গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকিং পৰিসেৱাৰ কিছু গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ যিয়ে দেশৰ লাখ লাখ বেংক একাউণ্টধাৰীক প্ৰভাৱিতও কৰিব৷ এই পৰিবৰ্তনৰ ফলত কিছু একাউণ্ট বন্ধও হৈ পৰিব৷ একাউণ্টধাৰীসকলে নতুন নিয়মসমূহ জানি থলে বন্ধ কৰিব খোজা একাউণ্ট পুনৰ এক্টিভ কৰিব পাৰিব৷

বেংকিং ব্যৱস্থাক আৰু নিৰাপদ, স্বচ্ছ আৰু দক্ষ কৰি তোলাৰ বাবে আৰ বি আইয়ে নিৰ্দিষ্ট কিছু ধৰণৰ বেংক একাউণ্ট বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে বেংক একাউণ্ট হেকিংসহ বিভিন্ন ধৰণৰ জালিয়াতি কমোৱা আৰু ডিজিটেল বেংকিং ব্যৱস্থাক শক্তিশালী কৰা৷ এই পদক্ষেপসমূহৰ মাধ্যমেৰে কেন্দ্ৰীয় বেংকে বেংকিং ব্যৱস্থাত থকা ত্ৰুটিসমূহ দূৰ কৰিব পাৰিব আৰু গ্ৰাহকৰ বাবে উন্নত সুৰক্ষা আৰু পৰিসেৱা নিশ্চিত কৰিব খুজিছে৷

নতুন নিৰ্দেশিকা অনুসৰি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা তিনি ধৰণৰ নিৰ্দিষ্ট বেংক একাউণ্ট বন্ধ কৰি দিয়া হব পাৰে৷ কেনেধৰণৰ একাউণ্ট প্ৰভাৱিত হ’ব আৰু কিয়? জানি থওক সবিশেষ৷

ডৰমেণ্ট একাউণ্ট

যি একাউণ্টত দুবছৰ বা তাতকৈ বেছি সময় ধৰি কোনো ধন জমা কৰা বা তোলা হোৱা নাই তেনে একাউণ্টত ডৰমেণ্ট একাউণ্ট বুলি কোৱা হয়৷ এই ধৰণৰ একাউণ্টসমূহ সহজেই হেকাৰৰ টাৰ্গেট হৈ পৰে৷ কাৰণ এইসমূহ সক্ৰিয়ভাৱে পৰ্যবেক্ষণ কৰা নহয়৷ গ্ৰাহকৰ সুৰক্ষা দিবলৈ আৰু জালিয়াতি কমাবলৈ আৰবিআইয়ে সিদ্ধান্ত লৈছে যে এই একাউণ্টসমূহ অব্যৱহৃত থাকিলে বন্ধ কৰি দিয়া হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *