যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ৷
ততাতৈয়াকৈ চিকিৎসাৰ বাবে হাস্পতাললৈ লৈ যোৱা হৈছে অৰুণ গাৰ্গক৷
চিনেমাখন উপভোগ কৰি থকাৰ সময়তেই হঠাৎ অসুস্থ হৈ পৰে অৰুণ গাৰ্গ৷
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সৰৱ হৈ আছিল অৰুণ গাৰ্গ৷
প্ৰতিদিনেই সামাজিক মাধ্যমত অৰুণে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি কৰি আহিছে একোটাকৈ পোষ্ট৷
জুবিন গাৰ্গৰ মুখাগ্নিও কৰিছিল অৰুণ গাৰ্গে৷
দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ সৈতে আছিল অৰুণ গাৰ্গ৷
জুবিনৰ প্ৰায় প্ৰতিখন মঞ্চলৈকে জুবিন গাৰ্গৰ সৈতে গৈছিল অৰুণ গাৰ্গ৷
জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত দীৰ্ঘদিনৰ পৰা আছিল অৰুণ গাৰ্গ৷
জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰে পৰাই আবেগিক হৈ আছে অৰুণ গাৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















