• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

6 months ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

2 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

2 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

3 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

4 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

5 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

6 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

6 hours ago
TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

TMCত অভ্যন্তৰীণ সংঘাত! ক্ৰমাৎ অকলশৰীয়া হৈ পৰিছে মমতা বেনাৰ্জী!

7 hours ago
বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

বজাৰত প্ৰাকৃতিকভাৱে পকোৱা আম কেনেকৈ চিনাক্ত কৰিব?

8 hours ago
নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত প্ৰাণ হে*ৰুৱালে ১১জনে

8 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

টকা নাথাকে নেকি ঘৰত? এই ৫ টা কামে সহায় কৰিব ধন আগমণত!

11 hours ago
SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

SBI ত ওলাইছে চাকৰি, কোনে কৰিব পাৰিব আবেদন?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ

editor by editor
December 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভাৰতৰেই নহয় এছিয়াৰ ভিতৰত প্ৰথমগৰাকী অনন্ত আম্বানী, বনতাৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড লাভ অনন্ত আম্বানীৰ
0
SHARES
85
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বন্যপ্ৰাণী সংৰক্ষণৰ উদ্যোগ লৈ বনতাৰা প্ৰতিষ্ঠা কৰাৰ বাবে গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ড পাইছে অনন্ত আম্বানী৷ ৮ ডিচেম্বৰত ৱাছিংটন ডিচিত গ্লোবেল হিউমেন ছচাইটিৰ পৰা প্ৰাণী কল্যাণৰ বাবে এই পুৰস্কাৰ পাইছে তেওঁ৷ এই পুৰষ্কাৰ বন্যপ্ৰাণী সুৰক্ষা আৰু বিজ্ঞান ভিত্তিক সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে তেওঁক অবদানৰ স্বীকৃতিস্বৰূপে দিয়া হৈছে৷ এছিয়াৰ প্ৰথমগৰাকী আৰু সকলোতকৈ কমবয়সীয়া প্ৰাপক হিচাপে তেওঁ এই পুৰস্কাৰ পাইছে৷

অনুষ্ঠানত উপস্থিত আছিল সংৰক্ষণ সংক্ৰান্তিয় উদ্যোক্তা, নীতিনিৰ্ধাৰক আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকল৷ তেওঁলোকেই ভাৰতত বৃহৎ পৰিসৰত বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ ব্যৱস্থা গঢ়ি তোলাত আম্বানীৰ ভূমিকাৰ স্বীকৃতি দিছে৷

সংৰক্ষণৰ উদ্যোগৰ বাবে বিশ্বব্যাপী স্বীকৃতি

গ্লোবেল হিউমেনিটেৰিয়ান এৱাৰ্ডক প্ৰাণী কল্যাণ ক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ স্বীকৃতি হিচাপে বিবেচনা কৰা হয়৷ এই সন্মান ইয়াৰ পূৰ্বে মাৰ্কিন প্ৰেছিডেণ্ট জন এফ কেনেডি আৰু বিল ক্লিনটনৰ দৰে ব্যক্তিৰ ওপৰিও শিল্পী চাৰ্লি মেকলেইন, জন ৱেন আৰু বেটি হোৱাইটক দিয়া হৈছে৷

গ্লোবেল হিউমেন ছচাইটিৰ মতে বন্যপ্ৰাণী পুনৰ্বাসনৰ কাম, প্ৰজাতি সংৰক্ষণ আৰু দীৰ্ঘম্যাদী সংখ্যাবৃদ্ধি পুনৰুদ্ধাৰ কাৰ্যসূচীৰ বাবে বনতাৰা এক মডেল হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ বাবে আম্বানিক নিৰ্বাচিত কৰা হৈছিল৷

