• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

8 months ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

45 minutes ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 hour ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

2 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

3 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

4 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

5 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

5 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

5 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

22 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

23 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

24 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ

editor by editor
December 31, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম দিনা খেল দেখুৱাব সমসপ্তক যোগে, ভাগ্য চমকি উঠিব ৫ৰাশিৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১ জানুৱাৰী ২০২৬ বৃহস্পতিবাৰে চন্দ্ৰই বৃষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ পুহৰ শুক্লা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শুভ যোগ আৰু শুক্লা যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব ৰোহিনী নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন আছে?

মেষ ৰাশি

১ জানুৱাৰী শুভ দিন হব মেষ ৰাশিৰ জাতকৰ বাবে৷ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ নিজৰ সকলো কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ ধ্যান আৰু যোগ ব্যায়াম কৰি নিজৰ মানসিক জোৰ আৰু মনসংযোগ বঢ়াব পাৰিব মেষ ৰাশিৰ জাতকে৷ আয় বঢ়াৰ লগে লগে সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

মিথুন ৰাশি

কাইলৈ দিনটো নাৰায়ণৰ কৃপাত দুৰ্দান্তভাৱে কটাব মিথুন ৰাশিৰ জাতকে৷ নিজৰ উপাৰ্জন বৃদ্ধিৰ বাবে কাইলৈ বহু সময় আৰু এনাৰ্জি ব্যয় কৰিব৷ সন্ধিয়াৰ পাছত বন্ধুৰ সৈতে ভাল সময় কটাব৷ কাইলৈ কঠোৰ পৰিশ্ৰমৰ জোৰত সাফল্য লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত সাফল্যৰ শীৰ্ষত ওঠাৰ সুযোগ পাব৷ অফিচৰ মেনেজমেণ্টে আপোনাৰ কামত প্ৰশংসা কৰিব৷

কন্যা ৰাশি

কাইলৈ সমসপ্তক যোগৰ শুভ ফল পাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ কিছু চেলেঞ্জ আপোনাৰ সন্মুখত আহিলেও সফলভাৱে সকলো চেলেঞ্জৰ মোকাবিলা কৰিব আপুনি৷ ঘৰত বেছ আনন্দ কৰি সময় কটাব৷ নিজৰ ব্যৱসায়ত আৰু আগুৱাই নিয়াৰ সুযোগ পাব৷ প্ৰেম জীৱন বেছ সুখৰ হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ সংগীৰ পৰা প্ৰয়োজনীয় সহায় পাব৷

বৃশ্চিক ৰাশি

কাইলৈ শুক্লা যোগৰ শুভ প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ দিনটো বেছ আৰামেৰে কটাব আপুনি৷ ঘৰত বিশেষ ৰন্ধাবঢ়া হব পাৰে৷ সংসাৰত আনন্দৰ পৰিবেশ থাকিব৷ নতুন কোনো প্ৰকল্পত কাইলৈ বিনিয়োগ কৰিব পাৰে৷ পৰিয়ালৰ লোকৰ সৈতে কৰোবালৈ যাত্ৰাও কৰিব পাৰে৷ অফিচত আপোনাৰ পদোন্নতি আৰু দৰমহাবৃদ্ধি হব পাৰে৷ সকলো কামেই কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷
কুম্ভ ৰাশি
কাইলৈ ১ জানুৱাৰী বৃহস্পতিবাৰ ৰোহিনী নক্ষত্ৰৰ শুভ প্রভাৱত লাভজনক দিন কটাব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ কিছু অতিৰিক্ত অৰ্থলাভ হোৱাৰ যোগ আছে৷ অফিচৰ পৰিস্থিতি কাইলৈ আপোনাৰ অনুকূলে থাকিব৷ পৰিয়ালৰ সৈতে কাইলৈ বেছ আনন্দেৰে সময় কটাব কুম্ভ ৰাশিৰ জাতকে৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ দূৰ হব৷ মনত সুখ আৰু আনন্দ থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত
জীৱনশৈলী

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

August 13, 2026
Next Post
৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

৫লাখ টকাৰ FD কৰিছে? মাহিলী কিমান ধন আয় হ’ব পাৰে?

৫বছৰত আয় ৮৩,৬৫২ টকা, SBIত বিনিয়োগ কৰক মাত্ৰ ইমান টকা

৫বছৰত আয় ৮৩,৬৫২ টকা, SBIত বিনিয়োগ কৰক মাত্ৰ ইমান টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.