• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

9 months ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

7 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

8 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

9 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

9 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

9 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

10 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

10 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

11 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

11 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

13 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

13 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?

editor by editor
December 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আয় বাঢ়িব, বিপুল সম্পদ লাভ, ২০২৬ চনত কি আছে বৃষ ৰাশিৰ জীৱনত? জানক টেৰো গণনাত কি আছে?
0
SHARES
512
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, তাৰপিছতেই আৰম্ভ হ’ব ২০২৬ চন৷ আপুনি বৃষ ৰাশিৰ জাতক হ’লে নতুন বছৰত আনন্দপূৰ্ণ সময় কটাব৷ জানি থওক টেৰো কাৰ্ডৰ গণনা অনুসৰি ২০২৬ চনত কি হ’ব বৃষ ৰাশিৰ জাতকৰ ভাগ্যত?

কেনে হ’ব সাংসৰিক জীৱন?

বছৰৰ আৰম্ভণিতেই পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘনিষ্ঠতা বাঢ়িব৷ নতুন সদস্যৰ আগমন হব পাৰে৷ মনত সুখ শান্তি থাকিব৷ ঘৰলৈ কোনো সুখবৰ আহিব পাৰে৷ দীৰ্ঘদিনৰ সাংসৰিক সমস্যাৰ সমাধান হব পাৰে৷ মনত আত্মবিশ্বাস থাকিব৷ বছৰৰ মাজভাগত সংসাৰত বৃহৎ অশান্তি আহিব পাৰে৷ মন টান কৰি সিদ্ধান্ত লব পাৰে৷ বিবাহিত দম্পত্তিসকলে জীৱনত নতুনকৈ সুখৰ জোৱাৰ আহিব৷ আগন্তুক বছৰত আপুনি মানসিকভাৱে বহু পৈণত হৈ উঠিব৷

২০২৬ত কি আছে কেৰিয়াৰত?

আৰ্থিক স্থিতিশীলতা আৰু সমৃদ্ধিৰে ২০২৬ চন আৰম্ভ হব বৃষ ৰাশিৰ জাতকৰ৷ বছৰৰ আৰম্ভণিতেই আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হব৷ বছৰ আগবঢ়াৰ লগে লগে আপুনি উপাৰ্জনত পৰিবৰ্তন লক্ষ্য কৰিব৷ আগন্তুক বছৰ আপোনাৰ বাবে আৰ্থিকভাৱে লাভজনক হব৷ দৰমহা বাঢ়িব৷ উপাৰ্জনৰ নতুন পথ মুকলি হব৷ নতুন সম্পত্তি আৰু বাহন ক্ৰয় কৰিব পাৰে৷ খুব প্ৰয়োজন নহলে ঋণ নোলোৱাই ভাল৷ কিছু মানুহৰ সৈতে আপোনাৰ আলাপ হব৷ যিয়ে আপোনাৰ কেৰিয়াৰক আৰু আগুৱাই নিয়াত সহায় কৰিব৷

কেনে থাকিব স্বাস্থ্য?

২০২৬ চনত স্বাস্থ্য ভালেই থাকিব বৃষ ৰাশিৰ জাতকৰ৷ নিয়মিত ৱাৰ্ক আউট কৰি নিজৰ শৰীৰ স্বাস্থ্য মজবুত ৰাখিব আগন্তুক বছৰত৷ স্বাস্থ্যকৰভাৱে খোৱাবোৱা কৰক৷ শৰীৰ স্বাস্থ্যক লৈ সচেতন নহলে শৰীৰ বেয়া হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!
বিনোদন

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

August 25, 2026
Next Post
ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.