত চাহ বিৰতি দিয়া হয়৷ তাৰপিছতেই ২.৩০ মিনিটৰ পৰা ৪.৩০ মিনিট পৰ্যন্ত চলে দিনৰ শেষ চেছন৷ ৰিপৰ্টত দাবী কৰা হৈছে যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্ট পুৱা ৯ বজাৰ পৰা আৰম্ভ হব৷ ১১টাৰ পৰা ১১.২০ মিনিট পৰ্যন্ত থাকিব চাহ বিৰতি৷ ১.২০ মিনিট পৰ্যন্ত চলিব দ্বিতীয় চেছন৷ তাৰপিছত ৪০ মিনিটৰ লাঞ্চ বিৰতি থাকিব৷ দুপৰীয়া ২ বজাৰ পৰা সৰ্বশেষ চেছন চলিব বিয়লি ৪ বজালৈকে৷

দক্ষিণ আফ্ৰিকা বৰ্ডৰ সৈতে কথা পাতিয়েই বিচিচিআইয়ে যুগ্মভাৱে এই নিয়মভঙাৰ সিদ্ধান্ত লৈছে৷ আন্তৰ্জাতিক ক্ৰিকেটত এই বিষয়টো নতুন হলেও ঘৰোৱা ক্ৰিকেটত গুৱাহাটীত মেচ হলে কিন্তু বিচিচিআইয়ে পূৰ্বেও লাঞ্চতকৈ আগত চাহ বিৰতি ৰাখিছিল৷ সেই পন্থাই এইবাৰ আন্তৰ্জাতিক টেষ্ট মেচৰ ক্ষেত্ৰতো দেখা যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক
জীৱনশৈলী

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

September 14, 2026
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?
জীৱনশৈলী

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

September 14, 2026
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়
জীৱনশৈলী

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

September 14, 2026
Next Post
যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ

যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.