• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

18 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

47 minutes ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

2 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

4 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

15 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

16 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

16 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

16 hours ago
বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

16 hours ago
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

17 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

19 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

19 hours ago
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

editor by editor
December 16, 2025
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…
0
SHARES
390
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

ক্ৰিকেটৰ চুটি পৰ্বৰ মহাৰণ মানেই যেন বৰ্তমানে ক্ৰিকেট বলিয়াৰ মনত আই পি এলৰ নাম। এতিয়া ক্ৰিকেট অনুৰাগীৰ অপেক্ষা ২০২৬ৰ আই পি এললৈ। তাকে লৈ ইতিমধ্য়ে আৰম্ভ হৈছে ক্ৰয়-বিক্ৰয় পৰ্ব। বহু খেলৱৈ বিক্ৰী নযোৱাকৈ থকাৰ বিপৰীতে কেইবাগৰাকী খেলুৱৈ অবিশ্বাস্য ভাৱে শকত ধনৰ বিনিময়ত দলত প্ৰৱেশ।

২০২৬ বৰ্ষৰ আই পি এললৈ লক্ষ্য ৰাখি বৰ্তমানলৈ বিক্ৰী যোৱা আৰু বিক্ৰী নোযোৱা খেলুৱৈৰ তালিকা এনেধৰণৰ –

ডেভিড মিলাৰ- ভিত্তি মূল্য ২ কোটি- দিল্লী কেপিটেলছৰ ক্ৰয় ২ কোটি টকাত
কেমেৰণ গ্ৰীণ- ভিত্তি মূল্য ২ কোটি- কলকাটা নাইট ৰাইডাৰ্ছৰ ক্ৰয় ২৫.২০ কোটি টকাত
ৱানিন্দু হাছাৰংগা- ভিত্তি মূল্য ২ কোটি- লক্ষ্ণৌ ছুপাৰ জায়েণ্টে ক্ৰয় কৰে ২ কোটিত
ভেকটেছ আয়াৰ- ভিত্তি মূল্য ২ কোটি – ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে ক্ৰয় কৰে৭ কোটিত
কুইণ্টন ডি কুক- ভিত্তি মূল্য ১ কোটি- মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে ১ কোটিত
বেন ডাকেট- ভিত্তি মূল্য ২ কোটি- দিল্লী কেপিটেলছৰ ক্ৰয় ২ কোটিত
ফিন এল্লেন- ভিত্তি মূল্য ২ কোটি- কলকাটা নাইট ৰাইডাৰ্ছৰ ক্ৰয় ২ কোটিত
জেকব ডাফী- ভিত্তি মূল্য ২ কোটি , আই চি বিৰ ২ কোটিত ক্ৰয়
মথীশ্বা পাথীৰাণা- ভিত্তি মূল্য ২ কোটি, কে কে আৰৰ ১৮ কোটিত ক্ৰয়
এনৰিক নৰট্জে – ভিত্তি মূল্য ২ কোটি, এল এছ জিৰ ২ কোটিত ক্ৰয়
ৰবি বিষ্ণোই- ভিত্তি মূল্য ২ কোটি, আৰ আৰৰ ৭.২০ কোটিত ক্ৰয়
আকিল হুছেইন- ভিত্তি মূল্য ২ কোটি, চি এছ কেৰ ২ কোটিত ক্ৰয়
আকিব ডাৰ- ভিত্তি মূল্য ৩০ লাখ, ডি চিৰ ৮.৪০ কোটিত ক্ৰয়
প্ৰশান্ত বীৰ- ভিত্তি মূল্য ৩০ লাখ, চি এছ কেৰ ১৪.২০ কোটিত ক্ৰয়
শিৱংগ কুমাৰ- ভিত্তি মূল্য ৩০ লাখ, এছ আৰ এইছৰ ৩০ লাখত ক্ৰয়
কাৰ্তিক শৰ্মা- ভিত্তি মূল্য ৩০ লাখ, চি এছ কেৰ ১৪.২০ কোটিত ক্ৰয়
মুকুল চৌধুৰী – ভিত্তি মূল্য ৩০ লাখ, এল এছ জিৰ ২.৬০ কোটিত ক্ৰয়
তেজস্বী সিং- ভিত্তি মূল্য ৩০ লাখ,কে কে আৰৰ ৩ কোটিত ক্ৰয়
অশোক শৰ্মা – ভিত্তি মূল্য ৩০ লাখ, জি টিৰ ৯০ লাখত ক্ৰয়

ইয়াৰ বাহিৰে – জেক ফ্ৰাছাৰ , পৃথ্বী শ্বো, ডিভন কনৱে, ছৰফৰাজ খান, গাছ এটকিনছন, ৰছিন ৰবিন্দ্ৰ, লিয়াম লিভিংটন, ৱিয়ান মালদেৰ, দীপক হুদা, কে এছ ভাৰত, ৰহমানউল্লাহ গুৰবাজ, জনী বেৰিষ্ট’, জেমি স্মিথ,মেট হেনৰী, আকাশ দ্বীপ, শিৱম মাভী, স্পেনছাৰ জনছন, ফেজেলহক ফাৰুকী, ৰাহল চহৰ, মহেশ থিকচানা, মুজিব উৰ ৰহমান, অথৰ্ব টাইড, অলমোলপ্ৰীট সিং, অভিনৱ তেজৰাণা, অভিনৱ মনোহৰ, য়শ ধুল, আৰ্যা দেশাই, বিজয় শংকৰ, ৰাজবৰ্ধন হাংগাৰ্গেকৰ, মহিপাল লোমৰোৰ, ইডেল আপেল টম, তনুশ কোটেইন, কমলেশ নাগৰকোটি , শনভীৰ সিং ৰুচিত আহিৰ, বানছ বেদী, তুশাৰ ৰাহেজা, ৰাজ লিম্বানী বিক্ৰী নোহোৱাকৈ থকা খেলুৱৈ।

উল্লেখ্য যে, এইয়া আছিল আই পি এল ২০২৬ৰ মিনি নিলাম । আবুধাবিত অনুষ্ঠিত হোৱা আই পি এল ২০২৬ ৰ এই মিনি নিলাম দিনৰ ২:৩০ বজাৰ পৰা আৰম্ভ হয়। এই নিলামত মুঠ ৭৭জন খেলুৱৈক আই পি এলৰ ১০টা দলে চুক্তিবদ্ধ কৰাৰ সুবিধা লাভ কৰে।

এই নিলামত অষ্ট্ৰেলিয়াৰ কেমেৰন গ্ৰীণক কলকাটা নাইট ৰাইডাৰ্চে সৰ্বাধিক ২৫.২০ কোটি টকাত ক্ৰয় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2026IPL Auction 2026IPL. IPL 2026MINI Auction
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা
বিশ্ব

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

December 17, 2025
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…
ক্ৰীড়া

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
Next Post
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.