• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

9 months ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

7 minutes ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

34 minutes ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

1 hour ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

2 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

3 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

3 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

4 hours ago
Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

Personal Loan: কিমান দৰমহা পালে ব্যক্তিগত ঋণ ল’ব পাৰে?

4 hours ago
ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

ভাঙি দিয়া হ’ল সোণাপুৰৰ টোলগেট! দুৰ্ঘটনাৰ পিছতে ক্ষোভিত দল-সংগঠন আৰু স্থানীয় ৰাইজ

5 hours ago
Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

Mobile Charge: সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছতো ফোনটো চাৰ্জ দিয়ে নেকি? তেন্তে অজানিতে কৰিছে ডাঙৰ ভুল

5 hours ago
UPI ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, সংসদত উত্থাপন হৈছে নতুন বিধেয়ক

UPI ৰ জৰিয়তে এদিনত কিমান টকা পঠিয়াব পাৰে আপুনি? জানেনে এই নিয়ম

6 hours ago
ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

ছেপ্টেম্বৰত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! আপোনাৰো ৰাশিৰ নাম আছে নেকি জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ

editor by editor
November 21, 2025
in জীৱনশৈলী, বিবিধ
0
ডিচেম্বৰৰ আৰম্ভণিতে ৩ৰাশিক টকা, চাকৰি, ঘৰ দিব ৰাহুৱে, খুলিব উন্নতিৰ দুৱাৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত ৰাহু নামটো শুনিয়েই সকলোৱে ভয় কৰে৷ মানুহৰ ধাৰণা যে ই সদায়ে বেয়া খবৰেই কঢ়িয়াই আনে৷ ৰাহুৰ ফলাফল নিৰ্ভৰ কৰে ৰাশিফলত কোন ঘৰত ইয়াৰ অৱস্থিতি তাৰ ওপৰত৷ যেতিয়া ৰাহু অনুকূল অৱস্থানত থাকে তেতিয়া ই ইতিবাচক ফলাফল কঢ়িয়াই আনিব পাৰে৷ যেতিয়া ই অশুভ অৱস্থানত থাকে তেতিয়া ই জাতক জাতিকাৰ জীৱনলৈ নেতিবাচকতা কঢ়িয়াই আনে৷ ৰাহুৱে যেতিয়া নক্ষত্ৰমণ্ডলত গোচৰ বা পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱ দেশ আৰু বিশ্বজুৰি অনুভূত হয়৷ বৰ্তমান ৰাহু কুম্ভ ৰাশিত আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত অৱস্থান কৰিছে৷ ইয়াৰ পাছতেই ৰাহুৱে ২৩ নৱেম্বৰত তাৰ নিজস্ব শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ তাৰপিছতেই ২ ডিচেম্বৰ ২০২৫ তাৰিখে ৰাহুৱে শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু ২ আগষ্ট ২০২৬ পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ ৰাহুৰ এই নক্ষত্ৰ পৰিবৰ্তনক অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হয়৷

একে সময়তে এই সময়ত বৃহস্পতি আৰু ৰাহুৰ এক সংযোগো তৈয়াৰ হৈছে৷ য’ত মিথুন ৰাশিত থকা দেৱগুৰু বৃহস্পতি আৰু নৱম দৃষ্টিত ৰাহুৰ মিলন হ’ব৷ ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তনৰ বাবে এই সংযোগ খুবেই উপকাৰী বুলি ধাৰণা কৰা হয়৷ এই সময়ৰ কাৰণে, ৰাহুৰ নক্ষত্ৰ শতভিষাত ৰূপান্তৰিত হোৱাটোৱে বহু ৰাশিৰ বাবে খুবেই উপকাৰী প্ৰমাণিত হ’ব৷

মেষ ৰাশি

এই সময় মেষ ৰাশিৰ জাতকৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হ’ব৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল পোৱাৰ সম্ভাৱনা আছে৷ প্ৰশাসনিক ক্ষেত্ৰৰ সৈতে জড়িতসকলৰ প্ৰতিপত্তি আৰু প্রভাৱ বৃদ্ধি পাব৷ এই গোচৰ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবেও খুবেই অনুকূল৷ যদি ব্যৱসায়ত নতুন বিনিয়োগ কৰিব খুজিছে তেন্তে এই সময় অনুকূল৷ শ্বেয়াৰ বজাৰত বিনিয়োগেও ভাল লাভৰ ইংগিত দিব পাৰে৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰাহুৰ অৱস্থান সাফল্য, সমৃদ্ধি আৰু কাঙ্ক্ষিত চাকৰি স্থানান্তৰ আদি সুখৰ খবৰ আনিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকে ভাল অফাৰ পাব পাৰে৷ এই ৰাশিৰ পৰিবৰ্তনে ব্যৱসায়ীসকলৰ বাবেও চমৎকাৰ ফলাফল কঢ়িয়াই আনিব৷ অৰ্থ আৰু সম্পত্তি সম্পৰ্কিত সুবিধা বৃদ্ধি পাব৷

কুম্ভ ৰাশি

ৰাহুৰ এই গোচৰে কুম্ভ ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ আপোনাৰ সকলো প্ৰচেষ্টাতেই সাফল্য লাভৰ সম্ভাৱনা আছে৷ চাকৰিয়ালে পদোন্নতিৰ সুযোগ আৰু আয় বৃদ্ধি কৰিব পাৰে৷ কাঙ্ক্ষিত চাকৰি লাভৰ সম্ভাৱনা আছে৷ এই সময়ত ব্যৱসায়ীসকলৰ বাবে লাভজনক প্ৰমাণিত হ’ব আৰু ভাল অৰ্থনৈতিক অগ্ৰগতিৰ ইংগিত দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?
ভাৰত

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

August 31, 2026
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ
জীৱনশৈলী

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

August 31, 2026
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা
বিশ্ব

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

August 31, 2026
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে
বিনোদন

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

August 31, 2026
Next Post
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি ৰাজসুখ এই ৪ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.