গ্লোবেল হিউমেন লিডাৰশ্বিপ

অনুষ্ঠানত বক্তব্য ৰাখিবলৈ গৈ গ্লোবেল হিউমেন ছচাইটিৰ প্ৰেছিডেণ্ট আৰু চিইঅ’ ড০ ৰবিন গেনজাৰ্টে কয়, ‘বনতাৰা গ্লোবেল হিউমেন চাৰ্টিফাইড ডিছটিঙ্কছন প্ৰাপ্তি কেৱল যত্নৰ ক্ষেত্ৰত উৎকৰ্ষতাই নহয়, বৰং প্ৰতিটো প্ৰাণীক মৰ্যাদা, নিৰাময় আৰু আশা দিয়াৰ প্ৰতি গভীৰ নিষ্ঠাৰ প্ৰতিফলন৷ এই দৃষ্টিভংগীৰ ক্ষেত্ৰত অনন্ত আম্বানীৰ পৰা আমি আৰু কোনো ডাঙৰ ব্যক্তি বিচাৰি পোৱা নাই৷ অনন্ত আম্বানীয়ে তেওঁৰ কৰ্ম সমানুভৱতাৰ বাবে এক নতুন বৈশ্বিক মানদণ্ড স্থাপন কৰিছে৷’

তেওঁ লগতে কয়, ‘বনতাৰাই বিশ্বৰ যিকোনো স্থানত প্ৰাণী কল্যানৰ ক্ষেত্ৰত সকলোতকৈ অনন্য প্ৰতিশ্ৰুতিসমূহক প্ৰতিনিধিত্ব কৰে৷ ই এৰ উদ্ধাৰ কেন্দ্ৰই নহয় এখন অভয়াৰণ্যই৷ বনতাৰাৰ আঁৰত আছে তেওঁৰ উচ্চাকাঙ্খা, আধুনিক প্ৰাণীকল্যাণ কেনে হব পাৰে তাৰ বাবে এক নতুন চিন্তাৰে তেওঁ আগুৱাইছে৷

স্বীকৃতি লাভ কৰি কি কৈছে অনন্ত আম্বানীয়ে?

এই স্বীকৃতিক লৈ অনন্ত আম্বানীয়ে কয়, ‘এই পুৰস্কাৰে সংৰক্ষণক অগ্ৰাধিকাৰ দিয়াৰ গুৰুত্বক আৰু জোৰদাৰ কৰিব৷ মই এই সন্মানৰ বাবে গ্লোবেল হিউমেন ছচাইটিক ধন্যবাদ জনাইছো৷ মই সকলো প্ৰাণীৰ হিতৰ বাবে সদায়ে কাম কৰি যাবলৈ আৰু আগ্ৰহী হৈ উঠিছো৷’

তেওঁ লগতে কয়, ‘প্ৰাণীয়ে আমাৰ ভাৰসাম্য, নম্ৰতা আৰু বিশ্বাস শিকায়৷ বনতাৰাৰ মাধ্যমেৰে আমাৰ উদ্দেশ্যই হৈছে সেৱাৰ চেতনাৰে প্ৰতিটো জীৱনক মৰ্যাদা, যত্ন আৰু আশা দিয়া৷ সংৰক্ষণ আগন্তুক কালৰ বাবে নহয়, ই এটা ধৰ্ম পালন যি আমি আজিৰ পৰাই পালন কৰিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?
জীৱনশৈলী

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

June 9, 2026
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI
বিশ্ব

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

June 9, 2026
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?
বিনোদন

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

June 9, 2026
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 
শিক্ষা

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

June 9, 2026
Next Post
২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

২০২৬ চনৰ পৰা ২০২৭ চন পৰ্যন্ত এই ৰাশিক বিপদত পেলাব শনিয়ে, বিনিয়োগৰ পৰা ধন নষ্ট হোৱাৰো সম্ভাৱনা

আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

আৰু ২৪ ঘণ্টাৰ পাছতেই খুলিব ভাগ্য, সূৰ্যৰ গোচৰ ৪ৰাশিৰ উপচি পৰিব টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.