• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি

4 months ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

22 minutes ago
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

45 minutes ago
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

1 hour ago
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

বিনোদন জগতলৈ আকৌ দুঃসংবাদ! ৩০ বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী দিব্যাংকাই

2 hours ago
কেৰিয়াৰত লাভৰ যোগ, মে মাহৰ সকলোতকৈ ভাগ্যবান ৫ৰাশি কি কি?

3 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

4 hours ago
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

5 hours ago
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি

২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি

editor by editor
December 31, 2025
in জীৱনশৈলী
0
২০২৬ত সূৰ্য-চন্দ্ৰৰ ব্যাতিপত যোগ, অৰ্থহানি-ব্ৰেকআপ, বিপদত পৰিব পাৰে এই ৪ৰাশি
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ব্যাতিপত যোগ ২৭ টা নিত্য যোগৰ মাজত এটা৷ বিশেষকৈ এই যোগ সূৰ্য আৰু চন্দ্ৰৰ এক নিৰ্দিষ্ট অৱস্থানৰ কাৰণে তৈয়াৰ হয়৷ যিয়ে জীৱনলৈ প্ৰতিকূল প্ৰভাৱ কঢ়িয়াই আনে৷ নানান চেলেঞ্জ আৰু বাধাও আনে৷ অশুভ যোগ হিচাপেই পৰিচিত এই যোগ৷ প্ৰচলিত বিশ্বাস যে বিশেষকৈ দেওবাৰে যদি ব্যাতিপত যোগ তৈয়াৰ হয় তেতিয়া ইয়াৰ অশুভ প্ৰভাৱ আৰু বাঢ়ি যায়৷

জ্যোতিষ গণনাই কৈছে আগন্তুক ৫ মাৰ্চ ২০২৬ বৃহস্পতিবাৰে দুপৰীয়া ৩ বজাত ব্যাতিপত যোগ তৈয়াৰ কৰিছে চন্দ্ৰ আৰু সূৰ্যই৷ মাৰ্চ মাহৰ ব্যাতিপত যোগ পৰিছে বৃহস্পতিবাৰে৷ আৰু বৃহস্পতিবাৰ মূলত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ দিন৷ যি সম্পদ আৰু সমৃদ্ধিৰ সৈতে যুক্ত৷ সেয়ে এই দিনটোত ব্যতিপত যোগৰ কাৰণে কামত বাধা, আৰ্থিক সমস্যা বা সম্পৰ্কত টনাআঁজোৰাই দেখা দিব পাৰে৷ যাৰ বিশেষ প্রভাৱ পৰিছে ৪ৰাশিৰ জীৱনত৷ কি কি ক্ষতি হ’ব পাৰে? কোনে কোনে সতৰ্ক হৈ থাকিব?

বৃষ ৰাশি

সূৰ্য আৰু চন্দ্ৰৰ ব্যতিপত যোগে বৃষ ৰাশিৰ জাতকৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এই সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰা প্ৰয়োজন৷ প্ৰতিটো পদক্ষেপ ভালকৈ বিবেচনা কৰি লওক৷ অন্যথা সাফল্য হাতৰ পৰা গুচি যাব৷ প্ৰবীণ বা বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লৈ চলক৷ এই সময়ত ডাঙৰ সিদ্ধান্ত গ্ৰহণ এৰাই চলক৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে সূৰ্য-চন্দ্ৰৰ সংযোগে প্ৰতিকূল ফলাফল কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰ থাকিলে তেওঁৰ কাৰণে ব্যয় বাঢ়িব পাৰে৷ আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে৷ মাটি-বাৰী সংক্ৰান্তিয় কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ কাৰণ ক্ষতিৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ ওপৰত নিগেটিভ প্ৰভাৱ পৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ বাবে ব্যতিপত যোগে নেতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত বিভ্ৰান্তিয়ে দেখা দিব পাৰে৷ কোনো বিষয়ত অসন্তুষ্টি উত্তেজনা বাঢ়িব পাৰে৷ দ্বন্দ্ব বাঢ়িব পাৰে৷ বেহিচাবি ব্যয় হব পাৰে৷ ব্যয় বৃদ্ধিয়ে অৰ্থনৈতিকভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে ২০২৬ চনৰ মাৰ্চ মাহৰ এই সময় বেছ চেলেঞ্জিং হব পাৰে৷ কৰ্মক্ষেত্ৰত কাম শেষ কৰিবলৈ বাধাৰ মুখত পৰিব পাৰে৷ এই ৰাশিৰ জাতকে মানসিকভাৱে বিভ্ৰান্ত বোধ কৰিব পাৰে৷ আৰ্থিক টনাআঁজোৰা উদ্বেগৰ কাৰণ হব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ মাজত মতবিৰোধ বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
জীৱনশৈলী

April 22, 2026
এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?
জীৱনশৈলী

এটা দুটা নহয় ৩০টাকৈ শিশুৰ জীৱন ৰক্ষা কৰিলে এটা পথৰ কুকুৰে, শিশুকেইটিৰ জীৱন ৰক্ষাৰ বাবে প্ৰাণ দিয়া এটা বিশেষ কুকুৰক লৈ দেশজুৰি চৰ্চা, ক’ত এই ঘটনা?

April 22, 2026
ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

ক্ৰান্তিবৃত্ত পৰিবৰ্তন কৰিব বুধে, বাঢ়িব সম্পদ, ব্যৱসায়তো আকাশলংঘী সাফল্য পাব এই ৪ৰাশিয়ে

April 22, 2026
মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?
জীৱনশৈলী

মোটা অংকৰ দৰমহা, আছিল নিশ্চিত কেৰিয়াৰ! চাকৰি এৰি কিয় বলীউডলৈ আহিল, বিকি, জন, তাপসীৰ দৰে এইসকল অভিনেতা?

April 22, 2026
Next Post
নতুন বছৰত কেতুৰ প্রভাৱ, ছায়াগ্ৰহৰ কৃপাত ৩ ৰাশি ২০২৬ত ডাঙৰ মানুহ হ’বই

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন