• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

10 months ago
আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

2 hours ago
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

3 hours ago
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

4 hours ago
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

5 hours ago
KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

KYC আপডেট নকৰিলে ব্লক হ’ব নেকি বেংক একাউণ্ট? RBI য়ে দিলে গুৰুত্বপূৰ্ণ আপডেট

5 hours ago
মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

মন্দিৰলৈ গ’লে ভুলতো এইসময়ত নবজাব ঘণ্টা, কঢ়িয়াই আনিব দুখ-দুৰ্দশা!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

শীঘ্ৰে সলনি হ’ব ৩ ৰাশিৰ জীৱন, আছে ৰাজযোগৰ সম্ভাৱনা!

7 hours ago
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

7 hours ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেণ এটেকে শেষ কৰিব পাৰে জীৱন! আওকাণ নকৰিব এইবোৰ লক্ষণ

8 hours ago
আধাৰ কাৰ্ডৰ ডাঙৰ আপডেট, বিনামূলীয়াকৈ পাব এই সেৱা

অন্তিম তাৰিখৰ পূৰ্বে কৰক আধাৰ কাৰ্ডৰ এই কাম, UIDAI এ দিলে আপডেট

9 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

9 hours ago
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?

editor by editor
October 31, 2025
in বিবিধ, ভাৰত
0
১ নৱেম্বৰৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, পেঞ্চন আৰু GSTৰ নিয়মত কি কি পৰিবৰ্তন হ’ব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱেম্বৰৰ আৰম্ভণিৰে পৰা কেইবাটাও প্ৰশাসনিক পৰিবৰ্তন আহিছে৷ ১ নৱেম্বৰৰ পৰা বেংকিং, আধাৰ, পেঞ্চন আৰু GST ব্যৱস্থাৰ একাধিক নতুন নিয়ম কাৰ্যকৰ হ’ব৷ ১ নৱেম্বৰৰ পৰা বেংকিং, আধাৰ, পেঞ্চন আৰু GST ব্যৱস্থাৰ একাধিক নতুন নিয়ম কাৰ্যকৰ হব৷ যিয়ে সাধাৰণ মানুহৰ দৈনন্দিন কামত প্ৰভাৱ পেলাব৷

বেংকিঙৰ নতুন নিয়ম

১ নৱেম্বৰৰ পৰা বেংক গ্ৰাহকে একাধিক একাউণ্ট, লকাৰ বা ছেফ কাষ্টেডিৰ বাবে সৰ্বোচ্চ চাৰিজন পৰ্যন্ত মনোনীত ব্যক্তি ৰাখিব পাৰিব৷ ইয়াৰ পূৰ্বে এই সংখ্যা সৰ্বোচ্চ এজন বা দুজন পৰ্যন্ত সীমিত আছিল৷ মনোনয়ন যোগ বা পৰিবৰ্তন প্ৰক্ৰিয়াও সহজ কৰা হৈছে৷ যাতে জৰুৰী পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলে লৰালৰিকৈ ধন বা টকা উঠাই ল’ব পাৰে৷

ইয়াৰোপৰি ক্ৰেডিট কাৰ্ড আৰু পেমেণ্টত কিছু নতুন চাৰ্জ আৰোপ কৰা হৈছে৷ শিক্ষা সংক্ৰান্তিয় পেমেণ্ট বা ১০০০ টকাতকৈ বেছি ৱালেট টপআপৰ ক্ষেত্ৰত ১ শতাংশ ছাৰ্ভিছ ফি দিব লাগিব৷ বেংক কৰ্তৃপক্ষই গ্ৰাহকক পৰামৰ্শ দিছে নতুন ফি কাঠামো জমাৰ বাবে৷ নিজ বেংকৰ সৈতে যোগাযোগ কৰিব৷

আধাৰ আপডেটৰ সুবিধা

UIDAIয়ে জনাইছে যে এতিয়াৰে পৰা নাগৰিকৰ নাম, ঠিকনা, জন্মতাৰিখ আৰু মোবাইল নম্বৰ অনলাইন আপডেট কৰিব পাৰে৷ এই প্ৰক্ৰিয়াত আৰু কোনো প্ৰমাণপত্ৰ আপলোড কৰিব নোৱাৰিব৷ বায়োমেট্ৰিক তথ্য আপডেট কৰিব হলে আধাৰ চেণ্টাৰলৈ যাব লাগিব৷ নতুন ফি ধাৰ্য্য কৰা হৈছে৷ নন বায়োমেট্ৰিক আপডেটৰ বাবে ৭৫ টকা আৰু বায়োমেট্ৰিক আপডেটৰ বাবে ১২৫ টকা৷

পেঞ্চনভোগীসকলৰ বাবে গুৰুত্বপূৰ্ণ মাহ

নৱেম্বৰ মাহ পেঞ্চনভোগীসকলৰ বাবে গুৰুত্বপূৰ্ণ৷ ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰত্যেক অৱসৰপ্ৰাপ্ত ব্যক্তিয়েই তেওঁলোকৰ লাইফ চাৰ্টিফিকেট জমা দিব লাগিব৷ ইয়াৰোপৰি নেশ্ব্যনেল পেঞ্চন চিষ্টেমৰ পৰা ইউনিফায়েড পেঞ্চন স্কিমত ৰূপান্তৰৰ শেষ তাৰিখো বঢ়োৱা হৈছে ৩০ নৱেম্বৰ ২০২৫পৰ্যন্ত৷

GST ব্যৱস্থাৰ পৰিবৰ্তন

নৱেম্বৰৰ আৰম্ভণিতে GST কাঠামোও পৰিবৰ্তিত হৈছে৷ নতুন ব্যৱস্থাৰ GST ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সহজ কৰা হৈছে৷ প্ৰধান দুটা কৰ শ্লেৱ হ’ব ৫শতাংশ আৰু ১৮শতাংশ আৰু লাক্সাৰি আৰু ‘sin’ পণ্যৰ ক্ষেত্ৰত কৰৰ হাব ৪০শতাংশ ধাৰ্য্য কৰা হৈছে৷ চৰকাৰৰ দাবী, এই পৰিবৰ্তনৰ ফলত কৰ ব্যৱস্থা আৰু স্বচ্ছ, সহজ আৰু ব্যৱস্যায় বান্ধৱ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!
অসম

আকৌ প্ৰতিবাদ! কিন্তু এইবাৰ অসম নহয় হ’ব মেঘালয়ত!

August 22, 2026
সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ
বাণিজ্য

সংকটৰ সময়ত Emergency fund আহিব কামত, সৰু সৰু প্ৰয়োজনৰ বাবে নকৰিব শেষ

August 22, 2026
বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ
জীৱনশৈলী

বছৰৰ অন্তিম চন্দ্ৰগ্ৰহণে সলাব ভাগ্য! জানক নক্ষত্ৰৰ সংযোগ

August 22, 2026
যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা
অসম

যোৰাবাটৰ প্ৰতিবাদ অন্ত! অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী, নাথাকে বাধা

August 22, 2026
Next Post
নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

নৱেম্বৰত বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট, এই টেষ্টত সলনি হ’ব চিৰচাৰিত প্ৰথা, কি কি নিয়মৰ সালসলনি হ’ব এই টেষ্টত?

যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ

যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চোৱা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.