• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

6 months ago
আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

10 hours ago
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

10 hours ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

11 hours ago
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

11 hours ago
সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

সঘনাই মুখ-জিভাত ঘা, এয়া কি ৰোগৰ লক্ষণ জানক

12 hours ago
গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

গুৱাহাটীত নেৰানেপেৰা বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

12 hours ago
শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

শনি আৰু বৃহস্পতিয়ে সলাব ভাগ্য, আগন্তুক ৬ মাহত হ’ব মালামাল!

13 hours ago
Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

Bank Holiday: অহা সপ্তাহত ৪ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে কৰক সকলো কাম

13 hours ago
আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আপোনাৰ সংগীয়ে ধূম্ৰপান কৰে নেকি? চুম্বন কৰাৰ পূৰ্বে ১০০ বাৰ ভাবক!

14 hours ago
গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

গৰমত অত্যাধিক চুলি সৰা আৰু খজুৱতি? জানক কিদৰে কৰিব ঠিক

15 hours ago
আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

আপুনি অবিহনে থাকিব নোৱাৰিব সংগী, মাত্ৰ মনত ৰাখক এইকেইটা কথা!

16 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

দুপৰীয়া ভাত খালে টোপনি লাগে নেকি? তেন্তে সাৱধান হওক!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?

editor by editor
January 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এঞ্জেল নম্বৰ ১১১ৰে নতুন বছৰ আৰম্ভ, জীৱনত কি কি লাভ পাব পাৰে আপুনি?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১ জানুৱাৰী ২০২৬৷ আৰু এই দিনটোতেই শুভ সংযোগ তৈয়াৰ হৈছে৷ এই তাৰিখৰ মাজতেই লুকাই আছে কিছু শুভ যোগ৷ অংক জ্যোতিষে জনাইছে যে ২০২৬ চনৰ মুঠ যোগফল ১০৷ আৰু ইয়াৰ মূল্যাংক হৈছে ১৷ এই অংক হৈছে সূৰ্যৰ৷ যাৰ ফলত এই বছৰটো সূৰ্যৰ বছৰ বুলি কোৱা হৈছে৷ ইয়াতেই শেষ নহয়, এই বছৰৰ প্ৰথম তাৰিখ, প্ৰথম মাহ আৰু ২০২৬ চন যোগ কৰি ১১১ অংক পোৱা যায়৷ এই নম্বৰটোত এঞ্জেল নম্বৰ বুলি ধৰা হয় নিউমাৰলজিত৷

জ্যোতিষবিদৰ মতে নতুন বছৰৰ শুভ দিনত ১১১ এঞ্জেল নম্বৰ সাধাৰণ কোনো সংযোগ নহয়৷ ইয়াৰ মাজত শুভ কোনো সংকেত আছে৷ অংক জ্যোতিষ অনুসৰি এই নম্বৰটো খুবেই শক্তিশালী৷ ইয়াৰ বাবে ইতিবাচক শক্তি তৈয়াৰ হব পাৰে৷ ইয়াৰোপৰি নতুন অধ্যায়ৰ সৃষ্টি হব পাৰে৷ আনকি জীৱনলৈকো বৃহৎ পৰিবৰ্তন আহিব পাৰে৷ কেৱল সেয়াই নহয় এই নম্বৰৰ সংযোগৰ বাবে জীৱনত বৃহৎ কোনো সুযোগ আহিব পাৰে৷ আৰ্থিক স্থিতি ঠিকে থাকিব৷ বাঢ়িব আত্মবিশ্বাস৷

১. আৰ্থিক স্থিতি সলনি হ’ব

এই সংযোগৰ বাবে সলনি হৈ পৰিব আপোনাৰ আৰ্থিক স্থিতি৷ এই নম্বৰে দেশৰ অৰ্থ ব্যৱস্থাক আৰু মজবুত হোৱাৰ দিশতেই সংকেত দিছে৷ ইয়াৰ ফলত মানুহৰ আয় বৃদ্ধি হব পাৰে৷ এই বছৰত শ্বেয়াৰ বজাৰত উন্নতি হব৷

২. স্বাস্থ্য ভালে থাকিব

জ্যোতিষৰ মতে কৰ’নাৰ সময়ৰ পৰাই মানুহৰ স্বাস্থ্যৰ সমস্যা বাঢ়িছে৷ নতুন বৰ্ষত সেই সমস্যা পৰা মুক্তি পাব পাৰে৷ চকু, হাৰ্ট, হাড় আৰু পেটৰ সমস্যাৰ পৰা মুক্তি পাব৷ ইতিবাচক প্ৰভাৱ পৰিব স্বাস্থ্যৰ ওপৰত৷ বয়স্কসকলৰ স্বাস্থ্য ভালে থাকিব৷

৩. আত্মবিশ্বাস বাঢ়িব

২০২৬ চনে পজিটিভ এনাৰ্জি আনিব৷ বৃদ্ধি পাব আত্মবিশ্বাস৷ ইয়াৰোপৰি কেৰিয়াৰতো উন্নতি নিশ্চিত৷ যিসকলে বহু দিন ধৰি ডাঙৰ পদৰ আশা কৰিছে তেওঁলোকৰ সপোন পূৰণ হব পাৰে৷ সৰ্বত্ৰতে সন্মান পাব৷

৪. সম্পৰ্ক ভালকৈ চলিব

১১১ এঞ্জেল নম্বৰে আপোনাৰ সম্পৰ্কক আৰু গাঢ় কৰি তুলিব৷ যিসকলে ইমান দিনে চিংগল জীৱন কটাইছিল তেওঁলোকে নতুনকৈ সম্পৰ্কত সোমাই পৰিব পাৰে৷ এই সময়ত আপোনাৰ জীৱনলৈ কিছু নতুন মানুহ আহিব পাৰে৷

ইয়াৰোপৰি এই সময়ত আপুনি প্ৰফেছনেল আৰু পাৰ্ছনেল জীৱনত ভাৰসাম্য আনিব পাৰে৷ সংগীৰ সৈতে ভালপোৱা বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক
জীৱনশৈলী

আগন্তুক সপ্তাহত ভাগ্য মুকলি হ’ব ৩ ৰাশিৰ! আপোনাৰ মূল্যাংকই কি ইংগিত দিছে জানক

July 11, 2026
Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!
জীৱনশৈলী

Chanakya Niti: ভুলতো এনে মানুহক নকৰিব সহায়, আচাৰ্য চাণক্যই কৰিছে সাৱধান!

July 11, 2026
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

July 11, 2026
বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি
বিশ্ব

বাংলাদেশলৈ উভতি আহিলে মৃ*ত্যুদণ্ড… শ্বেখ হাছিনাক NCP ৰ ভাবুকি

July 11, 2026
Next Post
‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

‘S’ আখৰেৰে আৰম্ভ হোৱা নামৰ ব্যক্তিৰ নতুন বছৰত ভাগ্য চমকিব! অৰ্থ, প্ৰেম, কৰ্মজীৱন কেনে হ’ব?

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.