• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই  বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

8 months ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

4 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

5 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

5 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

6 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

6 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

6 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

7 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

8 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

9 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

10 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

11 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই  বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ মনৰ ভিতৰত কি চলি আছে সেয়া জানো বাহিৰৰ পৰা চাই বুজিব পাৰি? দক্ষিণী অভিনেত্ৰীয়ে লোৱা সিদ্ধান্তই আকৌ এবাৰ এই কথাকেই কৈ গল৷ দক্ষিণী সৰুপৰ্দাৰ অভিনেত্ৰী নন্দিনী ছি এমৰ মৃত্যুৱে আকৌ এবাৰ সকলোকে জোঁকাৰি গৈছে৷ বিবাহৰ বাবে পৰিয়ালে চাপ দিছিল বাবেই শেষ সিদ্ধান্ত ল’লে বুলি লিখি গৈছে বিশেষ নোট৷

আৰু এটা কথা ইয়াৰ সৈতে লিখি গৈছে নন্দিনীয়ে৷ অন্যান্য ব্যক্তিগত সমস্যাৰ কাৰণে বিষন্নতা আৰু মানসিক যন্ত্ৰণাৰ সৈতে দীৰ্ঘ দিন ধৰি যুঁজ দি আছিল নন্দিনীয়ে৷ নন্দিনীৰ আত্মহননে আকৌ এবাৰ প্ৰমাণ কৰিলে যে বাহিৰত উজলি থকা মানুহো কেতিয়াবা ভীষণভাৱে অৱসাদত ভূগি থাকে৷

কন্নড় বিনোদন দুনীয়াত খুবেই জনপ্ৰিয় এইগৰাকী অভিনেত্ৰী৷ দীৰ্ঘদিন ধৰি সৰুপৰ্দাৰ সৈতে যুক্ত৷ কোত্তুৰৰ বাসিন্দা নন্দিনী বাংগালুৰুত আছিল৷ তেওঁ জীবা হুভাগিদ, সংঘৰ্ষ, মধুমাগালু আৰু নিনাগে নাৰ দৰে কেইবাখনো জনপ্ৰিয় কন্নড় চিৰিয়েলত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি খুবেই জনপ্ৰিয়ও হৈছিল৷ মৃত্যুৰ পূৰ্বে নন্দিনীয়ে গৌৰী ধাৰাবাহিকৰ প্ৰধান চৰিত্ৰত অভিনয় কৰিছিল৷ তাতেই কনকা আৰু দুৰ্গাৰ এই দ্বৈত চৰিত্ৰত দেখা গৈছিল তেওঁক৷ খবৰৰ চিত্ৰনাট্য অনুসৰি বিষপানৰ দৃশ্যৰে তেওঁৰ চৰিত্ৰটো শেষ হৈছিল৷ তাৰপিছতেই ৰিয়েল লাইফতো একেই ঘটনা ঘটিল নন্দিনীৰ সৈতে৷

শেষ পত্ৰত নন্দিনীয়ে লিখিছে মানসিকভাৱে ভালে নথকাৰ কথা৷ মানসিক যুঁজ এক জটিল যুঁজ সেই যুঁজত জয়ী হোৱা সহজ নহয় সেই কথাই বুজাই গৈছে নন্দিনীয়ে৷ নন্দিনীৰ দৰেই মানসিক চাপত জীৱনৰ চৰম সিদ্ধান্ত লৈছিল জিয়া খান, সুশান্ত সিং ৰাজপুত, প্ৰত্যুষা বেনাৰ্জি, দিব্যা ভাৰতী আৰু বহুজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.