• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

9 months ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

43 minutes ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

1 hour ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

2 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

13 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

15 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

15 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

16 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

16 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

17 hours ago
ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

ভাৰতত আঁতৰোৱা হ’ল Youtuber ধ্ৰুৱ ৰাঠীৰ ভিডিঅ’!

17 hours ago
অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

অভিনেত্ৰী কাজলক কোন ছুপাৰষ্টাৰ অভিনেতাই বাৰে বাৰে বিৱাহৰ প্ৰতিশ্ৰুতি দি আহিছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক

editor by editor
November 16, 2025
in জীৱনশৈলী
0
বৃশ্চিক ৰাশিত গোচৰ হৈছে সূৰ্য, অলপ অসাবধান হ’লেই ডাঙৰ বিপদত পৰিব এই ৫ৰাশিৰ জাতক
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱেম্বৰজুৰি বহু গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ তাৰ প্ৰভাৱ দেখা যাব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ দেওবাৰে ঘটিছে তেনে এক গোচৰ৷ বৃশ্চিক ৰাশিত গোচৰ কৰিব সূৰ্যই৷ ১৬ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰ২০২৫লৈকে এমাহ বৃশ্চিক ৰাশিত থাকিব সূৰ্য৷ বৃশ্চিকৰ অধিপতি গ্ৰহ মঙ্গল৷ অৰ্থাৎ মঙ্গলৰ ৰাশিত প্ৰৱেশ কৰিছে সূৰ্যই৷ যাৰ প্ৰভাৱত মাৰাত্মক ক্ষতিৰ আশংকা আছে কেইবাটাও ৰাশিৰ জাতক৷ কাৰ ভাগ্যত কি আছে?

মেষ ৰাশিৰ ভাগ্যত কি আছে?

বৃশ্চিক ৰাশিত সূৰ্যৰ গোচৰে মেষ ৰাশিৰ জাতকৰ জীৱনলৈ স্বাস্থ্যগত সমস্যা মাতি আনিব পাৰে৷ আৰ্থিক ক্ষতি বা আয় কমি যোৱাৰো সম্ভাৱনা আছে৷ ৰিস্ক থকা বিষয়সমূহ এৰাই চলক৷ কোনো ডাঙৰ সিদ্ধান্ত এতিয়া নোলোৱাই ভাল৷ ব্যয়ক নিয়ন্ত্ৰণ কৰক৷ শৰীৰৰ যত্ন লওক৷

কৰ্কট ৰাশিৰ ভাগ্যত কি আছে?

সূৰ্যৰ এই গোচৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে চেলেঞ্জিং সময় কঢ়িয়াই আনিব৷ বেয়া প্ৰভাৱ পৰিব পাৰে স্বাস্থ্যৰ ওপৰতো৷ এই এমাহত বেছি যত্নৰ প্ৰয়োজন আপোনাৰ সম্পৰ্কৰো৷ ভুল বুজাবুজিৰ ফলত ব্ৰেকআপৰ সম্ভাৱনা আছে৷ এই সময়ত কোনো নতুন কাম নকৰাই ভাল৷ আবেগ এৰাই চলক৷ আবেগত কোনো সিদ্ধান্ত নল’ব৷

সিংহ ৰাশিৰ ভাগ্যত কি আছে?

সিংহ ৰাশিৰ অধিপতি গ্ৰহই সূৰ্য৷ সূৰ্যৰ এই গোচৰ সিংহ ৰাশিৰ জাতকৰ বাবে শুভ নহয়৷ বিতৰ্কত সোমাই পৰিব পাৰে৷ যাৰ ফলত সন্মানহানিৰ সম্ভাৱনা আছে৷ কেৰিয়াৰত চেলেঞ্জৰ মুখত পৰিব পাৰে৷ কঠোৰ পৰিশ্ৰম কৰক, ফল পাবই৷

কন্যা ৰাশিৰ ভাগ্যত কি আছে?

সূৰ্যৰ এই গোচৰ কন্যা ৰাশিৰ জাতকৰ বাবে মানসিক চাপ আৰু অসুস্থতাৰ কাৰণ হব পাৰে৷ ভুল সিদ্ধান্ত লৈ নিজৰ বিপদ মাতি আনিব পাৰে৷ প্ৰেম জীৱনত সমস্যাই দেখা দিব৷ ভাৱিচিন্তি কথা কওক৷ আৰ্থিক ক্ষতিৰো সম্ভাৱনা আছে৷ শিক্ষাৰ্থী হলে মন দি পঢ়াশুনা কৰা উচিত৷

ধনু ৰাশিৰ ভাগ্যত কি আছে?

ধনু ৰাশিৰ জাতকে আগন্তুক ৩০ দিন আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে৷ আয়তকৈ ব্যয় বেছি হ’ব৷ প্ৰেমৰ সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত ব্যৰ্থতাৰ সন্মুখীন হব পাৰে৷ বন্ধুৰ সৈতে বিৰোধ বা সম্পৰ্কত ফাট মেলিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন
জীৱনশৈলী

কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

August 11, 2026
Next Post
শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

শনিৰ নক্ষত্ৰলৈ আহিছে সূৰ্য, ১৯ নৱেম্বৰৰ পৰা সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য

অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

অনবৰতে ক্লান্ত অনুভৱ হয়? শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যোৱাৰ লক্ষণ হ’ব পাৰে, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.